শেহতীয়া খবৰ
Home / Tag Archives: Assam NRC

Tag Archives: Assam NRC

এনআৰচিৰ বিৰোধিতা কৰাসকলে জুইৰ লগত খেলা কৰিছে : নাগৰিকপঞ্জী সন্দৰ্ভত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিস্ফোৰক মন্তব্য

নাম বাদ পৰা ১৯ বা ৪০ লাখ ডাঙৰ কথা নহয় ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩ নৱেম্বৰ : চূড়ান্ত এনআৰচিৰ পৰা নাম বাদ পৰা ১৯ লাখ লোকৰ সংখ্যাক লৈ বিভিন্ন দল-সংগঠনে মুকলিভাৱে বিষোদ্গাৰ প্ৰকাশ কৰিছে। আনকি ৩১ আগষ্টত প্ৰকাশ পোৱা চূড়ান্ত এনআৰচিক একাংশই নস্যাৎ কৰাই নহয়, উচ্চতম ন্যায়ালয়ক তীব্ৰ ভাষাৰে সমালোচনা কৰিছিল। মূলতঃ …

অধিক »

আজি চাৰিদিনীয়া ভ্ৰমণসূচীৰে দিল্লীত উপস্থিত হ’ব বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেইখ হাছিনা

জাকিৰ হুছেইন, ঢাকা, ৩ অক্টোবৰ : বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা চাৰিদিনীয়া ভ্ৰমণসূচীৰে আজি নতুন দিল্লীত উপস্থিত হ’ব। বাংলাদেশ আৰু ভাৰতবৰ্ষৰ মাজত বৈদেশিক বিনিয়োগ সম্পৰ্ক সুদৃঢ় কৰাৰ উদ্দেশ্যে দুয়োখন ৰাষ্ট্ৰৰ মাজত স্বাক্ষৰিত হ’ব ১৮খনকৈ দ্বিপাক্ষিক চুক্তি। চুক্তিসমূহৰ ভিতৰত থাকিব হোৱাইট শ্বিপিং ইনফৰমেচন, বিমান সেৱা, ভাৰত-বাংলাদেশৰ মাজত পণ্য-সামগ্ৰী সৰবৰাহৰ বাবে ছট্টগ্ৰাম আৰু …

অধিক »

নাম নাথাকিলেও সাব্যস্ত কৰিব পাৰিব ভোটাধিকাৰঃ এনআৰচিৰ পৰা কৰ্তন হোৱা লোকক লৈ নিৰ্বাচন আয়োগৰ গুৰুত্বপূৰ্ণ ঘোষণা

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৭ ছেপ্টেম্বৰ : চূড়ান্ত এন আৰ চিৰ পৰা বাদ পৰা লোকসকলৰ বাবে সুখবৰ। এন আৰ চিত নাম নাথাকিলেও নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব। অৰ্থাৎ চূড়ান্ত এন আৰ চিৰ পৰা বাদ পৰা ১৯ লাখ লোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিব। নিৰ্বাচন আয়োগে এই গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। কেৱল …

অধিক »

এনআৰচিত নাম অন্তৰ্ভুক্ত নকৰাৰ বিৰুদ্ধে বঙাইগাঁৱত বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ অৱস্থান ধৰ্মঘট

গণ বাৰ্তা, বঙাইগাঁও, ২৪ ছেপ্টেম্বৰ : এন আৰ চিৰ চূড়ান্ত তালিকাত অসমৰ হিন্দু বাঙালী আৰু খিলঞ্জীয়া লোকৰ নাম অন্তৰ্ভুক্ত নকৰাৰ প্ৰতিবাদত আজি সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ বঙাইগাঁও জিলা সমিতিয়ে এক দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । বঙাইগাঁও চহৰৰ পাগলাস্থানস্থিত ৰে’লৱে অভিযান্ত্ৰিক কাৰখানাৰ সন্মুখত দিনৰ ১১ বজাৰ পৰা ১ বজালৈ …

অধিক »

এনআৰিচত দীৰ্ঘদিনীয়া আন্দোলন, অসমবাসীৰ ত্যাগৰ প্ৰতিফলন নহ’ল ঃঅগপৰ 

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৮ ছেপ্টেম্বৰ : আজি অসম গণ পৰিষদ দলৰ আমবাৰীস্থ মুখ্য কাৰ্যালয়ত দলৰ সভাপতি অতুল বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় সমিতিৰ বৰ্ধিত সাধাৰণ সভাই ৰাজ্যখনৰ সাম্প্ৰতিক পৰিস্থিতিৰ লগতে দলীয় সংগঠনৰ ওপৰত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। সভাই যোৱা ৩১ আগষ্টত প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাৰ ওপৰত বিশ¸দভাৱে আলোচনা …

অধিক »

এনআৰচিত প্ৰকৃত ভাৰতীয় নাগৰিকক বঞ্চিত কৰাৰ অভিযোগ আক্ৰাছুৰঃ গোসাঁইগাঁৱত আক্ৰাছুৰ সংবাদ মেল

গণ বাৰ্তা, গোসাইগাঁও, ১ ছেপ্টেম্বৰঃ অসমৰ ভূমিপুত্ৰ কোচ-ৰাজবংশী জনগোষ্ঠীৰ লোকসকল এন আৰ চিৰ পৰা বঞ্চিত হৈছে। প্ৰকৃত ভাৰতীয় নাগৰিক হোৱাৰ পিছতো তেওঁলোকক এন আৰ চি কৰ্তৃপক্ষ আৰু চৰকাৰে প্ৰতাৰণা কৰি আহিছে। দেওবাৰে গোসাইগাঁৱত সংবাদ মেলৰ আয়োজন কৰি এই অভিযোগ কোচ-ৰাজবংশী ছাত্ৰ সংগঠন আক্ৰাছুৰ । সংবাদ মেলত আক্ৰাছুৰ সভাপতি অৰূপ কুমাৰ …

অধিক »

এজন লোককো ৰাষ্ট্ৰহীন নকৰিবলৈ ৰাষ্ট্ৰসংঘৰ সকীয়নি

জেনেভা, ১ ছেপ্টেম্বৰ : অসমৰ চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি)ৰ প্ৰকাশে ৰাষ্ট্ৰসংঘৰ মজিয়াতো গভীৰ উৎকণ্ঠাৰ সৃষ্টি কৰিছে। নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাৰ পৰা প্ৰায় ২০ লাখ লোকৰ নাম বাদ পৰাৰ এটা দিনৰ পিছতে ভাৰত চৰকাৰক সকীয়ালে ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী সংস্থাৰ শীৰ্ষ বিষয়াই। চূড়ান্ত এন আৰ চিৰ পৰা বাদ পৰা কোনো লোকক ৰাষ্ট্ৰহীন …

অধিক »

এন আৰ চি ৰ চূড়ান্ত তালিকা প্ৰকাশৰ বাবে  মাজত ১  দিন  পুনৰীক্ষণৰ শুনানি অব্যাহত বিশ্বনাথত 

ভুক্তভোগী পানীত হাঁহ নচৰা অৱস্থা  গাঁঠি ধন শেষ এন আৰ চি নামত গণ বাৰ্তা সেৱা বিশেষ বিহালী , বিশ্বনাথ চাৰিআলি ২৯ আগষ্ট : এন আৰ চিৰ চুৰান্ত খচৰা প্ৰকাশলৈ মাজত মাত্ৰ এট  দিন বাকী থাকোতে এন আৰ চিৰ কতৃপক্ষ ই অব্যাহত ৰাখিছে শুনানি কাম কাজ তাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি …

অধিক »

৩১ আগষ্টত প্ৰকাশ পাবই লাগিব এন আৰ চি, উচ্চতম ন্যায়ালয়ত কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ মুখ থেকেচা

পুনৰীŽৰণৰ সম্ভাৱনীয়তা নাকচ সৰ্বোচ্চ ন্যায়ালয়ৰ  আধাৰ কাৰ্ডৰ দৰে গোপনীয় হ’ব এন আৰ চিৰ নথি ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৩ আগষ্টঃ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে সীমান্ত অঞ্চলসমূহত এন আৰ চিত বিদেশীৰ নাম অন্তৰ্ভুক্ত হোৱা বুলি অভিযোগ উত্থাপন কৰি যি পুনৰীক্ষণৰ আবেদন উত্থাপন কৰিছিল সেই ক্ষেত্ৰত আজি সৰ্বোচ্চ ন্যায়ালয়ে আবেদন নাকচ কৰি পুনৰীক্ষণৰ …

অধিক »

এনআৰচিৰ পুণৰীক্ষণৰ নামত সংখ্যালঘুক হাৰাশাস্তিৰ প্ৰতিবাদত বেছিমাৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ, প্ৰতীক হাজেলাৰ জুমুঠি দাহ

ইমদাদুল ইছলাম, খাৰুপেটীয়াঃ উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ তত্বাৱধানত এনআৰচি উন্নিতকৰণৰ কাম চলি আছে যদিও এনআৰচিৰ ৰাজ্যিক সমন্বয়কে যোৱা কেইদিনৰ পৰা উচ্চতম ন্যায়ালয়ৰ তিনিটাকৈ নিৰ্দেশনা উলংঘা কৰা পৰিলক্ষিত অভিযোগ তুলিছে ৰাজ্যিক ইত্তেহাদ ফ্ৰন্টে। এন আৰ চি ৰ পুণৰীক্ষণৰ বাবে নামনি অসম পৰা উজনি অসমলৈ যাওঁতে  দুটাকৈ বাছ দূৰ্ঘটনা সংঘটিত হোৱাৰ ফলত কেবাজনো …

অধিক »