শেহতীয়া খবৰ

শেহতীয়া খবৰ

৫০ বুদ্ধিজীৱিৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহিতাৰ গোচৰঃ প্ৰধান মন্ত্ৰীলৈ পত্ৰ লেখাই কাল

কংকনা ৰানাৱাট, অনুৰাগ কাশ্যপ, ৰামচন্দ্ৰ গুহ, মণি ৰত্নমৰ বিৰুদ্ধে দেশৰ ভাবমূৰ্তি বিনষ্ট কৰাৰ চেষ্টাৰ অভিযোগ ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৪ অক্টোবৰ : দেশত অসহিষু্ণতা আৰু মোদীৰ অন্ধ ভক্তিৰ পৰিমাণ দিনকদিনে যে বৃদ্ধি পাইছে তাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে মোদী সমৰ্থকে। দেশৰ গুৰুত্বপূৰ্ণ সমস্যাৰ ওপৰত মাত মতাৰ বাবে ৫০জনকৈ চলচ্চিত্ৰ জগতৰ বিশিষ্ট …

অধিক »

আজি মহাসপ্তমী : ৰজাৰ ছত্ৰভংগৰ যোগেৰে ঘোঁৰাত ধৰাত দেৱী

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৪ অক্টোবৰ : শাৰদীয় দুৰ্গোৎসৱক লৈ ৰাজ্যজুৰি এতিয়া উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে। ষষ্ঠীৰ বেদীত দেৱীক প্ৰতিষ্ঠা কৰাৰ পিছতে ঢাক-ঢোল, মন্ত্ৰ উচ্চাৰণ, দবা, কাঁহ, শংখধবনি, নৈবেদ্যৰে দশভুজাৰ আৰাধনা কৰাত ব্যস্ত এতিয়া ৰাজ্যৰ চৌদিশ। শাৰদীয় দুৰ্গোৎসৱ আৰম্ভ হোৱাৰ লগে লগে সমগ্ৰ ৰাজ্যত এতিয়া আনন্দ আৰু উছাহৰ লহৰ পৰিলক্ষিত হৈছে। আজি …

অধিক »

বহু আশাৰে কাজিৰঙালৈ আহি নিৰাশ হ’ল বহি:ৰাজ্যৰ পৰ্যটক

গণবাৰ্তা,কাজিৰঙা: কাজিৰঙালৈ আহি নিৰাশ হ’ল বহিৰাজ্যৰ  বহু পৰ্যটক ৷ বহু আশাৰে কাজিৰঙাৰ বন্যপ্ৰাণীৰ লগতে মনোমোহা দৃশ্য স্বচক্ষে উপভোগ কৰাৰ মানসেৰে কাজিৰঙাত উপস্থিত হৈ নিৰাশ হ’ব লগিয়া হ’ল চেন্নাই,পশ্চিমবঙ্গৰ লগতে আনৰাজ্যৰ একাংশ পৰ্যটক ৷ কাৰণ ৰাষ্ট্ৰীয় উদ্যানখন বৰ্তমান পৰ্যটকৰ বাবে মুকলি হোৱা নাই ৷ উল্লেখ্য যে বিগত বৰ্ষত অক্টোবৰ মাহৰ প্ৰথম সপ্তাহত …

অধিক »