শেহতীয়া খবৰ
Home / Tag Archives: BJP

Tag Archives: BJP

উপ-নিৰ্বাচনলৈ সাজু বিজেপি : জনীয়া সমষ্টিত প্ৰাৰ্থিত্ব বিচাৰি সৰ্বাধিক ৩৪জনৰ আবেদন

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী : ৰাজ্যৰ চাৰি সমষ্টিৰ উপ-নিৰ্বাচনক লৈ সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে ৰাজ্যিক বিজেপি। সমষ্টি পুনৰ দখলৰ লক্ষ্যৰে বিজেপিয়ে প্ৰস্তুত কৰিছে ৰণনীতি। ইতিমধ্যে উপ-নিৰ্বাচনৰ চাৰি সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি এজনৰ পিছত এজনকৈ নেতাই আবেদন দাখিল কৰিছে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত। জনীয়া সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি সৰ্বাধিক ৩৪গৰাকীয়ে আবেদন দাখিল কৰিছে। …

অধিক »

যোৰহাটত বিজেপিৰ যোগদান সমাৰোহ : প্ৰায় তিনি শতাধিক সংখ্যালঘু লোকৰ গেৰুৱা দলত যোগদান

ষ্টাফ ৰিপৰ্টাৰ, গণ বার্তা  যোৰহাট, ২০ আগষ্টঃ  ৰাজ্যৰ নতুন প্ৰজন্মৰ ভোটাৰৰ লগতে সংখ্যালঘু লোকসকলো  ক্ৰমাৎ যেন আকৃষ্ট হবলৈ আৰম্ভ কৰিছে বিজেপি দলৰ প্ৰতি। নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰ খনে বিগত দিন সমূহত দেশৰ বাবে যি কাম কৰি আহিছে, তাৰ বাবে যেন আকৰ্ষিত হৈছে ৰাজ্য তথা দেশৰ নৱ প্ৰজন্মৰ লগতে বিভিন্ন …

অধিক »

বিজেপিত যোগ দিবলৈ সাজু শান্তিয়াজ কুজুৰ, গৌতম ৰয়

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১০ আগষ্ট : কংগ্ৰেছত অব্যাহত আছে খহনীয়া। এজনৰ পিছত এজনকৈ জ্যেষ্ঠ নেতাই কংগ্ৰেছ দল ত্যাগ কৰি গেৰুৱা বসন পৰিধান কৰিছে। অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভুবনেশ্বৰ কলিতাই বিজেপিত যোগদান কৰাৰ পিছত এইবাৰ আন কে’বাজনো জ্যেষ্ঠ নেতাই গেৰুৱা দলটোলৈ মন মেলিছে। দুই-এদিনৰ ভিতৰতেই কে’বাজনো জ্যেষ্ঠ নেতাই আনুষ্ঠানিকভাৱে গেৰুৱা বসন …

অধিক »

এক দেশ, এক পৰিয়াল : স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদী

অনুেচ্ছদ ৩৭০ ৰ বাবেই ৪২০০০ লোকৰ মৃত্যু দেশ বিৰোধী কামত ব্যৱহাৰ হৈছিল অনুেচ্ছদ ৩৭০, ৩৫(এ) নতুন দিল্লী, ৮ আগষ্ট : স্বাধীনতা দিৱসৰ প্ৰাক্‌ক্ষণত দেশবাসীক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। লালকিল্লাৰ পৰা স্বাধীনতা দিৱসত ৰাষ্ট্ৰক সম্বোধন কৰিবলৈ আৰু কেইটামান দিন মাজত থকাৰ সময়ছোৱাতেই আজি জম্মু-কাশ্মীৰৰ পৰা প্ৰত্যাহাৰ কৰা অনুেচ্ছদ ৩৭০ আৰু ৩৫(এ)ক …

অধিক »

প্ৰাক্তন বৈদেশিক মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেত্ৰী সুষমা স্বৰাজৰ পৰলোকপ্ৰাপ্তি

নতুন দিল্লী, ৬ আগষ্ট : প্ৰাক্তন বৈদেশিক মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেত্ৰী সুষমা স্বৰাজৰ পৰলোকপ্ৰাপ্তি ঘটে। কিছু সময়ৰ পূৰ্বে প্ৰাক্তন মন্ত্ৰীগৰাকী গুৰুতৰভাবে অসুস্থ হোৱাত এইমছত ভৰ্তি কৰোৱা হৈছিল। প্ৰাপ্ত খবৰ অনুসৰি তেওঁক চিকিৎসকে মৃত্যু বুলি ঘোষণা কৰে। A glorious chapter in Indian politics comes to an end. India grieves the demise …

অধিক »

এনআৰচিক লৈ চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক তৰুণ গগৈ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩ আগষ্ট : ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীয় উন্নীতকৰণ চমুকৈ এনআৰচিক লৈ তিলমানো চিন্তিত নহয় কেন্দ্ৰ তথা ৰাজ্য চৰকাৰ। এখন শুদ্ধ এনআৰচি প্ৰস্তুত হোৱাটো নিবিচাৰে চৰকাৰে। যাৰ বাবে এনেদৰে বিষয়টোক লৈ বিধি-পথালি দিছে। আজি মন্ত্ৰী আৱাসত আয়োজিত এক সংবাদমেলত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কয় যে এনআৰচিক লৈ শেহতীয়াকৈ একাধিক বিতৰ্কৰ সৃষ্টি …

অধিক »

কৰ্ণাটকত কংগ্ৰেছ-জেডিএছ মিত্ৰজোঁটৰ চৰকাৰ পতন

পদত্যাগ-পত্ৰ ৰাজ্যপালক অৰ্পণ মুখ্যমন্ত্ৰী কুমাৰস্বামীৰ বাংগালুৰু, ২৩ জুলাই : কৰ্ণাটকত পতন ঘটিল কংগ্ৰেছ-জেডিএছৰ মিত্ৰজোঁট চৰকাৰৰ। ৰাজ্যখনত যোৱা কিছুদিনৰ পৰা ৰাজনৈতিক ক্ষমতাৰ যুঁজখন অৱশেষত আজি নিশা সমাপ্তি ঘটাৰ লগে লগেই পতনো ঘটে কুমাৰস্বামীৰ চৰকাৰৰ। আজি কৰ্ণাটক বিধানসভাত শাসনাধিষ্ঠিত কংগ্ৰেছ-জেডিএছ মিত্ৰজোঁটৰ অগ্নি পৰীক্ষা হয়। য’ত অগ্নি পৰীক্ষাত সফল হ’ব নোৱাৰিলে শাসনাধিষ্ঠিত দলটো। ফলত …

অধিক »

চিণ্ডিকেটক লৈ কংগ্ৰেছ-বিজেপিৰ সংঘাত

কংগ্ৰেছৰ দিনত লুণ্ঠন চলোৱা নেতাৰ মুখত দুৰ্নীতি বিৰোধী কথা শোভা নাপায় : মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৪ জুন : কংগ্ৰেছৰ ১৫ বছৰীয়া শাসনকালত হোৱা দুৰ্নীতি-ভ্ৰষ্টাচাৰ আৰু লুণ্ঠনৰ সমভাগী হৈ এতিয়া বিজেপি চৰকাৰৰ বিৰুদ্ধে ছিণ্ডিকেটৰ অভিযোগে মুঠেই শোভা নাপায়। কংগ্ৰেছৰ দিনত গৃহমন্ত্ৰী, বনমন্ত্ৰী, শক্তিমন্ত্ৰী হিচাপে দায়িত্ব লোৱা প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছৰ …

অধিক »

মুখ্যমন্ত্ৰী সোণোৱালক প্ৰধানমন্ত্ৰী মোদীৰ আশ্বাস. অসমৰ বিভিন্ন সমস্যাৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ মনোযোগ আকৰ্ষণ

গুৱাহাটী, ১২ জুন : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে দ্বিতীয়টো কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীক তেখেতৰ নতুন দিল্লীত থকা চৰকাৰী বাসগৃহত সাক্ষাৎ কৰি আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে। সাক্ষাৎ কালত মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ সৈতে অসমৰ বিভিন্ন সমস্যাৰাজিৰ বিষয়ে বিশদ আলোচনা কৰাৰ …

অধিক »

বিপিএল আঁচনি দুৰ্নীতিমুক্ত হোৱা বাবেই জয়ী হৈছে : বিজেপি সংবাদমেলত বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামী

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২ জুন : দ্বিতীয়বাৰৰ বাবে দিল্লীৰ শাসনত অধিষ্ঠিত হোৱাৰ পিছতে মোদীৰ প্ৰথমখন কেবিনেটত দেশৰ সম্পূৰ্ণ নক্সা সলনি কৰি দিয়াৰ বাবে কে’বাটাও গুৰুত্ব সিদ্ধান্ত লোৱা বাবে আজি ৰাজ্যিক বিজেপিয়ে কৃতজ্ঞতা জ্ঞাপন কৰে। আজি হেঙেৰাবাৰীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে লোকসভা নিৰ্বাচনত জয়ী হোৱা বাবে …

অধিক »