শেহতীয়া খবৰ

শেহতীয়া খবৰ

অবড়োৰ সুৰক্ষাৰ স্বাৰ্থত গঠন হ’ব বিটিএডি আৰ্মী : সংবাদমেলত কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াৰ ঘোষণা

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২০ আগষ্ট : বিটিএডিত অবড়ো লোকসকল ৰাজনৈতিক অধিকাৰৰ লগতে বিভিন্ন ক্ষেত্ৰত বঞ্চনাৰ সন্মুখীন হৈ আহিছে। দীৰ্ঘদিন ধৰি সন্মুখীন হৈ অহা অবড়োৰ সমস্যা ৰাজনৈতিকভাৱে সমাধান কৰিব লাগিব। বিটিএডিত প্ৰতিমুহূৰ্তত আক্ৰমণৰ সন্মুখীন হৈছে অবড়ো জনসাধাৰণ। বিটিচিত অবড়ো জনসাধাৰণৰ সুৰক্ষাৰ স্বাৰ্থত এইবাৰ গঠন হ’ব বিটিএডি আৰ্মী। অবড়ো সুৰক্ষা সমিতিৰ অধীনত গঠন …

অধিক »

এনআৰচিত নাম অন্তৰ্ভুক্ত নোহোৱা ভাৰতীয়ক আইনী সহায় কৰিব কংগ্ৰেছে

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২০ আগষ্ট : ৰাষ্ট্ৰীয় নাগৰীকপঞ্জী উন্নীতকৰণ, চমুকৈ এনআৰচি প্ৰকাশ পাবলৈ মাজত মাত্ৰ দহটা দিন বাকী। অৰ্থাৎ ৩১ আগষ্টত প্ৰকাশ পাব চূড়ান্ত এনআৰচি। এনআৰচি প্ৰকাশৰ পিছত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে সকলোকে আইন-শৃংখলা বজাই ৰাখিবলৈ আহবান জনাইছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰাই। প্ৰকৃত …

অধিক »

চূড়ান্ত এনআৰচিৰ পৰা বাদ পৰিব কে’বালক্ষাধিক ভাৰতীয় লোকৰ নাম : সাংসদ আব্দুল খালেকৰ শংকা

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২০ আগষ্ট : ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ, চমুকৈ এন আৰ চি প্ৰকাশক লৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাতে শেহতীয়া কাম-কাজক লৈ মুখ খুলিছে বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকে। চূড়ান্ত এন আৰ চিৰ পৰা বাদ পৰিব কেইবা লক্ষাধিক ভাৰতীয় লোকৰ নাম। ৩১ আগষ্টত প্ৰকাশ পাবলগীয়া চূড়ান্ত এন …

অধিক »