শেহতীয়া খবৰ
Home / Tag Archives: Central Government

Tag Archives: Central Government

ত্ৰিপুৰাৰ উগ্ৰপন্থীৰ সৈতে কেন্দ্ৰৰ শান্তি চুক্তি স্বাক্ষৰ : উগ্ৰপন্থীয়ে অস্ত্ৰ এৰি মূল সুঁতিলৈ উভতি আহিবলৈ সাজু

নতুন দিল্লী, ১০ আগষ্ট : ত্ৰিপুৰাৰ উগ্ৰপন্থীৰ সৈতে কেন্দ্ৰই আজি এক গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ কৰে। কেন্দ্ৰ আৰু ত্ৰিপুৰা উগ্ৰপন্থীয়ে আজি কৰা স্বাক্ষৰ চুক্তি অনুসৰি উগ্ৰপন্থীসকলে অস্ত্ৰ এৰি মূল সঁুতিলৈ উভতি আহিবলৈ প্ৰস্তুত হৈছে। সেইবাবে কেন্দ্ৰই আজি ত্ৰিপুৰাৰ উগ্ৰপন্থীসকলৰ সৈতে এই চুক্তিত স্বাক্ষৰ কৰে। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি ত্ৰিপাক্ষিক চুক্তি …

অধিক »

কেন্দ্ৰীয় পথ পৰিবহণ, ৰাষ্ট্ৰীয় ঘাইপথ নীতিন গাডকাৰীৰে মুখ্যমন্ত্ৰী সোণোৱালৰ বৈঠক

গুৱাহাটী, ১৩ জুন : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কেন্দ্ৰীয় পথ পৰিবহণ, ৰাষ্ট্ৰীয় ঘাইপথ ইত্যাদি দপ্তৰৰ মন্ত্ৰী নিতিন গাডকাৰীক নতুন দিল্লীত থকা তেওঁৰ চৰকাৰী কাৰ্যালয়ত সাক্ষাৎ কৰি ৰাজ্যখনত ৰূপায়ণ হৈ থকা ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি অন্যান্য আন্তঃগাঁথনিমূলক প্ৰকল্পৰ অগ্ৰগতি ইত্যাদি বিষয় সন্দৰ্ভত এখন বৈঠকত মিলিত হয়। পথ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ইত্যাদি দপ্তৰৰ …

অধিক »