শেহতীয়া খবৰ
Home / Tag Archives: Assamese

Tag Archives: Assamese

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমবাসীৰ ওচৰত ক্ষমা খোজকঃ ৰিপুন বৰা : তামুলপুৰত কংগ্ৰেছৰ কৰ্মশালা

আৰিফ আহমেদ, তামুলপুৰ, ৮ ছেপ্টেম্বৰ : বাক্সা জিলাৰ তামুলপুৰ মহকুমা সদৰত আজি বাক্সা জিলা কংগ্ৰেছ কমিটীৰ এখন সাংগঠনিক কৰ্মশালা অনুষ্ঠিত হয়। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰাই এই কৰ্মশালাত অংশগ্ৰহণ কৰে। কৰ্মশালাৰ অন্তত এখন সংবাদমেলৰ আয়োজন কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰাই কয় যে ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী অমিত …

অধিক »

যুগদ্ৰষ্টা গড়মূৰীয় সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীক সমগ্ৰ অসমবাসীয়ে স্মৰণ কৰে- ইছমাইল হুছেইন

গড়মূৰ বংশীগোপাল নাট্য মন্দিৰৰ শতবৰ্ষ উদ্বোধনী অনুষ্ঠানত এশখন পতাকাৰে উজ্বলিল নাট্য মন্দিৰ প্ৰাংগণ পৰাণজ্যোতি বৰা, মাজুলী, ২৩ আগষ্ট : “সংস্কাৰ বিপ্লৱী ; চিন্তানায়ক ; যুগদ্ৰষ্টা শ্ৰীশ্ৰী গড়মূৰ সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ শ্ৰীশ্ৰী পীতাম্বৰ দেৱগোস্বামীক সমগ্ৰ অসমবাসীয়ে আজিও শ্ৰদ্ধাৰে সোঁৱৰণ কৰে ৷ সমাজ সংস্কাৰক সত্ৰাধিকাৰ গৰাকীৰ সোৱঁৰণত চৰকাৰে বঁটা প্ৰদান নকৰিব পাৰে তথাপিও …

অধিক »

নাজিৰাত জনপ্ৰিয় কণ্ঠ শিল্পী জুবিন গাৰ্গঃ ” কাঞ্চনজঙ্ঘা ” অসমীয়া বোলছবি প্ৰচাৰত জনপ্ৰিয় কণ্ঠ শিল্পী জুবিন গাৰ্গ 

নাজিৰা বোলছবিত উপস্থিত জনপ্ৰিয় কণ্ঠ শিল্পী জুবিন গাৰ্গ সহ কাঞ্চনজঙ্ঘাৰ টীম গণবাৰ্তা, হাঁ‌হচৰা, ১৮আগষ্টঃ মুক্তিৰ অপেক্ষাত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ পৰিচালিত তৃতীয়খন অসমীয়া বোলছবি “কাঞ্চনজঙ্ঘা”।অহা ৬ছেপ্টেম্বৰত মুক্তি লাভ কৰিব জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ পৰিচালিত অসমীয়া বোলছবি “কাঞ্চনজঙ্ঘাই”।বৰ্তমান জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ ব্যস্ত হৈ পৰিছে “কাঞ্চনজঙ্ঘা”বোলছবি খনৰ প্ৰচাৰক লৈ।শুক্ৰবাৰে তিনিচুকীয়া,শনিবাৰে …

অধিক »

স্বাধীনতা দিৱসৰ মাজতে অৰুণাচলত অসমৰ যুৱকক মাৰপিট : অসম অৰুণাচল সীমান্ত কানুবাৰীত তীব্ৰ উত্তেজনা সৃষ্টি হয় , পথ অৱৰোধ

গণ বাৰ্তা  ,সাপেখাতী , ১৬ আগষ্ট :  ৭৩ তম স্বাধীনতা  দিৱসৰ দিনায়ে চৰাইদেউ জিলাৰ  অসম আৰুণাচল সীমান্তৰ কানুবাৰীত তীব্ৰ উত্তেজনা।অৰুণাচলৰ কানুবাৰীত আৰুণাচলী যুৱকে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিলে অসমৰ যুৱক আদিত্য গগৈৰ লগতে অসমৰ অন্য দুজন যুৱকক ।  সাপেখাতীৰ আৰক্ষী থানাৰ অন্তৰ্গত  বাৰেগাৱঁৰ গুলোক গগৈৰ পুত্ৰ আদিত্য গগৈয়ে  লগৰীয়াৰ সৈতে  একে …

অধিক »

ৰাজ্যজুৰি ঈদৰ উছাহ, বজাৰত উভৈনদী বিভিন্ন খাদ্য, ৰং-বিৰঙী কাপোৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী : ঈদ-উল-ফিতৰক লৈ সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত ব্যাপক উৎসাহ-উদ্দীপনা বিৰাজ কৰা পৰিলক্ষিত হৈছে। এমাহ জোৰা ৰোজাৰ অন্তত অহা বুধবাৰে উদ্‌যাপন কৰিব পৱিত্ৰ ঈদ-উল-ফিতৰ। ঈদলৈ আৰু হাতত দুটা দিন বাকী থকা অৱস্থাত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত ব্যাপক উৎসাহৰ লগতে ঈদৰ প্ৰস্তুতি আৰম্ভ হোৱা পৰিলক্ষিত …

অধিক »

অসমৰ সংহতি বিনাশৰ অভিসন্ধি “মিছন চলো পাল্টাই“ : মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান অঃ জাঃ যঃ পঃৰ

গণ বাৰ্তা বিশেষ, বিশ্বনাথ চাৰিআলি, ৩১ মে’ : যুগ যুগ ধৰি অসমত বসবাস কৰি অসমীয়া কৃষ্টি-সংস্কৃতি, ভাষা-শিক্ষাক আঁকোৱালি লোৱা বাংলাভাষী মূলৰ হিন্দু-মুছলমান সম্প্ৰদায়ৰ লোকসকলক আগন্তুক ২০২১ চনৰ লোকপিয়লত মাতৃভাষা বাংলা বুলি লিখাৰ বাবে উচটনি দিয়াৰ এক পৰিকল্পিত অভিযান আৰম্ভ হৈছে অসমত । এই অভিযানৰ নাম দিয়া হৈছে ‘মিছন চলো পাল্টাই-২০২১’। উল্লেখযোগ্য …

অধিক »

স্মৃতিৰ পটত বিহু আৰু অসমীয়া মুছলমান

ডাঃ এম এছ ইচকেন্দাৰ আলী অসমীয়া জাতিৰ অন্তৰ্গত বিভিন্ন জনগোষ্ঠীৰ সংস্কৃতিক, সমন্বয়, সম্প্ৰীতিৰমূলক আৰু কৃষিভিত্তিক উৎসৱ হ’ল বিহু। অসমৰ সকলো জনগোষ্ঠীয়ে অসমৰ জাতীয় উৎসৱ কাতি, ভোগালী আৰু ৰঙালী বা বহাগ বিহু, তেওঁলোকৰ নিজ নিজ ধৰ্মৰ লগত কিছু হ’লেও সাঙুৰি লৈ পালন কৰি আহিছে আৰু ইয়াৰ মাজতেই ধৰ্ম-নিৰপেক্ষতা বজায় ৰাখিছে। আজিৰ …

অধিক »

বকোত কংগ্ৰেছৰ গুৱাহাটী লোক সভা সমষ্টিৰ প্ৰাৰ্থী ববিতা শৰ্মাৰ নিৰ্বাচনী ৰণশিঙা।

গণ বাৰ্তা, বকো,  ১০ এপ্ৰিলঃ ঃ কামৰূপ জিলাৰ বকো সমষ্টিত আজি কংগ্ৰেছ দলৰ উদ্যোগত অনুষ্ঠিত হোৱা কেইবাখনো নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰি নিৰ্বাচনী ৰণডংকা বজায় ৭নং গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী ববিতা শৰ্মাই। আজি বকো সমষ্টিৰ অন্তৰ্গত বকো ৰাজীৱ ভৱন প্ৰাংগণ, ভালুকঘাটা সত্ৰ প্ৰাংগণ, নাৰেংগা, ভুখুৰাদিয়া বজাৰ প্ৰাংগণকে ধৰি ঐতিহ্যমণ্ডিত ছমৰীয়া …

অধিক »

এটকা লোৱা বুলি প্ৰমাণ হ’লে ৰাজহুৱা জীৱন ত্যাগ কৰিম সংবাদমেলত অখিল গগৈৰ বিস্ফোৰণ

অগপ-বিজেপি মিত্ৰজোঁটক ভোট নিদিবলৈ আহবান মুখ্যমন্ত্ৰীক প্ৰত্যাহবান  ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৭ এপ্ৰিল ঃ কালি অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সদস্য এগৰাকীয়ে বিজেপিত যোগদান কৰি অখিল গগৈৰ ওপৰত ধন লোৱাৰ অভিযোগ উত্থাপন কৰাৰ পিছতে আজি অসুস্থ অৱস্থাতে সৰৱ হৈ উঠে অখিল গগৈ। উল্লেখ্য যে কালি নিশা প্ৰচণ্ড পেটৰ বিষত আক্ৰান্ত হৈছিল কৃষক …

অধিক »

বিহু গীত প্ৰেমৰ গীত

  মাইনা গোস্বামী সৌন্দৰ্য আৰু মাধুৰ্যৰ ফালৰ পৰা অসমীয়া সাহিত্য বিহু গীতবোৰৰ এটা সুকীয়া অস্তিত্ব আছে।ভাৱৰ আদান -প্ৰদান,সুমধুৰ ছন্দ সজ্জাৰ মধুৰতা সহজ সৰলতা আৰু অকৃত্ৰিমতাই গীতবোৰত সৌন্দৰ্য আৰু মাধুৰ্য দান কৰিছে।বৰ্তমান সময়ত যুগৰ পৰিবৰ্তন হৈছে।কৃষিজীৱী জীৱনৰ স্থায়িত্ব আৰু নিশ্চিন্ততাৰ পথাৰত ছাঁ পৰিছে মালিকীস্বত্ব ভৰা শিল্প যুগৰ স্থায়িত্বহীনতা আৰু নিৰাশাৰ।পথাৰ আৰু কৃষকৰ …

অধিক »