শেহতীয়া খবৰ

শেহতীয়া খবৰ

এন আৰ চিৰ খচৰাৰ পৰা নাম বাদ পৰাসকল কোন ?

জাহিদুল ইছলাম মিৰ্ধা| এক দীঘলীয়া পৰিক্ৰমা আৰু বাদ বিবাদৰ অন্তত অসমৰ জনসাধাৰণৰ দীৰ্ঘদিনীয়া সপোন ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন আমি পাবলৈ ওলাইছো। উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ তত্ত্বাৱধানত চলি থকা নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম ইতিমধ্যে কেবাটাও স্তৰ অতিক্ৰম কৰি আজিৰ পৰ্যায়ত উপনীত হৈছে। দুটাকৈ ভাগত প্ৰকাশ পোৱা নাগৰিকপঞ্জীত প্ৰায় দুই কোটি নব্বৈ লাখ লোকৰ নাম অন্তৰ্ভুক্ত …

অধিক »

ধৃত ছামেদুৰৰ মুখত বিস্ফোৰক তথ্যঃ দীঘলীয়া হ’ব কলংকিত ৰাজপত্ৰিত বিষয়াৰ তালিকা

কেলেংকাৰীত জড়িত ৪০ শতাংশ ৰাজপত্ৰিত বিষয়া মুক্ত আকাশৰ তলত কৃষি বিষয়াৰ নিযুক্তিত মহিলা এপিএছচিৰ সদস্যৰ ৰহস্যজনক ভূমিকা ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটীঃ এপিএছচি কেলেংকাৰীত ৫৬ জন ৰাজপত্ৰিত বিষয়া ৰঙা ঘৰৰ আলহী হোৱাৰ পিছত শেহতীয়াকৈ কৃষি উন্নয়ন বিষয়ৰ কেলেংকাৰীৰ গোচৰত ছামেদুৰ ৰহমানক গ্ৰেপ্তাৰ কৰাৰ পিছতে এপিএছচিৰ কেলেংকাৰী সন্দৰ্ভত নতুন নতুন তথ্য পোহৰলৈ আহিছে। …

অধিক »

এনএছকেত চলিছে চৰম অৰাজকতাঃ খচৰাত নাম থকা লোকো হ’ল ‘ডি’ভোটাৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটীঃ এনআৰচিৰ চূড়ান্ত খচৰাত সৃষ্টি হোৱা বিসংগতিৰ পিছতেই শেহতীয়াকৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। সাধাৰণ জনতাৰ জীৱনক লৈ খেলা কৰিছে একাংশ বিষয়াই। বিশেষকৈ এটা বিশেষ সম্প্ৰদায়ক ডি-ভোটাৰ অথবা বিদেশী সজাবলৈ উঠিপৰি লাগিছে এটা চক্ৰই। এনআৰচিৰ চূড়ান্ত খচৰাত নাম অন্তৰ্ভুক্ত হোৱাৰ পিছতো নিৰীহ লোকক ডি-ভোটাৰ সজাবলৈ কুটিল ষড়যন্ত্ৰ চলাই …

অধিক »