শেহতীয়া খবৰ
Home / Tag Archives: Akhil Gogoi

Tag Archives: Akhil Gogoi

কেবৰ বিৰুদ্ধে ৰাজ্যজুৰি কৃষক মুক্তিৰ উত্তাল প্ৰতিবাদ ঃ অগণতান্ত্ৰিকভাবে প্ৰতিবাদক বাধা দিয়া হৈছে : অখিল

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১১ অক্টোবৰ : কেন্দ্ৰই নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ বাবে উঠি-পৰি লগাৰ লগতে নাগৰিকত্ব বিধেয়কৰ সংশোধন ঘটাই পূৰ্বৰ তুলনাত অতি ভয়াৱহভাৱে ইয়াক উপস্থাপন কৰি গৃহীত কৰিবলৈ সাজু হোৱাৰ অভিযোগ তুলি আজি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে। নতুনকৈ আহিবলগীয়া নাগৰিকত্ব সংশোধনী বিধেয়কৰ ষষ্ঠ অনুসূচীৰ অধ্যুষিত অঞ্চল …

অধিক »

ভাৰতবৰ্ষকে বিক্ৰী কৰিব নৰেন্দ্ৰ মোদীয়ে

বিচিপিএল, এনআৰএল বিক্ৰীৰ বাবে উঠি-পৰি লাগিছে কেন্দ্ৰ, বিজেপি, আৰএছএছ : অখিল গগৈৰ বিস্ফোৰণ  উমৰাংছুৰ ঘটনাই প্ৰমাণ কৰিছে কিমান ভয়াৱহ হ’ব নামনি সোঁৱণশিৰি জলবিদ্যুৎ প্ৰকল্প ফ ৰিপ’ৰ্টাৰ, ১০ অক্টোবৰ : দেশৰ ৰাজহুৱা খণ্ডৰ এটা এটা সম্পত্তি বণিক শ্ৰেণীৰ হাতত তুলি দি দেশৰ অৰ্থনীতি আৰু ৰাইজক তিলে তিলে মৃত্যুৰ দিশলৈ ঠেলি দিবলৈ …

অধিক »

নাগৰিক্তব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ব্যাপক তৎপৰতা কৃষক মুক্তি : ১১ অক্টোবৰৰ পৰা গাঁৱে গাঁৱে সজাগতা অভিযান

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী : কলকাতাৰ নেতাজী ইনড’ৰ ষ্টেডিয়ামত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শীঘ্ৰেই বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব বুলি হুংকাৰ দিয়াৰ পিছতেই সৰৱ হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতি। কালি কলকাতাত অনুষ্ঠিত অনুষ্ঠানত গৃহমন্ত্ৰী অমিত শ্বাহে ‘কেব’ গৃহীত কৰি শৰণাৰ্থীসকলক নাগৰিকত্ব, ৰাজনৈতিক অধিকাৰ দিয়াৰ উপৰি প্ৰধানমন্ত্ৰী হোৱাৰ যোগ্যতাও …

অধিক »

চুপাৰী মাফিয়াৰ ওচৰত শৰণাপন্ন অসম আৰক্ষীৰ, সোণোৱাল চৰকাৰৰ গৃহ বিভাগ অচলঃ অখিল গগৈ

গণ বাৰ্তা, কাজিৰঙা, ২৯ ছেপ্টেম্বৰ : গোলাঘাট জিলাত চুপাৰি মাফিয়াই প্ৰশাসনক নিয়ন্ত্ৰণ কৰে। গৃহ বিভাগৰ অস্তিত্বৰ ওপৰত এতিয়া অসমৰ ৰাইজৰ সন্দেহ হৈছে । কেন্দ্ৰীয় চৰকাৰৰ অধীনত থকা পুণেৰ পৰা অহা ভাৰতীয় ৰাজহ বিভাগৰ দলক গোলাঘাটৰ আধাৰসত্ৰ নিৱাসী আব্দুল হান্নান আলী ওৰফে বাবলুৰ পালিত ভেৰোণীয়া গুণ্ডা বাহিনীয়ে আক্ৰমণ কৰাৰ পিছতো ৰাজ্যখনৰ গৃহ …

অধিক »

এপিএছচি কেলেংকাৰীৰ অভিযুক্ত ৰাকেশ পালক ৰক্ষণাবেক্ষণ দিছে অসম চৰকাৰেঃ অখিল গগৈ

গণ বাৰ্তা, কাজিৰঙা, ১৫ ছেপ্টেম্বৰ : অসম লোকসেৱা আয়োগৰ কেলেংকাৰীৰ বিৰুদ্ধে তদন্তৰ ব্যৱস্থা কৰাৰ লগতে আয়োগৰ বিতৰ্কিত অধ্যক্ষ ৰাকেশ পাল আৰু দুজনকৈ সদস্যক কাৰাগাৰলৈ নিক্ষেপৰ ঘটনাটোক ৰাজ্যৰ ভিতৰে-বাহিৰে সাফল্যৰ জয়ঢোল বজাই থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনৰ ফোঁপোলা স্বৰূপ ক্ৰমাৎ উন্মোচিত হ’বলৈ ধৰিছে। উল্লেখ্য যে যোৱা ৯ ছেপ্টেম্বৰত গুৱাহাটী উচ্চ …

অধিক »

বিজেপিৰ ওচৰত আত্মসমৰ্পণ অগপৰ তিনি মন্ত্ৰীৰ, নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহিত কৰিবৰ বাবে অপচেষ্টা: অখিল গগৈ

গণবাৰ্তা,কাজিৰঙা, ১১ ছেপ্তেম্বৰ : বিজেপি তথা আৰ এছ এছৰ চৰকাৰখনে অসমীয়া মানুহৰ মৰ্মবেদনা উপলব্ধি নকৰিলে ৷উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ হিয়াভগা কান্দোন বুজিবলৈ চেষ্টা নকৰে শাসনাধীষ্ঠ বিজেপি চৰকাৰখনে ৷ অসমৰ দল সংগঠন তথা ৰাইজৰ প্ৰতিবাদক বৃদ্ধঅংগুষ্ঠ প্ৰদৰ্শন কৰিলে শাসনাধীষ্ঠ  বিজেপি চৰকাৰে ৷ অসমৰ প্ৰতিজন নাগৰিকে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰোৱাৰ পাছত পুনৰ অন্যায় …

অধিক »

আৰক্ষীৰ তদন্তত চুপাৰিৰ চোৰাং ছিণ্ডিকেটৰ তথ্য ফাদিল

চুপাৰিৰ আন্তৰ্জাতিক চোৰাং বেপাৰীসকলক গ্ৰেপ্তাৰ কৰিবলৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দাবী গুৱাহাটী, ৬ ছেপ্টেম্বৰ : যোৱা ২১ আগষ্ট তাৰিখে গুৱাহাটী মহানগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত হোটেল ৰেডিছন ব্লুৰ কাষত ধৰা পৰা ২৫খন চুপাৰিৰ ট্ৰাকৰ ওপৰত অৱশেষত অসম পুলিচে এজাহাৰ দাখিল কৰিলে। সুদীৰ্ঘ ১৩ দিন হোঁহকা-পিছলা কৰাৰ অন্তত যোৱা ৩ ছেপ্টেম্বৰ …

অধিক »

অখিল গগৈৰ বিৰুদ্ধে মান হানি গোচৰৰ সাক্ষ্যদান মন্ত্ৰী হিমন্তৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২২ আগষ্ট : হঠাৎ আদালতত উপস্থিত হ’ল ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। গুৱাহাটীৰ ছেছন আদালতত উপস্থিত হৈ অখিল গগৈৰ বিৰুদ্ধে তৰা মানহানি গোচৰৰ সাক্ষ্য দিলে মন্ত্ৰী শৰ্মাই। ৯ বছৰ পূৰ্বে অখিল গগৈৰ বিৰুদ্ধে মানহানি গোচৰ তৰিছিল মন্ত্ৰী ড০ শৰ্মাই। সংবাদমেল পাতি মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে কেতবোৰ চাঞ্চল্যকৰ অভিযোগ উত্থাপন …

অধিক »

চুপাৰি মাফিয়াৰ সৈতে কৰিমগঞ্জৰ এছ পিৰ সুসম্পৰ্ক : গুৱাহাটীৰ বিলাসী হোটেলত গোপন বৈঠকক লৈ সৰৱ কৃষক মুক্তি

ধনৰ লেনদেনৰ বাবেই গুৱাহাটীত চুপাৰি কিং বাবলুৰ সাঙ্গোপাঙ্গৰে আলোচনা ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৭ আগষ্ট ঃ ৰাজ্যত চলি থকা চুপাৰি সৰবৰাহৰ সৈতে কৰিমগঞ্জৰ আৰক্ষী অধীক্ষকৰ মিতিৰালি পূৰ্বৰে পৰাই থকা বুলি অভিযোগ উত্থাপিত হৈ থকাৰ সময়তে সোমবাৰে নিশা গুৱাহাটীৰ বিলাসী হোটেলত আন্তৰ্জাতিক চুপাৰি মাফিয়া বাবলুৰ ঘনিষ্ঠ লোকৰ সৈতে কৰিমগঞ্জত আৰক্ষী অধীক্ষক মানৱেন্দ্ৰ …

অধিক »

বৰপেটাত ক্ষোভৰ জুই ¸ এনআৰচি ৰ আপত্তি নিষ্পত্তিৰ শুনানীত বিষয়াৰ পক্ষপাতিত্ব মূলক আচৰণ হতাশাজনক : ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি

গণ বাৰ্তা, কয়াকুছি  এন আৰ চিৰ উন্নীতকৰণৰ ক্ষেত্ৰত হেঙাৰ হিচাপে দিয়া এনআৰচিৰ বিষয়াসকল আপত্তিকাৰীসকলৰ পক্ষ লোৱা অতিকৈ দুখ আৰু পৰিতাপৰ বিষয়। এনে ঘটনা প্ৰায়বিলাক কেন্দ্ৰতে ঘটি থকাৰ বাতৰিয়ে সচেতন মহলক চিন্তিত কৰি তোলে। সম্প্ৰতি ৰাজ্যত এনআৰচিৰ আপত্তি আৰু নিষ্পত্তিক লৈ ৰাজ্য উত্তাল হৈ থকাৰ সময়ত বৰপেটা জিলাৰ বৰপেটা ৰাজহ চক্ৰৰ …

অধিক »