শেহতীয়া খবৰ

শেহতীয়া খবৰ

আইএনএক্স মিডিয়া গোচৰত উচ্চতম ন্যায়ালয়ত চিদম্বৰম

ইডি-চিবিআইৰ দ্বাৰা প্ৰবীণ নেতাজনৰ চৰিত্ৰহননৰ চেষ্টাঃ ৰাহুল নতুন দিল্লী, ২১ আগষ্টঃ আই এন এক্স মিডিয়া গোচৰত বোম্বে হাইক’ৰ্টে প্ৰাক্তন কেন্দ্ৰী মন্ত্ৰী পি চিদম্বৰমৰ আগতীয়া জামিন নাকচ কৰাৰ পিছত উচ্চতম ন্যায়ালয়ত হাইক’ৰ্টক প্ৰত্যাহবান জনাই দাখিল কৰা আবেদনৰ জৰুৰীভাৱে শুনানি গ্ৰহণ কৰাৰ প্ৰস্তুতি কৰিছে। বিচাৰপতি এন ভি ৰামান্নাই চিদম্বৰমৰ হৈ উচ্চতম ন্যায়ালয়ত …

অধিক »

২২ ছেপ্টেম্বৰৰ পৰা ন’কএয়াৰে গুৱাহাটী-বেংককৰ মাজত আৰম্ভ কৰিব সেৱা

গুৱাহাটী, ২১ আগষ্ট : থাইলেণ্ডৰ ন’ক এয়াৰে গুৱাহাটী আৰু বেংককৰ মাজত সপ্তাহত দুবাৰকৈ পোনপটীয়া ন’ন্‌-ষ্টপফ্লাইট ২২ ছেপ্টেম্বৰত গুৱাহাটীৰ পৰা আৰম্ভ কৰিবলৈ লৈছে। গুৱাহাটীৰপৰা ফ্লাইট সেৱা বৃহস্পতিবাৰে আৰু সোমবাৰে উপলব্ধ হব আৰু বেংককৰপৰা সেৱা বুধবাৰে আৰু শনিবাৰে উপলব্ধ হব। ন’কএয়াৰ সেৱাই আকৰ্ষণীয় ভাড়া, নিমজচেক —ইন সুবিধা আৰু বিশ্বমানৰ ইনফ্লাইট সেৱাৰে সৈতে সম্পূৰ্ণ …

অধিক »

নতুন বিধিয়ে অনুষ্ঠিত এপিএছচি পৰীক্ষালৈ আনিব আমুল পৰিৱৰ্তন

ফাইট এগেইনষ্ট ইন জাষ্টিচ অফ এপিএছচিৰ সংবাদমেলত মানস প্ৰতিম শৰ্মা মহানগৰ প্ৰতিবেদক, ২০ আগষ্ট : অসম লোকসেৱা আয়োগ (এপিএছচি)ৰ পৰীক্ষাসমূহ এতিয়াৰে পৰা নতুন ২০১৯ বিধিৰে অনুষ্ঠিত হ’ব। ২০১০ৰ বিধিখন প্ৰত্যাহাৰ কৰি লোকসেৱা আয়োগে চলিত বৰ্ষৰ ১ এপ্ৰিলত যিখন নতুন বিধি বলৱৎ কৰিছে সেই অনুসৰিয়ে এতিয়াৰে পৰা এপিএছচিৰ পৰীক্ষাসমূহ অনুষ্ঠিত হ’ব। ইয়াৰ …

অধিক »