শেহতীয়া খবৰ
Home / Tag Archives: Assam

Tag Archives: Assam

নলবাৰী জিলাৰ সুৰাদীৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা

৩১নং ৰাষ্ট্ৰীয় ঘাইপথত নতুনকৈ বহুওৱা দীঘলীয়া স্পীড বেকাৰত গাড়ীৰ গতি কম কৰোতে পিছপাছৰ পৰা অহা ট্ৰাক এখনে নলবাৰী, ২২ আগষ্ট : AS16D-2000 হোণ্ডাই চেন্টাফি( Hyundai Santa Fe ) গাড়ীখনত তীব্ৰগতিত খুন্দা মাৰে আৰু গাড়ীখন দীঘলীয়া স্পীডবেকাৰ পাৰ হৈ  থকা বাছ এখনত খুন্দা মাৰে।।দুৰ্ঘটনা সংঘটিত কৰি ট্ৰাকখন পলায়ন কৰিবলৈ সক্ষম হয়।দুৰ্ঘটনাত কোনো লোক হতাহত …

অধিক »

অসমত কোটি টকীয়া ফ্লিম ফেয়াৰৰ প্ৰস্তুতি,কাজিৰঙাত পৰ্যতনৰ বিধস্ত ৰূপ

গণবাৰ্তা, কাজিৰঙা : অসমত ৰাজ্য চৰকাৰ উদ্যোগত ৩০০ কোটি টকা ব্যয় সাপেক্ষে ফ্লীম ফেয়াৰ এৱাৰ্ডৰ প্ৰস্তুতিৰ বিপৰীতে কাজিৰঙাত অসম পৰ্যটনৰ বিধ্বস্ত ৰূপ ৷কাজিৰঙাত ধ্বংসৰ গৰাহত অসম পৰ্যটন বিভাগৰ পৰ্যটন নিবাস ৷কিন্তু তাৰ প্ৰতি ভ্ৰূক্ষেপ নাই ৰাজ্য চৰকাৰৰ ৷উল্লেখযোগ্য কাজিৰঙাত পৰ্যটন বিভাগৰ পৰ্যটন নিবাস সমূহৰ উন্নয়নৰ প্ৰতি ৰাজ্য চৰকাৰৰ তিলমানো আগ্ৰহ নোহোৱাৰ …

অধিক »

কোকৰাঝাৰত সাংসদ নৱ কুমাৰ শৰণীয়াৰ হুংকাৰ : বিটিচিৰ ৩৫ খন আসন দখল কৰিম 

কোকৰাঝাৰ. ২১ আগষ্ট : বিটিচিৰ মুখ্যকেন্দ্ৰ কোকৰাঝাৰত উপস্থিত হৈ আজি কোকৰাঝাৰ লোকসভাৰ সাংসদ নৱ কুমাৰ শৰণীয়াই বিটিচি দখল কৰাৰ হুংকাৰ প্ৰদান কৰিছে । অতি শীঘ্ৰেই বিটিচিত নতুন ৰাজনৈতিক দল গঠন কৰা হব বুলি মন্তব্য কৰি নৱ কুমাৰ শৰণীয়াই বিটিচি নিৰ্বাচনত নৱগঠিত দলে ৩৫ খন আসনতে জয়যুক্ত হব বুলি দাবী কৰিছে …

অধিক »

চিৰাঙত ষষ্ট শ্ৰেণীত অধ্যয়নৰত নাবালিকা ছাত্ৰীক বলপূৰ্বক দলবদ্ধ ধৰ্ষণ কৰাকলৈ সহস্ৰাধিক ছাত্ৰ – ছাত্ৰীৰ প্ৰতিবাদী সমদল 

উপায়ুক্তলৈ স্মাৰকপত্ৰ এবছুৰ ৬ দিনে পলাতক প্ৰকৃত দোষীঃ ক্ষোভ  ঘটনাত ব্যবহৃত গাড়ী জব্দ, ড্ৰাইভাৰ আটক গনবাৰ্তা, কাজলগাঁও , ২১ আগষ্টঃ  চিৰাং জিলা সদৰ কাজলগাঁৱৰ পাৰ্শ্বৱৰ্তী বৰতালোৱাস্থিত ৩১ নং ( চি ) ফৰলনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত থকা উৰনীয়া সেতুৰ ওপৰত যোৱা ১৫ আগষ্টত নিশা দুই লম্পট যুৱকে ষষ্ট শ্ৰেণীত অধ্যয়নৰত এগৰাকী ১২ …

অধিক »

অবড়োৰ সুৰক্ষাৰ স্বাৰ্থত গঠন হ’ব বিটিএডি আৰ্মী : সংবাদমেলত কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াৰ ঘোষণা

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২০ আগষ্ট : বিটিএডিত অবড়ো লোকসকল ৰাজনৈতিক অধিকাৰৰ লগতে বিভিন্ন ক্ষেত্ৰত বঞ্চনাৰ সন্মুখীন হৈ আহিছে। দীৰ্ঘদিন ধৰি সন্মুখীন হৈ অহা অবড়োৰ সমস্যা ৰাজনৈতিকভাৱে সমাধান কৰিব লাগিব। বিটিএডিত প্ৰতিমুহূৰ্তত আক্ৰমণৰ সন্মুখীন হৈছে অবড়ো জনসাধাৰণ। বিটিচিত অবড়ো জনসাধাৰণৰ সুৰক্ষাৰ স্বাৰ্থত এইবাৰ গঠন হ’ব বিটিএডি আৰ্মী। অবড়ো সুৰক্ষা সমিতিৰ অধীনত গঠন …

অধিক »

এনআৰচিত নাম অন্তৰ্ভুক্ত নোহোৱা ভাৰতীয়ক আইনী সহায় কৰিব কংগ্ৰেছে

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২০ আগষ্ট : ৰাষ্ট্ৰীয় নাগৰীকপঞ্জী উন্নীতকৰণ, চমুকৈ এনআৰচি প্ৰকাশ পাবলৈ মাজত মাত্ৰ দহটা দিন বাকী। অৰ্থাৎ ৩১ আগষ্টত প্ৰকাশ পাব চূড়ান্ত এনআৰচি। এনআৰচি প্ৰকাশৰ পিছত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে সকলোকে আইন-শৃংখলা বজাই ৰাখিবলৈ আহবান জনাইছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰাই। প্ৰকৃত …

অধিক »

উপ-নিৰ্বাচনলৈ সাজু বিজেপি : জনীয়া সমষ্টিত প্ৰাৰ্থিত্ব বিচাৰি সৰ্বাধিক ৩৪জনৰ আবেদন

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী : ৰাজ্যৰ চাৰি সমষ্টিৰ উপ-নিৰ্বাচনক লৈ সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে ৰাজ্যিক বিজেপি। সমষ্টি পুনৰ দখলৰ লক্ষ্যৰে বিজেপিয়ে প্ৰস্তুত কৰিছে ৰণনীতি। ইতিমধ্যে উপ-নিৰ্বাচনৰ চাৰি সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি এজনৰ পিছত এজনকৈ নেতাই আবেদন দাখিল কৰিছে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত। জনীয়া সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি সৰ্বাধিক ৩৪গৰাকীয়ে আবেদন দাখিল কৰিছে। …

অধিক »

যোৰহাটত বিজেপিৰ যোগদান সমাৰোহ : প্ৰায় তিনি শতাধিক সংখ্যালঘু লোকৰ গেৰুৱা দলত যোগদান

ষ্টাফ ৰিপৰ্টাৰ, গণ বার্তা  যোৰহাট, ২০ আগষ্টঃ  ৰাজ্যৰ নতুন প্ৰজন্মৰ ভোটাৰৰ লগতে সংখ্যালঘু লোকসকলো  ক্ৰমাৎ যেন আকৃষ্ট হবলৈ আৰম্ভ কৰিছে বিজেপি দলৰ প্ৰতি। নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰ খনে বিগত দিন সমূহত দেশৰ বাবে যি কাম কৰি আহিছে, তাৰ বাবে যেন আকৰ্ষিত হৈছে ৰাজ্য তথা দেশৰ নৱ প্ৰজন্মৰ লগতে বিভিন্ন …

অধিক »

ৰেকাপাহাৰত বৃহৎ আকাৰৰ অজগৰ উদ্ধাৰ: উদ্ধাৰ কৰি মুকলি কৰি দিলে নগাঁও-কাৰ্বিআংলঙ সীমান্তত:

গণ বাৰ্তা, পুৰণিগুদাম, ২০ আগষ্ট : নগাঁও জিলাৰ শালনা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ বৃহত্তৰ এটা অঞ্চলত এডাল বৃহৎ অজগৰ সাপ উদ্ধাৰ হয় ।পূৰ্বে কেতিয়াও ইমান বৃহৎকায় অজগৰ সাপ শালনা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত কোনো অঞ্চলত উদ্ধাৰ হোৱা নাছিল ।যাৰ ফলত এতিয়া এই বৃহৎকায় অজগৰ সাপ ডালে এক প্ৰকাৰ অভিলেখ সৃষ্টি কৰিছে ।উদ্ধাৰ …

অধিক »

খোল-তালৰ ধ্বনিত মুখৰ নদীদ্বীপ মাজুলী: চাৰি দিনীয়াকৈ উদযাপন মাধৱ দেৱৰ তিথি:

পৰাণজ্যোতি বৰা, মাজুলী, ২০ আগষ্ট : ভক্তি ৰসত বুৰ গৈছে নদীদ্বীপ মাজুলী ।মাজুলীৰ চৌদিশে এতিয়া খোল তলৰ ধ্বনিত মুখৰিত সত্ৰ নামঘৰৰ চৌপাশ। মাধৱদেৱৰ তিথি উপলক্ষে মধ্য মাজুলী কমলাবাৰী সত্ৰ, উত্তৰ কমলাবাৰী সত্ৰ,ভোগপূৰ সত্ৰ, নতুন কমলাবাৰী সত্ৰকে আদি কৰি মাজুলীৰ আটাইকেইখন মহাপুৰুষীয়া সত্ৰৰ পৰম্পৰা অনুসৰি চাৰি দিনীয়া কাৰ্যসূচীয়ে উদযাপিত হৈছে মহাপুৰুষ মাধৱ দেৱ …

অধিক »