শেহতীয়া খবৰ

শেহতীয়া খবৰ

আজি ৬৭৮৮৯৮ ভোটাৰে নিৰ্ণয় কৰিব ২০ প্ৰাৰ্থীৰ ভাগ্য : ৮৩০টা ভোট কেন্দ্ৰত কটকটীয়া নিৰাপত্তা বেষ্টনী

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২০ অক্টোবৰ : ৰথী-মহাৰথীৰ তীব্ৰ প্ৰচাৰ অভিযানৰ অন্তত কাইলৈ অনুষ্ঠিত হ’ব ৰাজ্যৰ চাৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোট গ্ৰহণ। কাইলৈ অনুষ্ঠিত হ’বলগীয়া ভোট গ্ৰহণক লৈ ইতিমধ্যে সকলো ধৰণৰ বিষয়া-কৰ্মচাৰী প্ৰতিটো ভোট কেন্দ্ৰত উপস্থিত হৈছে। ভোট কেন্দ্ৰসমূহত যাতে কোনোধৰণৰ হিংসাত্মক পৰিৱেশৰ সৃষ্টি হ’ব নোৱাৰে, তাৰ বাবে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা …

অধিক »

ভাৰত-পাক সীমান্তত যুদ্ধৰ দামামা : ভাৰতীয় সেনাৰ গোলাবৰ্ষণত কে’বাজনো পাক সেনাৰ মৃত্যু

পাকিস্তানৰ আক্ৰমণত ভাৰতীয় দুই সেনা শ্বহীদ শ্ৰীনগৰ, ২০ অক্টোবৰ : ভাৰত আৰু পাকিস্তানৰ সীমান্তত যুদ্ধৰ দামামা আৰম্ভ হৈছে। দুই দেশে যুদ্ধবিৰতি উলংঘনৰ অভিযোগেৰে আৰম্ভ কৰিছে আক্ৰমণ। যাৰ ফলত সীমান্তত পুনৰ এবাৰ যুদ্ধসদৃশ পৰিৱেশ উদ্ভৱ হৈছে। এফালে যদি পাকিস্তানী সেনাই যুদ্ধবিৰতি উলংঘন কৰি ভাৰতত আক্ৰমণ চলাইছে। আনফালে ভাৰতেও তাৰ প্ৰত্যুত্তৰ স্বৰূপে পাকিস্তানত …

অধিক »

তথ্য বিচাৰি গুৱাহাটীস্থ সংখ্যালঘু উন্নয়ন বৰ্ডৰ কাৰ্যালয়ত আৰক্ষীৰ অভিযান

ৰাজ্যত সংখ্যালঘু ছাত্ৰ বৃত্তিৰ কেলেংকাৰীৰ তদন্তৰ নতুন মোৰ : ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ১৯ অক্টোবৰ : নগাঁৱত সংঘটিত সংখ্যালঘু ছাত্ৰ বৃত্তিৰ কেলেংকাৰীয়ে নতুন মোৰ লৈছে। ইতিমধ্যে নগাঁও আৰক্ষীয়ে এক তদন্তকাৰী গোট গঠন কৰি অব্যাহত ৰখা তদন্তৰ অংশ হিচাপে আজি দলটোৱে গুৱাহাটীস্থ সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ একাংশ বিষয়া-কৰ্মচাৰীৰ পৰা তথ্য সংগ্ৰহ কৰে। তদন্তকাৰী বিষয়া …

অধিক »