শেহতীয়া খবৰ
Home / Tag Archives: AAMSU

Tag Archives: AAMSU

অসম চুক্তিক অকৰ্তৃত্বশীলভাৱে পুনৰ লিখন কৰাটো যুক্তিসংগত নহয়

কেন্দ্ৰীয় গৃহমন্ত্ৰী, গৃহ সচিব, মুখ্যমন্ত্ৰীলৈ আমছুৰ স্মাৰকপত্ৰ ষ্টাফ ৰিপ’ৰ্টাৰ : অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰী কৰিবলৈ গঠন কৰা উচ্চস্তৰীয় কমিটীৰ শেহতীয়া কেতবোৰ কাৰ্যপন্থাক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। বিশেষকৈ অসম চুক্তিৰ ছয় নং দফাত উল্লেখ থকা অসমীয়া শব্দটোৰ সলনি পুনৰ লিখনৰ জৰিয়তে খিলঞ্জীয়া শব্দটো ব্যৱহাৰ কৰি সাংবিধানিক ৰক্ষাকৱচ দিয়াৰ নামত …

অধিক »

বিশেষ নিউজ ৰিপ’ৰ্ট | পাইলট প্ৰজেক্টৰ সময়ত আমছুৰ বাবে সংঘটিত হৈছিল হিংসাত্মক ঘটনা : প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১ ছেপ্টেম্বৰ :এনআৰচিৰ পাইলট প্ৰজেক্টৰ সময়ত বৰপেটাত সংঘটিত ভয়াৱহ হিংসাত্মক ঘটনাক লৈ এইবাৰ মুখ খুলিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। ২০১০ চনত ছয়গাঁও আৰু বৰপেটাত এনআৰচিৰ পাইলট প্ৰজেক্টৰ কাম আৰম্ভ হৈছিল। কিন্তু বৰপেটাত এক ভয়াৱহ হিংসাত্মক ঘটনা সংঘটিত হৈছিল। একমাত্ৰ আমছুৰ বাবেই বৰপেটাত পাইলট প্ৰজেক্টৰ কামৰ সময়ত এই হিংসাত্মক …

অধিক »

এনআৰচিৰ পৰা বাদ পৰিছে বহুতো প্ৰকৃত ভাৰতীয় লোকঃ সংবাদমেলত আমছুৰ অভিযোগ

◾️ নাম অন্তৰ্ভুক্ত নোহোৱা লোকক সংযম নেহেৰুৱাবলৈ আহবান ◾️ প্ৰকৃত নাগৰিকৰ নাম কৰ্তন হোৱাৰ বিষয়ে জনাব সৰ্বোচ্চ ন্যায়ালয়ৰ ◾️ ধৰ্ম-সংখ্যাৰ ভিত্তিত নহয়, তথ্য ভিত্তিত হ’ব লাগে নাগৰিকত্ব ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩১ আগষ্ট : ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ তালিকা প্ৰকাশ কৰাৰ পিছতে আজি বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আছু, এপিডব্লিউকে আদি কৰি দল-সংগঠনসমূহে নাগৰিকপঞ্জী আৰু বহুতো লোকৰ …

অধিক »

নজিৰউদ্দিন আহমেদক স্মৰণ

✍️  ছাহজাহান তালুকদাৰ অসম সংখ্যালঘু সংগ্ৰাম সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি নজিৰউদ্দিন আহমেদে ২০১৪ চনৰ আজিৰ দিনটোত আমাৰ পৰা চিৰবিদায় লৈছিল। লক্ষ লক্ষ জনতাৰ পৰা ১০০-২০০ মানুহ নাইকিয়া হ’লেও আমাৰ অনুভৱ নহয়, সমাজৰ ওপৰতো প্ৰভাৱ নপৰে। আমিও পাহৰি যাওঁ। কিন্তু তাৰ মাজতো কোনো কোনো এনে এজন বিশেষ ব্যক্তিৰ আৱিৰ্ভাৱ ঘটে, যাৰ অনুপস্থিতিয়ে …

অধিক »

এনআৰচি প্ৰকাশৰ পিছত সৃষ্টি হ’ব পৰা পৰিস্থিতিক লৈ ঘূৰণীয়া মেজমেল সাহিত্য সভা-নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ উদ্যোগত নাগৰিক সভা

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এনআৰচিক লৈ হোৱা ঋণাত্মক প্ৰচাৰৰ বিৰোধিতা ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৫ আগষ্ট : ৩১ আগষ্টত এনআৰচি প্ৰকাশৰ পিছত ৰাজ্যত সৃষ্টি হ’বলগীয়া পৰিস্থিতি সন্দৰ্ভত আজি এখন নাগৰিক সভা অনুষ্ঠিত হয় সাহিত্য সভাৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনত। এনআৰচি প্ৰকাশৰ পিছত ৰাজ্যত সৃষ্টি হ’ব পৰা অৰাজক পৰিস্থিতি যাতে শান্ত কৰিব পৰা যায় তাক …

অধিক »

এন আৰ চিৰ নামত সংখ্যালঘুক হাৰাশাস্তি কৰাৰ বিৰুদ্ধে ৰাজ্যজুৰি আমছুৰ প্ৰতিবাদ

নলবাৰীত আমছুৰ অৱস্থান ধৰ্মঘট পালন : ষ্টাফ ৰিপ’ৰ্টাৰ, নলবাৰী, ৯ আগষ্টঃ এন আৰ চিৰ শুনানিৰ নামত সংখ্যালঘু সম্প্ৰদায়ৰ লোকক অযথা হাৰাশাস্তি কৰাৰ প্ৰতিবাদত আজি নলবাৰী জিলা আমছুৰ আহ্বানত উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। নলবাৰী জিলা আমছুৰ সভাপতি আমিৰুল ইছলামৰ নেতৃত্বত প্ৰায় তিনি শতাধিক আমছু কৰ্মীয়ে দিনৰ …

অধিক »

৩১ জুলাইত চূড়ান্ত এন আৰ চি প্ৰকাশত অনিশ্চয়তা

৮০ লাখ লোকৰ পুনৰীক্ষণ সম্পূৰ্ণ হৈছে : হাজেলা খচৰাত অন্তৰ্ভুক্ত হৈছে লাখ লাখ অবৈধ বিদেশী : ছলিছিটৰ জেনেৰেল এন আৰ চি প্ৰকাশৰ সদিচ্ছা নাই চৰকাৰৰ : আমছু ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৯ জুলাই : বহু প্ৰত্যাশিত এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশক লৈ চৰম অনিশ্চয়তাই দেখা দিছে। পূৰ্বে নিৰ্ধাৰণ কৰা সময় অনুসৰি ৩১ জুলাইত …

অধিক »

যোগীঘোপাত আমছুৰ বান সাহায্য বিতৰণ

মনোৱাৰ হুছেইন, যোগীঘোপাঃ বঙাইগাঁও জিলাৰ বইটামাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত যোগীঘোপাৰ বিভিন্ন স্থানত প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্থ হোৱা বানাক্ৰান্ত লোকৰ মাজত আজি আমছুৰ এটি সজাতি দলে বান সাহায্য বিতৰণ কৰে। আমছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেজাউল কৰিম সৰকাৰৰ নেতৃত্বত আমছুৰ এটি সজাতি দলে যোগীঘোপাৰ ঔডুবি, পূৱ মাজেৰ আলগা, পশ্চিম মাজেৰ আলগা আদি পঞ্চায়ত পৰিদৰ্শন …

অধিক »

এন আৰ চিৰ পূৰ্ণাংগ তালিকা প্ৰকাশক লৈ অনিশ্চয়তা

চৰকাৰৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল আছু-আমছু অসম চৰকাৰৰ কৰ্মচাৰীৰ কামৰ ওপৰত সন্দেহ কৰাটো হাস্যকৰ:  দীপাংক নাথ প্ৰথমতে কেব, তাৰ পিছত এন আৰ চি বুলি অমিত শ্বাহৰ ঘোষণা কাৰ্যকৰী কৰাৰ ষড়যন্ত্ৰ: আজিজুৰ ৰহমান  ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৯ জুলাই : ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ, চমুকৈ এন আৰ চিৰ পূৰ্ণাংগ তালিকা প্ৰকাশক লৈ মাজত …

অধিক »

ডিটেনচন কেম্পত বন্দী মধুবালাৰ ঘৰত আমছুৰ সঁজাতী দল

চিৰাঙৰ পৰা সঞ্জয় সৰকাৰ আৰু ৰিমো সেন, ৯ জুন ঃ নামৰ কিছু মিল থকাৰ বাবে মৃত মধুবালা নমঃদাসৰ সলনি মধুবালা মণ্ডল নামৰ দৰিদ্ৰ মহিলাগৰাকীক বিদেশী সজাই বিগত প্ৰায় তিনি বছৰ ধৰি ডিটেনচন কেম্পত আবদ্ধ কৰি ৰখাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা (আমছু)ৰ সভাপতি ৰেজাউল কৰিম …

অধিক »