শেহতীয়া খবৰ

শেহতীয়া খবৰ

ওদালগুৰি জিলা আন্তঃমহাবিদ্যালয় ফুটবল টুৰ্ণামেণ্টত পানেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় বিজয়ী

ডিজিটেল ডেস্কঃ ওদালগুৰি জিলাৰ টংলা মাষ্টাৰ্ছ স্প’ৰ্টছ এছ’চিয়েশ্যনৰ উদ্যোগত টংলা ষ্টেডিয়ামত ৩ ছেপ্টেম্বৰত আৰম্ভ হোৱা পঞ্চম বাৰ্ষিক উপেন্দ্ৰ নাথ দাস আৰু পদ্মৰাম চৌধুৰী সোঁৱৰণী ওদালগুৰি জিলাভিত্তিক আন্তঃমহাবিদ্যালয় প্ৰাইজমানি ফুটবল টুৰ্ণামেণ্টৰ আজিৰ চূড়ান্ত খেলত পানেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ট্ৰাইব্ৰেকাৰৰ সহায়ত অৰুণোদয় জুনিয়ৰ কলেজক ৬-৫ গ’লত পৰাজিত কৰি বিজয়ী হয়৷ ভেৰগাঁও মহকুমাধিপতি …

অধিক »

ব্রহ্মপুত্র উপত্যকাত হ’ব বৃহৎ ভূমিকম্প

ডিজিটেল ডেস্কঃ ভয়াৱহ বিপদৰ দুৱাৰডলিত আছে অসম৷ নেপালৰ বৰভূঁইকঁপৰ পাছত উত্তৰ ভাৰতৰ লগতে অসমৰ ব্রহ্মপুত্র উপত্যকাত এটা বৃহৎ ভূমিকম্পৰ আশংকা বৃদ্ধি পাইছে৷ আই আই টি, খড়গপুৰৰ ভূকম্পন বিজ্ঞানীয়ে প্রকাশ কৰিছে এই ভয়াৱহ আশংকা৷ আনহাতে, কালি অসমৰ কোকৰাঝাৰ জিলাত অভিকেন্দ্র থকা ভূমিকম্পটোৰ শক্তি দ্বিতীয় মহাসমৰৰ সময়ত জাপানৰ হিৰোশ্বিমাত আমেৰিকাই নিক্ষেপ কৰা …

অধিক »

অসমৰ ১৮জন জনপ্রতিনিধিৰ বিপদ আসন্ন

ডিজিটেল ডেস্কঃ উচচতম ন্যায়ালয়ে কালি দেশৰ ১৯খন ৰাজ্যৰ বিধায়ক আৰু সাংসদসকলৰ বিৰুদ্ধে থকা গোচৰৰ সবিশেষ তথ্য বিচাৰি ৰাজ্যকেইখনৰ উচচ ন্যায়ালয়ৰ মহাপঞ্জীয়ক আৰু মুখ্য সচিবলৈ নির্দেশনা জাৰি কৰাৰ পাছত অসমৰ ১৮জন বিধায়ক আৰু সাংসদৰ চকুৰ টোপনি হৰিছে৷ উচচতম ন্যায়ালয়ে বিধান পালিকাৰ সদস্যৰ বিৰুদ্ধে থকা গোচৰৰ ন্যায়িক প্রক্রিয়া ক্ষিপ্রতাৰে নিষ্পত্তি কৰিবলৈ লোৱা …

অধিক »