শেহতীয়া খবৰ
Home / Tag Archives: Citizenship Amendment Bill

Tag Archives: Citizenship Amendment Bill

কেবৰ বিৰুদ্ধে ৰাজ্যজুৰি কৃষক মুক্তিৰ উত্তাল প্ৰতিবাদ ঃ অগণতান্ত্ৰিকভাবে প্ৰতিবাদক বাধা দিয়া হৈছে : অখিল

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১১ অক্টোবৰ : কেন্দ্ৰই নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ বাবে উঠি-পৰি লগাৰ লগতে নাগৰিকত্ব বিধেয়কৰ সংশোধন ঘটাই পূৰ্বৰ তুলনাত অতি ভয়াৱহভাৱে ইয়াক উপস্থাপন কৰি গৃহীত কৰিবলৈ সাজু হোৱাৰ অভিযোগ তুলি আজি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে। নতুনকৈ আহিবলগীয়া নাগৰিকত্ব সংশোধনী বিধেয়কৰ ষষ্ঠ অনুসূচীৰ অধ্যুষিত অঞ্চল …

অধিক »

‘কেব’এ ধবংস কৰিব উত্তৰ-পূৰ্বাঞ্চলৰ পৰিকাঠামোঃ সংবাদমেলত সৰৱ নৰ্থ-ইষ্ট ফ’ৰাম ফৰ ইণ্ডিজেনাচ পিপল

ষ্টাফ ৰিপ’ৰ্টাৰ, ৩ অক্টোবৰ : কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ জাতিধবংসী নাগৰিকত্ব বিল-২০১৬ আনি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰিকাঠামো ধবংস কৰাৰ যি ব্লুপ্ৰিণ্ট তৈয়াৰ কৰিছে তাক শীঘ্ৰে বাতিল কৰাৰ দাবী উত্থাপন কৰিছে নৰ্থ-ইষ্ট ফ’ৰাম ফৰ ইণ্ডিজেনাছ পিপ’লৰ উপ-সভাপতি তথা আসাম লীগ অৱ এববজিনছ ৰাইট মুভমেণ্ট (এলাৰ্ম)ৰ সমন্বয়ক বিক্ৰম হান্সেই। ভাৰতৰ গৃহমন্ত্ৰী অমিত …

অধিক »

নাগৰিক্তব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ব্যাপক তৎপৰতা কৃষক মুক্তি : ১১ অক্টোবৰৰ পৰা গাঁৱে গাঁৱে সজাগতা অভিযান

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী : কলকাতাৰ নেতাজী ইনড’ৰ ষ্টেডিয়ামত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শীঘ্ৰেই বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব বুলি হুংকাৰ দিয়াৰ পিছতেই সৰৱ হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতি। কালি কলকাতাত অনুষ্ঠিত অনুষ্ঠানত গৃহমন্ত্ৰী অমিত শ্বাহে ‘কেব’ গৃহীত কৰি শৰণাৰ্থীসকলক নাগৰিকত্ব, ৰাজনৈতিক অধিকাৰ দিয়াৰ উপৰি প্ৰধানমন্ত্ৰী হোৱাৰ যোগ্যতাও …

অধিক »

বিজেপিৰ হিন্দু বাংলাদেশী প্ৰীতিঃ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহিত হ’বই, হিন্দুত্ব ধবজা উৰুৱাই কলকাতাত শ্বাহৰ হুংকাৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১ ছেপ্টেম্বৰ : অসমীয়াৰ আৱেগ-অনুভূতিক জলাঞ্জলি দি পুনৰ এবাৰ মোদী চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ বাবে ষড়যন্ত্ৰ ৰচনা কৰা পৰিলক্ষিত হৈছে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ দ্বাৰা চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ, পাকিস্তান, আফগানিস্তানৰ পৰা অহা হিন্দু, শিখ, জৈন, খ্ৰীষ্টান, বৌদ্ধ, পাৰ্চী শৰণাৰ্থীক নাগৰিকত্ব প্ৰদান কৰাৰ বাবে বিজেপি চৰকাৰে পূৰ্বতে বিধেয়কখন …

অধিক »

বিজেপিৰ ওচৰত আত্মসমৰ্পণ অগপৰ তিনি মন্ত্ৰীৰ, নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহিত কৰিবৰ বাবে অপচেষ্টা: অখিল গগৈ

গণবাৰ্তা,কাজিৰঙা, ১১ ছেপ্তেম্বৰ : বিজেপি তথা আৰ এছ এছৰ চৰকাৰখনে অসমীয়া মানুহৰ মৰ্মবেদনা উপলব্ধি নকৰিলে ৷উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ হিয়াভগা কান্দোন বুজিবলৈ চেষ্টা নকৰে শাসনাধীষ্ঠ বিজেপি চৰকাৰখনে ৷ অসমৰ দল সংগঠন তথা ৰাইজৰ প্ৰতিবাদক বৃদ্ধঅংগুষ্ঠ প্ৰদৰ্শন কৰিলে শাসনাধীষ্ঠ  বিজেপি চৰকাৰে ৷ অসমৰ প্ৰতিজন নাগৰিকে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰোৱাৰ পাছত পুনৰ অন্যায় …

অধিক »

পুনৰ কেন্দ্ৰই আনিব নাগৰিকত্ব বিধেয়ক : উত্তৰ পূবৰ নেতৃত্বৰ সন্মুখত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ঘোষণা

অনুপ্ৰৱেশকাৰীক লৈ নেডাৰ বৈঠকত সৰব কনৰাড চাংমা, কেবক লৈ মৌন অতুল বৰা ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৯ ছেপ্টেম্বৰ : নাগৰিকত্ব সংশোধনী বিধেয়কবিৰোধী আন্দোলনক ধূলিসাৎ কৰি কেন্দ্ৰই পুনৰ বিতৰ্কিত বিধেয়ক ‘কেব’ক আইনত পৰিণত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি ‘নেডা’ৰ বৈঠকত উত্তৰ-পূবৰ নেতৃত্বৰ সন্মুখত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ড×দাত্ত কণ্ঠেৰে ঘোষণা কৰে যে পুনৰ …

অধিক »

বিদেশী ন্যায়াধিকৰণৰ ৰায় বনাম এন আৰ চি

 আব্দুৰ ৰহমান চিকদাৰ সকলোৱে জ্ঞাত যে এন আৰ চি অদ্যাৱধিকৰণৰ কাম চলি থাকোতে বহুতৰ নামৰ আগত ডি (ভোটাৰ তালিকাত) লগোৱা হৈছে, বিদেশী গোচৰ পঞ্জীয়ন হৈছে, আনকি গোচৰ প্ৰক্ৰিয়া চলি থকাও পৰিলক্ষিত হৈছে। খচৰা তালিকাত নাম অন্তৰ্ভুক্ত হোৱাৰ পিছতো বহুতৰ নামত বিদেশী গোচৰ ৰুজু হৈছে আৰু বহুতক বিদেশী বুলি ঘোষণা কৰা …

অধিক »

নাগৰিকত্ব সংশোধনী বিধেয়ক এখন সাম্প্ৰদায়িক বিধেয়ক, শিলচৰত মোদীৰ হুংকাৰৰ পিছতে সৰৱ সমুজ্জল ভট্টাচাৰ্য

অসমত খিলঞ্জীয়াৰ প্ৰভূত্ব থাকিবই লাগিব ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১২ এপ্ৰিল ঃ শিলচৰত নিৰ্বাচনী জনসভাত প্ৰচাৰ চলাবলৈ আহি অসমৰ মাটিত থিয় হৈ অসমৰ অস্তিত্বৰ বিৰোধী নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিমেই বুলি হুংকাৰ দিয়া নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে আছু। বিজেপিয়ে নিজৰ ঘোষণা-পত্ৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগ উত্থাপন কৰি পুনৰ চৰকাৰ …

অধিক »

বিভিন্ন প্ৰতিশ্ৰুতিৰে অগপৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ

ডিজিটেল সংবাদ, গুৱাহাটীঃ মঙলবাৰে গোলাঘাটত অসম গণ পৰিষদ দলে মুকলি কৰে নিৰ্বাচনী ইস্তাহাৰ। অগপ সভাপতি অতুল বৰাই মুকলি কৰা এই অনুষ্ঠানটোত উপস্থিত আছিল কমলা কলিতা, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ লগতে যথেষ্ট সংখ্যক দলীয় কৰ্মী উপস্থিত থাকে। নিৰ্বাচনী ইস্তাহাৰত অগপ দলে অসম চুক্তিৰ প্ৰতিতো দফা ৰূপায়ন কৰাৰ ক্ষেত্ৰত থকা …

অধিক »

বিজেপিৰ ইস্তাহাৰত অসম বিৰোধী স্থিতি স্পষ্ট | চৰকাৰ আহিলে গৃহীত হ’ব নাগৰিকত্ব সংশোধনী বিধেয়ক

ষ্টাফৰিপ’ৰ্টাৰ, গুৱাহাটী, ৮ এপ্ৰিলঃ বিজেপিয়ে যে কোনো কাৰণতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লোকৰ আৱেগ-অনুভূতিক প্ৰশ্ৰয় নিদিয়ে সেয়া পুনৰ এবাৰ প্ৰমাণিত হৈছে। লাখ লাখ লোকৰ বিৰোধৰ পিছত ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন হোৱাৰ পৰা ৰক্ষা পৰিছিল যদিও পুনৰ চৰকাৰ আহিলে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়াৰ অস্তিত্ব ধূলিসাৎ কৰিব পৰা নাগৰিকত্ব সংশোধনী বিধেয়ক, চমুকৈ …

অধিক »