শেহতীয়া খবৰ
Home / Tag Archives: Assam Government

Tag Archives: Assam Government

এপিএছচি কেলেংকাৰীৰ অভিযুক্ত ৰাকেশ পালক ৰক্ষণাবেক্ষণ দিছে অসম চৰকাৰেঃ অখিল গগৈ

গণ বাৰ্তা, কাজিৰঙা, ১৫ ছেপ্টেম্বৰ : অসম লোকসেৱা আয়োগৰ কেলেংকাৰীৰ বিৰুদ্ধে তদন্তৰ ব্যৱস্থা কৰাৰ লগতে আয়োগৰ বিতৰ্কিত অধ্যক্ষ ৰাকেশ পাল আৰু দুজনকৈ সদস্যক কাৰাগাৰলৈ নিক্ষেপৰ ঘটনাটোক ৰাজ্যৰ ভিতৰে-বাহিৰে সাফল্যৰ জয়ঢোল বজাই থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনৰ ফোঁপোলা স্বৰূপ ক্ৰমাৎ উন্মোচিত হ’বলৈ ধৰিছে। উল্লেখ্য যে যোৱা ৯ ছেপ্টেম্বৰত গুৱাহাটী উচ্চ …

অধিক »

উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ নোহোৱাকৈ চৰকাৰে নিজাকৈ এনআৰচিৰ পৰা সন্দেহযুক্ত ব্যক্তিৰ নাম কৰ্তন কৰিব পাৰেঃ উপমন্যু হাজৰিকা

মহানগৰ প্ৰতিবেদক, ১০ ছেপ্টেম্বৰ : উচ্চতম ন্যায়ালয়ৰ পুনৰ দ্বাৰস্থ নোহোৱাকৈয়ে চৰকাৰে নিজাকৈ চূড়ান্ত এন আৰ চিত অন্তৰ্ভুক্ত হৈ পৰা বিদেশী লোকৰ নাম কৰ্তন কৰিব পাৰে। আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেল সম্বোধন কৰি এই কথা প্ৰকাশ কৰিছে প্ৰব্ৰজনবিৰোধী মঞ্চৰ আহবায়ক তথা উচ্চতম ন্যায়ালয়ৰ অধিবক্তা উপমন্যু হাজৰিকাই। তেওঁ কয় যে চূড়ান্ত …

অধিক »

চাহ শ্ৰমিকক ২০ শতাংশ বোনাছ প্ৰদানৰ সিদ্ধান্ত

ষ্টাফ ৰিপ’ৰ্টাৰ : দীৰ্ঘদিন ধৰি ২০ শতাংশ বোনাছ প্ৰদানৰ বাবে চাহ শ্ৰমিকসকলে দাবী উত্থাপন কৰি আহিছিল। শাৰদীয় দুৰ্গা পূজালৈ হাতত কেইটামান দিন বাকী থকা অৱস্থাতে ৰাজ্যৰ বাগানে বাগানে ২০ শতাংশ বোনাছৰ দাবী উত্থাপন কৰিছিল চাহ শ্ৰমিকসকলে। আনকি পূজাৰ বোনাছৰ বাবে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচীও গ্ৰহণ কৰিছিল চাহ শ্ৰমিকসকলে। চাহ শ্ৰমিকসকলৰ এই …

অধিক »

যোৰহাটত ঠিকা ভিত্তিক শিক্ষকৰ তীব্ৰ প্ৰতিবাদ

গণ বার্তা, যোৰহাট ৭ আগষ্টঃ চাকৰী নিয়মীয়াকৰণ, চৰকাৰৰ শোষণ আৰু বঞ্চনাৰ বিৰুদ্ধে আজি জিলা বিদ্যালয় পৰিদৰ্শকৰ কাৰ্য্যালয়ৰ চৌহদত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে যোৰহাট আৰু মাজুলীৰ ঠিকা ভিত্তিক শিক্ষক সকলে। উল্লেখ্য যে  ২০১০ চনত তদানিন্তন শিক্ষা মন্ত্ৰী গৌতম বৰাৰ আমোলত এক কেবিনেট সিদ্ধান্ত অনুসৰি “মাধ্যমিক পৰ্য্যায়ত শিক্ষাৰ সবলিকৰণ আৰু গুনগত মান …

অধিক »

চৰকাৰৰ উদ্ধাৰকাৰ্য আৰু সাহায্য ক্ষিপ্ৰ কৰাৰ দাবী ছাত্ৰ সন্থাৰ

আছুৰ সকলো গোটলৈ জৰুৰী আহবান গুৱাহাটী, ১৪ জুলাই ঃসমগ্ৰ অসমত বান আৰু গৰাখহনীয়াই ৰাজ্যখনৰ জনসাধাৰণৰ মাজত বিভীষিকাৰ সৃষ্টি কৰিছে। নিতৌ ন-ন অঞ্চল প্ৰলয়ংকৰী বানৰ কবলত পৰি জনজীৱনৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। ঠায়ে ঠায়ে বানপীড়িত জনগণে সাহায্যৰ পৰা বঞ্চিত হৈছে। চৰকাৰক উদ্ধাৰকাৰ্য আৰু পৰ্যাপ্ত সাহায্যৰ ব্যৱস্থা খৰতকীয়া কৰাৰ বাবে ছাত্ৰ সন্থাই …

অধিক »

মুখ্যমন্ত্ৰী সোণোৱালক প্ৰধানমন্ত্ৰী মোদীৰ আশ্বাস. অসমৰ বিভিন্ন সমস্যাৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ মনোযোগ আকৰ্ষণ

গুৱাহাটী, ১২ জুন : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে দ্বিতীয়টো কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীক তেখেতৰ নতুন দিল্লীত থকা চৰকাৰী বাসগৃহত সাক্ষাৎ কৰি আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে। সাক্ষাৎ কালত মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ সৈতে অসমৰ বিভিন্ন সমস্যাৰাজিৰ বিষয়ে বিশদ আলোচনা কৰাৰ …

অধিক »

পাঁচ লাখৰ বণ্ডত বিদেশীক মুকলি কৰি দিব চৰকাৰে

ন্যায়ালয়ত ক্ষমাপ্ৰাৰ্থনা ৰাজ্যৰ মুখ্য সচিবৰ ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৫ এপ্ৰিল : জাতি-মাটি-ভেটিৰ কথা কোৱা সোণোৱাল চৰকাৰে এইবাৰ মুকলি কৰি দিব বিদেশীক। পাঁচ বছৰ অথবা তাতোকৈ বেছি কাল ডিটেনচন কেম্পত থকা বিদেশীক পাঁচ লাখ টকাৰ বণ্ডত আৰু বায়’মেট্ৰিক লৈ জামিনত মুকলি কৰি দিব। ৰাজ্য চৰকাৰৰ এনে অদ্ভ³ত সিদ্ধান্ত সন্দৰ্ভত ন্যায়ালয়ত দাখিল …

অধিক »