শেহতীয়া খবৰ
Home / Tag Archives: Citizenship

Tag Archives: Citizenship

এনআৰচিৰ পৰা বাদ পৰা এজনো হিন্দুৱে দেশ এৰিব নালাগে : মোহন ভাগৱত

কলকাতা, ২৩ ছেপ্টেম্বৰ : চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এনআৰচি)ৰ পৰা বাদ পৰা হিন্দু লোকসকলৰ চিন্তা দূৰ কৰাৰ উদ্দেশ্যৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰ এছ এছ)ৰ প্ৰমুখ মোহন ভাগৱতে উল্লেখ কৰিছে যে এজনো হিন্দুৱে এৰিব নালাগে দেশ। দেওবাৰে কলকাতাত মোহন ভাগৱতে উল্লেখ কৰিছে যে এন আৰ চিৰ চূড়ান্ত তালিকাত অন্তৰ্ভুক্ত নোহোৱা হিন্দুসকলে চিন্তা কৰাৰ …

অধিক »

দেশত ৮ শতাংশহে ভূমিপুত্ৰ, ৯২ শতাংশই প্ৰব্ৰজনকাৰীঃ  উচ্চতম ন্যায়ালয়

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৫ ছেপ্টেম্বৰ : অসম তথা উত্তৰ-পূৰ্বাঞ্চলত সততে খিলঞ্জীয়া তথা ভূমিপুত্ৰৰ প্ৰসংগক লৈ বিতৰ্কৰ সূচনা হৈ আহিছে। কেৱল এয়াই নহয়, খিলঞ্জীয়া ভূমিপুত্ৰৰ প্ৰসংগ টানি সমাজত মেৰু ¸বিভাজেনৰে দীৰ্ঘদিন ধৰি বিভিন্ন ৰাজনৈতিক দলে ৰাজনীতি কৰি আহিছে। অসম তথা উত্তৰ-পূৰ্বাঞ্চলত কোন জাতি-জনগোষ্ঠীৰ লোক খিলঞ্জীয়া তথা ভূমিপুত্ৰ সেই লৈ এতিয়া বৃহৎ প্ৰশ্নৰ …

অধিক »

৩১ আগষ্টত প্ৰকাশ পাবই লাগিব এন আৰ চি, উচ্চতম ন্যায়ালয়ত কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ মুখ থেকেচা

পুনৰীŽৰণৰ সম্ভাৱনীয়তা নাকচ সৰ্বোচ্চ ন্যায়ালয়ৰ  আধাৰ কাৰ্ডৰ দৰে গোপনীয় হ’ব এন আৰ চিৰ নথি ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৩ আগষ্টঃ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে সীমান্ত অঞ্চলসমূহত এন আৰ চিত বিদেশীৰ নাম অন্তৰ্ভুক্ত হোৱা বুলি অভিযোগ উত্থাপন কৰি যি পুনৰীক্ষণৰ আবেদন উত্থাপন কৰিছিল সেই ক্ষেত্ৰত আজি সৰ্বোচ্চ ন্যায়ালয়ে আবেদন নাকচ কৰি পুনৰীক্ষণৰ …

অধিক »

এনআৰচিক লৈ চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক তৰুণ গগৈ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩ আগষ্ট : ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীয় উন্নীতকৰণ চমুকৈ এনআৰচিক লৈ তিলমানো চিন্তিত নহয় কেন্দ্ৰ তথা ৰাজ্য চৰকাৰ। এখন শুদ্ধ এনআৰচি প্ৰস্তুত হোৱাটো নিবিচাৰে চৰকাৰে। যাৰ বাবে এনেদৰে বিষয়টোক লৈ বিধি-পথালি দিছে। আজি মন্ত্ৰী আৱাসত আয়োজিত এক সংবাদমেলত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কয় যে এনআৰচিক লৈ শেহতীয়াকৈ একাধিক বিতৰ্কৰ সৃষ্টি …

অধিক »

এন আৰ চিৰ শুনানীৰ নামত হাৰাশাস্তি স্বাধীনতা সংগ্ৰামীৰ পৰিয়াল

জাগীৰোড, ৮ জুলাই: এন আৰ চিৰ নামত এগৰাকী মুক্তিযুদ্ধাৰ পৰিয়ালক হাৰাশাস্তি৷ বিদেশী চিনাক্তকৰণৰ নামত হাৰাশাস্তি স্বদেশীক ৷ মুক্তিযুদ্ধাৰ পৰিয়ালক চুড়ান্ত অপমান ৷ বিদেশীক চিনাক্তকৰণৰ বাবে ৰাজ্যত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নিতকৰণ প্ৰক্ৰিয়াত এতিয়া দেখা দিছে বিভিন্ন বিসংগতি ৷ বিদেশীক চিনাক্তকৰণৰ নামত ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে স্বদেশীক হাৰাশাস্তি ৷ তেনে এক …

অধিক »

এনআৰচি প্ৰসংগত অধ্যাপক হাকাচামৰ বক্তব্যৰ পৰ্যালোচনা

✍️ আব্দুল কালাম আজাদ, গৱেষক যোৱা ২ জুন তাৰিখে অনুষ্ঠিত চিন্তন বৈঠকৰ আমি উদ্যোক্তা আছিলোঁ । আমি আমাৰ গোহাৰি-পত্ৰত বিস্তাৰিতভাৱে আমাৰ ধৰ্মীয় সংখ্যালঘু সমাজে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ নামত ভুগি অহা যমৰ যাতনাৰ কথা উল্লেখ কৰিছিলোঁ । আমি উল্লেখ কৰিছিলোঁ কিদৰে এনআৰচি কৰ্তৃপক্ষ তথা উগ্ৰ জাতীয়তাবাদীসকলে আমাৰ সম্প্ৰদায়ৰ প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম …

অধিক »

কাইলৈ গুৱাহাটীত ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটীৰ উদ্যোগত  গুৰুত্বপূ্ৰ্ণ সভা

গুৱাহাটী,  ১৫ জুন : ৰাজ্যৰ কে’বাটাও জ্বলন্ত সমস্যা, বিশেষকৈ নাগৰিকত্ব আৰু সামাজিক অপৰাধ সন্দৰ্ভত বিস্ত´তভাৱে আলোচনা  কৰাৰ বাবে ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটীয়ে কাইলৈ অৰ্থাৎ ১৬ জুনত লখৰা সাওকুছিস্থিত এন ই এফ কলেজ প্ৰেক্ষাগৃহত এক গুৰুত্বপূৰ্ণ সাধাৰণ সভাৰ আয়োজন কৰিছে। উক্ত সভাত বিশিষ্ট বুদ্ধিজীৱী, জ্যেষ্ঠ সম্পাদক, জ্যেষ্ঠ সাংবাদিক , লেখক, প্ৰাক্তন আই এ …

অধিক »

ডিটেনচন কেম্পত বন্দী মধুবালাৰ ঘৰত আমছুৰ সঁজাতী দল

চিৰাঙৰ পৰা সঞ্জয় সৰকাৰ আৰু ৰিমো সেন, ৯ জুন ঃ নামৰ কিছু মিল থকাৰ বাবে মৃত মধুবালা নমঃদাসৰ সলনি মধুবালা মণ্ডল নামৰ দৰিদ্ৰ মহিলাগৰাকীক বিদেশী সজাই বিগত প্ৰায় তিনি বছৰ ধৰি ডিটেনচন কেম্পত আবদ্ধ কৰি ৰখাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা (আমছু)ৰ সভাপতি ৰেজাউল কৰিম …

অধিক »

শ শ শ্ৰমিকক বলপূৰ্বক উঠাই এফটিৰ প্ৰ-পত্ৰত চহী সংগ্ৰহ , হাতীগাঁও আৰক্ষীথানা ঘেৰাও ক্ষুব্ধ ৰাইজৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩১ মে’ : প্ৰাক্তন সেনা বিষয়াক বিদেশী সজোৱাৰ ঘটনাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ থকাৰ সময়তে মহানগৰীৰ হাতীগাঁও আৰক্ষীয়ে নিশাৰ ভাগত সিজুবাৰী, নটবমাৰ শ শ শ্ৰমিকক বলপূৰ্বক উঠাই আনি প্ৰমাণ-পত্ৰ সংগ্ৰহ কৰাৰ লগতে হাতৰ ছাপ আৰু বিদেশী ন্যায়াধিকৰণৰ প্ৰ-পত্ৰত চহী সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। পৰিকল্পিত …

অধিক »

বিদেশী বহিস্কৰণ : আছুৰ আবেদন উচ্চতম ন্যায়ালয়ত অন্তৰ্ভুক্ত

নাগৰিকপঞ্জীৰ দাবী আপত্তি : খৰখেদা নকৰি আইনসন্মতভাৱে ভালকৈ পৰীক্ষা কৰাৰ আহ্বান নতুন দিল্লী, ৩০ মে’ : উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ অনিৰুদ্ধ বসুৰ বিচাৰপীঠে (ভেকেচন বেঞ্চ) অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ দাবী, আপত্তিৰ বিষয়ত আইনসন্মতভাৱে খৰখেদা নকৰি ভালকৈ নথি-পত্ৰ পৰীক্ষা কৰিবলৈ সমন্বয়ক প্ৰতীক হাজেলাৰ জৰিয়তে নাগৰিকপঞ্জীত জড়িত সকলো বিষয়া-কৰ্মচাৰীক পৰামৰ্শ দিয়ে। …

অধিক »