শেহতীয়া খবৰ
Home / Tag Archives: Assam Artist

Tag Archives: Assam Artist

২০ প্ৰয়াত শিল্পী  পৰিয়াললৈ এককালীন সাহায্যৰ ঘোষণা

১৪ শিল্পী  পৰিয়াললৈ পেঞ্চন ঘোষণা ৰাজ্য চৰকাৰৰ মহানগৰ প্ৰতিবেদক, ১৪ আগষ্টঃ স্বাধীনতা দিৱসৰ প্ৰাক্ক্ষণত ৰাজ্য চৰকাৰে প্ৰয়াত ২০জন শিল্পীৰ পৰিয়াললৈ এককালীন সাহায্য ঘোষণা কৰিছে। মঙলবাৰে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰয়াত বিশজন শিল্পীৰ পৰিয়াললৈ এককালীন সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। এই বিশজন শিল্পীৰ পৰিয়াললৈ এককালীন সাহায্য স্বাধীনতা দিৱসৰ …

অধিক »

ৰং তুলিকাৰ যাদুকৰ বেণু মিশ্ৰৰ পৰলোকপ্ৰাপ্তি

ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৯ মে’ : ৰাজ্যখনৰ প্ৰথিতযশা চিত্ৰশিল্পী বেণু মিশ্ৰৰ পৰলোকপ্ৰাপ্তিত তেজপুৰৰ বিভিন্ন ব্যক্তি-অনুষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে। এগৰাকী সমাজ সচেতন শিল্পী হিচাপে নিজৰ শিল্পকৰ্মৰে অসমীয়া ভাষা-সাহিত্য আৰু সংস্কৃতিৰ বিকাশ আৰু সমৃদ্ধিত অহৰহ অৰিহণা যোগাই অহা এইগৰাকী প্ৰসিদ্ধ চিত্ৰশিল্পীৰ আকস্মিক বিয়োগত তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰে গভীৰ শোক প্ৰকাশ কৰিছে। …

অধিক »