শেহতীয়া খবৰ
Home / Tag Archives: Abdul Khaleque

Tag Archives: Abdul Khaleque

চূড়ান্ত এনআৰচিৰ পৰা বাদ পৰিব কে’বালক্ষাধিক ভাৰতীয় লোকৰ নাম : সাংসদ আব্দুল খালেকৰ শংকা

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২০ আগষ্ট : ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ, চমুকৈ এন আৰ চি প্ৰকাশক লৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাতে শেহতীয়া কাম-কাজক লৈ মুখ খুলিছে বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকে। চূড়ান্ত এন আৰ চিৰ পৰা বাদ পৰিব কেইবা লক্ষাধিক ভাৰতীয় লোকৰ নাম। ৩১ আগষ্টত প্ৰকাশ পাবলগীয়া চূড়ান্ত এন …

অধিক »

এনআৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা ব্লেক মেইলিঙৰ বলি হৈছে : সংবাদমেলত আব্দুল খালেক

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১০ আগষ্ট : এনআৰচিৰ শুনানিক লৈ শেহতীয়াকৈ ৰাজ্যত চলি থকা বিসংগতিক লৈ সৰৱ হৈ পৰিছে বৰপেটা লোকসভাৰ সাংসদ আব্দুল খালেক। ন্যায়ালয়ৰ নিৰ্দেশনাক অৱমাননা কৰি এটা নিশাৰ ভিতৰতেই হাজাৰ হাজাৰ শুনানিৰ জাননী প্ৰেৰণ কৰা বিষয়টোক লৈ সাংসদগৰাকীয়ে উল্লেখ কৰি কয় যে এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা ব্লেক মেইলিঙৰ বলি …

অধিক »

বঙাইগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ সমিতিৰ নতুন কাৰ্যকৰী সমিতিৰ শপত গ্ৰহণ  

বঙাইগাঁও মহাবিদ্যালয়খন এখন মিনি ইণ্ডিয়া-সাংসদ আব্দুল খালেক  বঙাইগাঁওঃ ৬ জুনঃ বঙাইগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ সমিতিৰ নতুনকৈ গঠন হোৱা কাৰ্যনিৰ্বাহক সমিতিখনৰ শপত গ্ৰহণ অনুষ্ঠান আজি অনুষ্ঠিত হয়৷ বঙাইগাঁও মহাবিদ্যালয়ৰ সভা গৃহত অনুষ্ঠিত এই শপত গ্ৰহণ অনুষ্ঠানত সভাপতিত্ব কৰে পূৰ্বৰ সমিতিখনৰ সভাপতি প্ৰাণেশ্বৰী লাহেড়ীয়ে৷ অনুষ্ঠানত বঙাইগাঁও মহাবিদ্যালয় প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ সমিতিৰ …

অধিক »

ধৰ্মীয় মেৰুকৰণত সফল বিজেপি : প্ৰদ্যুৎ বৰদলৈৰ অভিযোগ

কংগ্ৰেছৰ নৱ নিৰ্বাচিত তিনি সাংসদক ৰাজীৱ ভৱনত সম্বৰ্ধনা অসম আৰু অসমীয়াৰ স্বাৰ্থত সংসদত বলিষ্ঠ পদক্ষেপ লোৱাৰ সংকল্প ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৬ মে’ : ধৰ্মীয় মেৰুকৰণত সফল হৈছে বিজেপি। সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত বিজেপিয়ে যি ধৰণে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰিছিল, সেইক্ষেত্ৰত সম্পূৰ্ণৰূপে সফল হৈছে। আজি গুৱাহাটীত অম্বৰিশ হোটেলত আয়োজিত এক সংবাদমেলত নগাঁও …

অধিক »

বৰপেটা লোকসভাৰ নৱ-নিৰ্বাচিত সাংসদ আব্দুল খালেকক লৈ বিজয় উৎসৱ

গণ বাৰ্তা, বৰপেটা, ২৪ মে’ : বৰপেটা লোকসভাৰ নৱনিৰ্বাচিত সাংসদ আব্দুল খালেকক আজি অভিনন্দন জনায় নিৰ্বাচনী নডেল বিষয়া তথা জিলা উপায়ুক্ত মুনিন্দ্ৰ শৰ্মাই । উপায়ুক্তৰ কাৰ্যালয় কক্ষত নৱনিৰ্বাচিত সাংসদগৰাকীক অভিনন্দন জনোৱাৰ লগতে দুয়োৰে মাজত বাৰ্তালাপো হয় । ইপিনে আজি বিয়লিৰ ভাগত ৰাজীৱ ভৱনত বিপুল আদৰণি জনায় নৱনিৰ্বাচিত সাংসদগৰাকীক । বৰপেটা চহৰৰ …

অধিক »

বৰপেটাত কংগ্ৰেছৰ জয় , হিন্দু-মুছলমানে জয়ী কৰাইছে মোক – আব্দুল খালেক

গণ বাৰ্তা, বৰপেটা : দেশত আজি ঘোষণা কৰা লোকসভা নিৰ্বাচনৰ ফলাফলত মোদীৰ ছুনামী অব্যাহত থকাৰ সময়তো এই ছুনামীৰ প্ৰভাৱ নপৰিল সন্মানীয় বৰপেটা লোকসভা সমষ্টিত। বৰপেটা লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল খালেকে মিত্ৰজোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাসক পৰাস্ত কৰি কংগ্ৰেছ দলৰ সন্মান ৰক্ষা কৰিবলৈ সক্ষম হয় । নিৰ্বাচন সমাপ্ত হোৱাৰ পিছৰে …

অধিক »

হিন্দু-মুছলমানে জয়ী কৰাব মোক , বৰপেটাত কংগ্ৰেছৰ জয় নিশ্চিতঃ আব্দুল খালেক

উন্নয়ন-সংগ্ৰাম-সমন্বয়ৰ বাবে কংগ্ৰেছক দিছে ভোট, ৰেলৰ মানচিত্ৰত বৰপেটা চহৰক অন্তৰ্ভূক্ত কৰিবই বুলি খালেকৰ প্ৰতিশ্ৰুতি   পুলেন্দ্ৰ দাস, বৰপেটা, ২৩ এপ্ৰিলঃ ৰাজ্যত আজি তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ সামৰণি পৰাৰ পিছতে বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকী জয়ৰ ক্ষেত্ৰত যথেষ্ট আত্মবিশ্বাসী হৈ পৰা পৰিলক্ষিত হয়। নিৰ্বাচনৰ সামৰণিৰ পিছতে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে এই প্ৰতিবেদকৰ আগত জনায় …

অধিক »

কলগাছিয়াৰ বামুনটাৰীত ৪০ সহস্ৰাধিক লোকৰ সমাগমেৰে  জনসমুদ্ৰত পৰিণত হল খালেকৰ নিৰ্বাচনী সভা

ঘাটোৱাৰ, ভানু, ৰূপজ্যোতি, কমলাক্ষই কলে বামুনটাৰীত ৰাইজে ঘোষণা কৰিলে আব্দুল খালেকৰ বিজয়ৰ ফলাফল ষ্টাফ ৰিপ ৰ্টাৰ গুৱাহাটী  ২১ এপ্ৰিল : অহা ২৩ এপ্ৰিলত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ অন্তিম দিনা দুপৰীয়া ১২ মান বজাত কলগাছিয়াৰ বামুনটাৰীত কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী আব্দুল খালেকৰ হৈ এখন বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হয়। জনীয়া সমষ্টি নিৰ্বাচনী …

অধিক »

আকৰ্ষণীয় ৰূপত বৰপেটাৰ  নিৰ্বাচনী পৰিবেশঃ প্ৰচাৰৰ ক্ষেত্ৰত শীৰ্ষত আব্দুল খালেক

পুলেন্দ্ৰ দাস, বৰপেটাঃ ৰাজ্যত তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’ব লগা বৰপেটা লোকসভা নিৰ্বাচনৰ পৰিবেশ আকৰ্ষণীয় হৈ পৰা পৰিলক্ষিত হৈছে ৷ ১৭ সংখ্যক সংসদীয় নিৰ্বাচনৰ বাবে ৬ নং বৰপেটা লোকসভা সমষ্টিত অগপ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাস, কংগ্ৰেছৰ আব্দুল খালেক, এ আই ইউ ডি এফৰ ড০ হাফিজ ৰফিকুল ইছলামসহ মুঠ ১৩ গৰাকী …

অধিক »

কলগাছিয়াৰ লাংলাত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নিৰ্বাচনী সভা

 হিমন্ত বিশ্ব – বদৰুদ্দিন আজমল হল মিছা কথাৰ ভঁৰাল । খালেকৰ জয় নিশ্চিতঃ তৰুণ গগৈ   গণ বাৰ্তা বিশেষ, কলগাছিয়া, ১২ এপ্ৰিলঃ এ আই ইউ ডি এফ আৰু বিজেপিৰ মাজত কোনো পাৰ্থক্য নাই । দুয়োটাই সাম্প্ৰদায়িক দল । বিজেপিয়ে হিন্দুৰ কথা কয় আৰু এ আই ইউ ডি এফে মুছলমানৰ কথা …

অধিক »