শেহতীয়া খবৰ

শেহতীয়া খবৰ

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু তথ্য-বিভ্ৰাট

✍আতৰ আলী চৌধুৰী বহু আকাংক্ষিত আৰু প্ৰতীক্ষিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ দ্বিতীয়খন খচৰা আমাৰ মাজলৈ আহিল। তাৰ বাবে মাননীয় উচ্চতম ন্যায়ালয়ক অশেষ ধন্যবাদ। উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত আৰু নীতি-নিৰ্দেশনাত হোৱা বাবে নাগৰিকপঞ্জীখনে আমাৰ মাজত আহি উপস্থিত হোৱাৰ সুযোগ পাইছে, নহ’লে হয়তো ৰাজনীতিৰ ৰণুৱা ঘোঁৰাৰ পিঠিত বহি কেৱল দৌৰি থাকিলহেঁতেন- নিৰস্ত্ৰ সৈনিকৰ দৰে। নাগৰিকপঞ্জীৰ …

অধিক »

খুশ্ৰাবাৰীত আমছুৰ সমিতি গঠন

গণ বাৰ্তাঃ পল্লাৰপাৰঃ  সংগ্ৰামী অভিনন্দন যাঁচি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন(আমছু)ৰ বাক্সা জিলা সমিতিৰ অন্তৰ্গত  খুশ্ৰাৱাৰী আঞ্চলিক সমিতিখন পুণৰ গঠনাৰ্থে জাকিৰ হুছেইনৰ সভাপতিত্বত এখন বিশেষ সাধাৰণ সভা অনুষ্ঠিত হয়। উক্ত সভাত জিলা সমিতিৰ উপ সভাপতিদ্বয় ক্ৰমে ৰাজু মামুদ, ছামছুল হক, সাধাৰণ সম্পাদক ছাইফুল ইছলাম খান, সাংগঠনিক সম্পাদক গোলাপ ৰাব্বানী আৰু …

অধিক »

আফগানিস্তানত আত্মঘাতী আক্ৰমণ

ডিজিটেল ডেস্কঃ আফগানিস্তানৰ পশ্চিম অঞ্চলৰ ফৰাহত সন্ত্ৰাসবাদী সংগঠন তালিবানে সেনাৰ শিবিৰত আক্ৰমণ চলায়। আত্মঘাতী আক্ৰমণকাৰী এটি দলে সেনাক উদ্দেশ্যি আক্ৰমণ চলায়। ফলত সেনাৰ ১৮ জন নিহত হয়। উক্ত আক্ৰমণত আন ৮ জন আহত বুলি প্ৰকাশ। প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি তালিবানৰ এটি বৃহৎ দলে আকস্মিকভাৱে সেনাৰ শিবিৰ এটিত আক্ৰমণ চলায়। …

অধিক »