শেহতীয়া খবৰ

শেহতীয়া খবৰ

বাজপেয়ীৰ মৃত্যুত মহানগৰীত আমছুৰ বন্তি প্ৰজ্বলন

ডিজিটেল ডেস্কঃ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বিজেপিৰ পিতামহ অটল বিহাৰী বাজপেয়ীৰ মৃত্যুত আজিও শোকস্তব্ধ হৈ আছে দেশ। জননেতা বাজপেয়ীৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰি দেশৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন দল-সংগঠনে আয়োজন কৰিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। আজি মহানগৰীৰ ৰাজধানী মছজিদৰ সমীপত আমছুৰ মহানগৰ জিলা সমিতিয়ে বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে। আমছুৰ মহানগৰ …

অধিক »

শান্তিৰ নবেল জয়ী ৰাষ্ট্ৰসংঘৰ প্ৰাক্তন সচিব কফি আন্নানৰ মৃত্যু

গণ অধিকাৰ, ডিজিটেল ডেস্কঃ শান্তিৰ নবেল বিজয়ী তথা ৰাষ্ট্ৰসংঘৰ প্ৰাক্তন সচিব কফি আন্নান আৰু নাই৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮০৷ ছুইজাৰলেণ্ডৰ স্থানীয় সময়মতে শনিবাৰে ৰাতিপুৱা এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে সমগ্ৰ বিশ্বতে জনপ্ৰিয়তা অৰ্জন কৰা আন্নানে৷ শনিবাৰে টুইটাৰ যোগে কফি আন্নানৰ মৃত্যুৰ খবৰ ৰাজহুৱা কৰিছিল পৰিয়াল আৰু কফি …

অধিক »

গাড়ীৰ মূল্য বৃদ্ধি কৰিলে মাৰুতি ছুজুকিয়ে

ডিজিটেল ডেস্কঃ হঠাৎ গাড়ীৰ মূল্য বৃদ্ধি কৰিলে মাৰুতি ছুজুকি ইণ্ডিয়াই৷ তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ৬,১০০ টকা পৰ্যন্ত মূল্য বৃদ্ধি কৰিলে মাৰুতি ছুজুকিয়ে৷ গাড়ী নিৰ্মাণত ব্যৱহৃত কেঁচা সামগ্ৰীৰ মূল্য বৃদ্ধি আৰু ডলাৰৰ তুলনাত টকাৰ অৱমূল্যায়নৰ পৰিপ্ৰেক্ষিততে গাড়ীৰ মূল্যবৃদ্ধি কথা ঘোষণা কৰে প্ৰতিষ্ঠানটোৱে৷ একেদৰে জাৰ্মীনীৰ বিলাসী গাড়ী নিৰ্মাতা প্ৰতিষ্ঠান মাৰ্ছিডিজ বেঞ্জেও ছেপ্তেম্বৰৰ পৰা …

অধিক »