শেহতীয়া খবৰ

শেহতীয়া খবৰ

জনসমুদ্ৰত বাজপেয়ীৰ অন্তিম যাত্ৰা

২১ টোপধবনিৰে ৰাষ্ট্ৰীয় মৰ্যাদাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ শেষকৃত্য সম্পন্ন বাংলাদেশ, ভূটান, পাকিস্তান, আফগানিস্তান, নেপাল, শ্ৰীলংকাৰ লগতে কেইবাখনো ৰাষ্ট্ৰৰ প্ৰতিনিধিৰ অংশগ্ৰহণ ডিজিটেল ডেস্কঃ পঞ্চভূতত বিলীন হ’ল দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ নশ্বৰদেহ। মৃত্যুৰ ২৪ ঘণ্টাৰ পিছত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ নশ্বৰদেহ পঞ্চভূতত বিলীন হয়। আজি বিয়লি পাঁচ বজাত ৰাষ্ট্ৰীয় মৰ্যাদাৰে দিল্লীৰ …

অধিক »

অৱসৰপ্রাপ্ত কর্মচাৰীক পুনৰ নিযুক্তি দিয়াৰ ব্যৱস্থা

গণ অধিকাৰ, ডিজিটেল ডেস্কঃ ৰাজ্যৰ প্রশাসনিক ব্যৱস্থাত খালী হৈ থকা পদ পূৰণ কৰি শিক্ষিত নিবনুৱাক সংস্থাপন দিয়াৰ পৰিৱর্তে অৱসৰপ্রাপ্ত বিষয়াকে পুনৰ নিযুক্তিৰ ব্যৱস্থাৰে নিবনুৱাক ভাতে মাৰিব বিচাৰিছে বিজেপি চৰকাৰে৷ ৰাজ্যৰ এশ এবুৰি সমস্যা সমাধানৰ লগতে ২০ লাখ শিক্ষিত নিবনুৱাক সংস্থাপনৰ প্রতিশ্রুতি দিয়া সর্বানন্দ সোণোৱাল নেতৃত্বাধীন পৰিৱর্তনকামী চৰকাৰে নিবনুৱাক নিযুক্তিৰ লগতে …

অধিক »

এছিয়ান গেমছত ভাৰতৰ ধ্বজাবাহক নিৰজ চোপ্ৰা

গণ অধিকাৰ, ডিজিটেল ডেস্কঃ কেইটামান দিনৰ পিছতে আৰম্ভ হ’বলগীয়া ১৮ সংখ্যক এছিয়ান গেমছত ভাৰতৰ ধবজা বহন কৰিব জেভলিন থ্ৰো এথলিট নিৰজ চোপ্ৰাই। গ’ল্ডকোষ্ট কমনৱেল্থ ক্ৰীড়াত সোণৰ পদক জয়ী নিৰজ চোপ্ৰাই সমাগত এছিয়ান গেমছত ভাৰতীয় দলৰ নেতৃত্বলৈ পতাকা বহন কৰিব বুলি প্ৰকাশ কৰিছে ভাৰতীয় অলিম্পিক সংঘৰ অধ্যক্ষ নৰেন্দ্ৰ ধ্ৰুৱ বাৰ্তাই। ইণ্ডোনেছিয়াৰ …

অধিক »