শেহতীয়া খবৰ
Home / Tag Archives: AASU

Tag Archives: AASU

বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিবেশন আৰু বিশেষ অভিনন্দন অনুষ্ঠান সম্পন্ন

পঙ্কজ নাথ, চাংসাৰি, ১১ আগষ্ট : কামৰূপ জিলাৰ অন্তৰ্গত ২ নং বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিবেশন আৰু বিশেষ অভিনন্দন অনুষ্ঠান আজি অনুষ্ঠিত হৈ যায় । আজিৰ এই অৱস্থানত পুৱা সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে ২ নং বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি মনোৰঞ্জন দাসে । শ্বহীদ তৰ্পন কৰে …

অধিক »

চৰকাৰৰ উদ্ধাৰকাৰ্য আৰু সাহায্য ক্ষিপ্ৰ কৰাৰ দাবী ছাত্ৰ সন্থাৰ

আছুৰ সকলো গোটলৈ জৰুৰী আহবান গুৱাহাটী, ১৪ জুলাই ঃসমগ্ৰ অসমত বান আৰু গৰাখহনীয়াই ৰাজ্যখনৰ জনসাধাৰণৰ মাজত বিভীষিকাৰ সৃষ্টি কৰিছে। নিতৌ ন-ন অঞ্চল প্ৰলয়ংকৰী বানৰ কবলত পৰি জনজীৱনৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। ঠায়ে ঠায়ে বানপীড়িত জনগণে সাহায্যৰ পৰা বঞ্চিত হৈছে। চৰকাৰক উদ্ধাৰকাৰ্য আৰু পৰ্যাপ্ত সাহায্যৰ ব্যৱস্থা খৰতকীয়া কৰাৰ বাবে ছাত্ৰ সন্থাই …

অধিক »

এন আৰ চিৰ পূৰ্ণাংগ তালিকা প্ৰকাশক লৈ অনিশ্চয়তা

চৰকাৰৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল আছু-আমছু অসম চৰকাৰৰ কৰ্মচাৰীৰ কামৰ ওপৰত সন্দেহ কৰাটো হাস্যকৰ:  দীপাংক নাথ প্ৰথমতে কেব, তাৰ পিছত এন আৰ চি বুলি অমিত শ্বাহৰ ঘোষণা কাৰ্যকৰী কৰাৰ ষড়যন্ত্ৰ: আজিজুৰ ৰহমান  ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৯ জুলাই : ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ, চমুকৈ এন আৰ চিৰ পূৰ্ণাংগ তালিকা প্ৰকাশক লৈ মাজত …

অধিক »

বিদেশী বহিস্কৰণ : আছুৰ আবেদন উচ্চতম ন্যায়ালয়ত অন্তৰ্ভুক্ত

নাগৰিকপঞ্জীৰ দাবী আপত্তি : খৰখেদা নকৰি আইনসন্মতভাৱে ভালকৈ পৰীক্ষা কৰাৰ আহ্বান নতুন দিল্লী, ৩০ মে’ : উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ অনিৰুদ্ধ বসুৰ বিচাৰপীঠে (ভেকেচন বেঞ্চ) অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ দাবী, আপত্তিৰ বিষয়ত আইনসন্মতভাৱে খৰখেদা নকৰি ভালকৈ নথি-পত্ৰ পৰীক্ষা কৰিবলৈ সমন্বয়ক প্ৰতীক হাজেলাৰ জৰিয়তে নাগৰিকপঞ্জীত জড়িত সকলো বিষয়া-কৰ্মচাৰীক পৰামৰ্শ দিয়ে। …

অধিক »

আছুৰ প্ৰতিবাদত উত্তাল নাজিৰাৰ অসম সম্পদৰ মুখ্য কাৰ্যালয়

তৈল ক্ষেত্ৰ বহিৰাগত কোম্পানীক হস্তান্তৰৰ বিৰোধিতা গণ বাৰ্তা, শিমলুগুৰি, ২১ মে’ : শিৱসাগৰ জিলাৰ নাজিৰাস্থিত অ’ এন জি চি অসম সম্পদৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত সদৌ অসম ছাত্ৰ সন্থা, চমুকৈ আছুৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। অ’ এন জি চিৰ গেলেকী তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডলৈ নিয়াৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত শ …

অধিক »

নাগৰিকত্ব সংশোধনী বিধেয়ক এখন সাম্প্ৰদায়িক বিধেয়ক, শিলচৰত মোদীৰ হুংকাৰৰ পিছতে সৰৱ সমুজ্জল ভট্টাচাৰ্য

অসমত খিলঞ্জীয়াৰ প্ৰভূত্ব থাকিবই লাগিব ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১২ এপ্ৰিল ঃ শিলচৰত নিৰ্বাচনী জনসভাত প্ৰচাৰ চলাবলৈ আহি অসমৰ মাটিত থিয় হৈ অসমৰ অস্তিত্বৰ বিৰোধী নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিমেই বুলি হুংকাৰ দিয়া নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে আছু। বিজেপিয়ে নিজৰ ঘোষণা-পত্ৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগ উত্থাপন কৰি পুনৰ চৰকাৰ …

অধিক »

সংসদৰ বাহিৰে ভিতৰে কেবৰ বিৰোধিতা কৰিব জে ডি ইউ, দিল্লীত আছু-নেছক জেডিইউৰ প্ৰতিশ্ৰুতি

ষ্টাফৰিপ’ৰ্টাৰ , গুৱাহাটী, ১০ এপ্ৰিলঃ ঃ বিহাৰৰ মুখ্যমন্ত্ৰী নীতীশ কুমাৰ নেতৃত্বাধীন জনতা দল (ইউ)ৱে সংসদৰ বাহিৰে-ভিতৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰিব। আজি নতুন দিল্লীত সদৌ অসম ছাত্ৰ সন্থা- চমুকৈ আছু, উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সংগঠন- চমুকৈ নেছ’ৰ প্ৰতিনিধি দলটোৰ সৈতে হোৱা এক গুৰুত্বপূৰ্ণ আলোচনাত জেডিইউৰ জ্যেষ্ঠ নেতা কে চি ত্যাগীয়ে এই প্ৰতিশ্ৰুতি …

অধিক »

সময়হে কব, বিপিএফে কংগ্ৰেছ, ইউডিএফ, বিজেপি, অগপ- কাৰ সৈতে মিত্ৰতা কৰে: হাগ্ৰামা

গণ বাৰ্তা, কোকৰাঝাৰ, ২৪ ফেব্ৰুৱাৰী ঃ বিপিএফ কাৰো শত্ৰুও নহয়, কাৰো স্থায়ী মিত্ৰও নহয়। সময় অনুযায়ী বিপিএফে কেতিয়াবা কংগ্ৰেছৰ লগত,সময় অনুযায়ী কেতিয়াবা ইউডিএফৰ লগত, কেতিয়াবা বিজেপিৰ লগত আৰু কেতিয়াবা অগপৰ লগত থাকিবলগীয়া হ’ব পাৰে।–এই বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে বিপিএফৰ সভাপতি তথা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। আজি কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ …

অধিক »

নাগৰিকত্ব (সংশোধনী) বিধেয়কক সমৰ্থন কৰি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ ভাষণ

ডিজিচেল সংবাদঃ আজি ৩১ জানুৱাৰি বৃহস্পতিবাৰে ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে বিতৰ্কিত নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ৰ সপক্ষে নিজৰ মত প্ৰকাশ কৰিছে। তেওঁ কৈছে যে এই বিধেয়কখনে কোনো দেশত নিৰ্যাতনৰ বলি হৈ ভাৰতত আশ্ৰয় লোৱা লোকসকলক ভাৰতৰ নাগৰিকত্ব প্ৰদান কৰাৰ প্ৰক্ৰিয়া উজু কৰি তুলিব। সংসদত এটা নিয়মমাফিক ভাষণত ৰাষ্ট্ৰপতিগৰাকীয়ে কৈছে, ‘‘তেওঁলোকৰ কোনো …

অধিক »

লতাশিলৰ পৰাই দিল্লী-দিছপুৰক সকীয়নি | খিলঞ্জীয়াৰ স্বাৰ্থত লতাশিলত বজ্ৰনিনাদ 

জাতিধবংসী বিধেয়কৰ বিৰোধিতাৰে আছুসহ ৩০ সংগঠনৰ ৰণহুংকাৰ  ৰাজ্যসভাত গৃহীত হ’লে ৰাজ্যজুৰি বিজেপি কাৰ্যালয় লণ্ডভণ্ড কৰাৰ হুংকাৰ চুতীয়া ছাত্ৰ সন্থাৰ ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৩ জানুৱাৰী ঃ জাতি-মাটি-ভেটি ৰক্ষাৰ স্বাৰ্থত আজি লতাশিলৰ বাকৰিৰ পৰাই ৰণহুংকাৰ প্ৰদান কৰে আছুৰ নেতৃত্বত ত্ৰিশটাকৈ জাতীয় সংগঠনে। জাতিধবংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে হুংকাৰ প্ৰদান কৰি লতাশিল খেলপথাৰত আছুৰ …

অধিক »