শেহতীয়া খবৰ
Home / Tag Archives: Congress

Tag Archives: Congress

মুখ্যমন্ত্ৰীয়ে অসমক ভাৰতবৰ্ষৰ বুকুত চিণ্ডিকেট প্ৰধান ৰাজ্য হিচাপে গঢ়ি তুলিব বিচাৰিছে : কংগ্ৰেছ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১ ছেপ্টেম্বৰ : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৃষ্ঠপোষকতাত উজনি অসমৰ বিশেষকৈ তিনিচুকীয়া জিলাৰ আপুৰুগীয়া বৰ্ষাৰণ্য আৰু বনাঞ্চল এফালৰ পৰা ধবংস কৰি চাৰিওফালে অবৈধ কয়লা খনন আৰু সম্পূৰ্ণভাৱে পুলিচ প্ৰশাসনৰ সহযোগিতাত যে কয়লা ছিণ্ডিকেট চলি আছে সেয়া বিগত এবছৰে কংগ্ৰেছে তথ্য সহকাৰে অভিযোগ উত্থাপন কৰি আহিছে। কিন্তু বিজেপিৰ মুখপাত্ৰসকলে উক্ত …

অধিক »

দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণাঃ এবিভিপি তিনি, এনএচইউআই এক আসনত জয়লাভ

ডিজিটেল সংবাদ, নতুন দিল্লীঃ দিল্লী বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণৰ ফলাফল শুক্ৰবাৰে ঘোষণা কৰে৷ নিৰ্বাচনত চাৰিটা আসনৰ ফলাফলত আৰএছএছৰ ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰাৰ্থীয়ে তিনিটা আসন দখল কৰিবলৈ সক্ষম হয়৷ ইয়াৰ বিপৰীতে কংগ্ৰেছ দলৰ ছাত্ৰ সংগঠন এনএছইউআইয়ে মাত্ৰ এখন আসনত জয়লাভ কৰে৷ দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ চাৰিটা …

অধিক »

অগপ-বিজেপিয়ে বিদেশী সমস্যাক জীয়াই ৰাখি ৰাজনীতি কৰিব বিচাৰিছে : কংগ্ৰেছৰ অভিযোগ

ষ্টাফ ৰিপ’ৰ্টাৰ, ৰৰ ছেপ্টেম্বৰ : এন আৰ চি সন্দৰ্ভত পুনৰবাৰ সৰৱ হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটী। বিজেপিৰ শেহতীয়া স্থিতিক লৈ সৰৱ হৈ পৰিছে দলটো। আজি ৰাজীৱ ভৱনত আয়োজিত এক সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰাই কয় যে বিজেপিয়ে কেৱল ভোটৰ স্বাৰ্থত বিদেশী খেদাৰ কথা কয়। এফালে এজনো বিদেশী …

অধিক »

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমবাসীৰ ওচৰত ক্ষমা খোজকঃ ৰিপুন বৰা : তামুলপুৰত কংগ্ৰেছৰ কৰ্মশালা

আৰিফ আহমেদ, তামুলপুৰ, ৮ ছেপ্টেম্বৰ : বাক্সা জিলাৰ তামুলপুৰ মহকুমা সদৰত আজি বাক্সা জিলা কংগ্ৰেছ কমিটীৰ এখন সাংগঠনিক কৰ্মশালা অনুষ্ঠিত হয়। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰাই এই কৰ্মশালাত অংশগ্ৰহণ কৰে। কৰ্মশালাৰ অন্তত এখন সংবাদমেলৰ আয়োজন কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰাই কয় যে ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী অমিত …

অধিক »

অগপ-বিজেপিয়ে বিদেশীৰ সমস্যা সমাধান হোৱাটো নিবিচাৰঃ সংবাদমেলত কংগ্ৰেছৰ অভিযোগ

বৈধ প্ৰতিপন্ন লোকৰ আত্মীয়ক ন্যায়াধিকৰণলৈ পঠিয়াব নালাগে : দেৱব্ৰত শইকীয়া ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১ ছেপ্টেম্বৰ : চূড়ান্ত এনআৰচিৰ পৰা ১৯,০৬,৬৫৭জন লোকৰ নাম বাদ পৰিছে। এনআৰচিৰ পৰা বাদ পৰা অধিকাংশ লোকেই ভাৰতীয় নাগৰিক। প্ৰকৃত ভাৰতীয় নাগৰিকক আইনী সাহায্য প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি ইতিমধ্যে কংগ্ৰেছে প্ৰতিখন জিলাত আইনী কোষ গঠন কৰিছে। বাঙালী, …

অধিক »

সোণাৰিত ৰিপুন বৰা, উপ নিৰ্বাচনক লৈ তৎপৰতা প্ৰদেশ কংগ্ৰেছৰ, ৰাজীৱ ভৱনত তৃণমূল কৰ্মীৰ লগত বৈঠক।

গণ বাৰ্তা চৰাইদেউ,২৯ আগষ্ট :  এক চমু ভ্ৰমণ সুচী লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা ৰাজ্য সভাৰ সাংসদ ৰিপুন বৰা আজি সোণাৰিত উপস্থিত হৈ এখন সাংগঠনিক সভাত অংশগ্ৰহণ কৰে। সোণাৰি সমষ্টি কংগ্ৰেছ কমিটীৰ উদ্যোগত অনুষ্ঠিত সভাখনত অংশগ্ৰহণ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই তৃণমূল পৰ্য্যায়ৰ কৰ্মী সকলৰ লগত মত বিনিময় …

অধিক »

এনআৰচিত নাম অন্তৰ্ভুক্ত নোহোৱা ভাৰতীয়ক আইনী সহায় কৰিব কংগ্ৰেছে

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২০ আগষ্ট : ৰাষ্ট্ৰীয় নাগৰীকপঞ্জী উন্নীতকৰণ, চমুকৈ এনআৰচি প্ৰকাশ পাবলৈ মাজত মাত্ৰ দহটা দিন বাকী। অৰ্থাৎ ৩১ আগষ্টত প্ৰকাশ পাব চূড়ান্ত এনআৰচি। এনআৰচি প্ৰকাশৰ পিছত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে সকলোকে আইন-শৃংখলা বজাই ৰাখিবলৈ আহবান জনাইছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰাই। প্ৰকৃত …

অধিক »

অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ মুকুল শৰ্মাৰ দেহাৱসান

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৯ আগষ্ট : অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ মুকুল শৰ্মা আৰু নাই। দীৰ্ঘদিন ধৰি গুৰুতৰ ৰোগত আক্ৰান্ত হৈ খানাপাৰাস্থিত হেল্‌থ চিটীত চিকিৎসাধীন হৈ থকা অৱস্থাত আজি দিনৰ ১১ বজাত শেষ নিশ্বাস ত্যাগ কৰে জ্যেষ্ঠ কংগ্ৰেছী নেতাজেন। ৫১ বছৰীয়া মুকুল শৰ্মাৰ মৃত্যুত কংগ্ৰেছৰ ভিতৰচ’ৰাত শোকৰ ছাঁ পৰে। উল্লেখ্য যে …

অধিক »

বিজেপিত যোগ দিবলৈ সাজু শান্তিয়াজ কুজুৰ, গৌতম ৰয়

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১০ আগষ্ট : কংগ্ৰেছত অব্যাহত আছে খহনীয়া। এজনৰ পিছত এজনকৈ জ্যেষ্ঠ নেতাই কংগ্ৰেছ দল ত্যাগ কৰি গেৰুৱা বসন পৰিধান কৰিছে। অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভুবনেশ্বৰ কলিতাই বিজেপিত যোগদান কৰাৰ পিছত এইবাৰ আন কে’বাজনো জ্যেষ্ঠ নেতাই গেৰুৱা দলটোলৈ মন মেলিছে। দুই-এদিনৰ ভিতৰতেই কে’বাজনো জ্যেষ্ঠ নেতাই আনুষ্ঠানিকভাৱে গেৰুৱা বসন …

অধিক »

এনআৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা ব্লেক মেইলিঙৰ বলি হৈছে : সংবাদমেলত আব্দুল খালেক

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১০ আগষ্ট : এনআৰচিৰ শুনানিক লৈ শেহতীয়াকৈ ৰাজ্যত চলি থকা বিসংগতিক লৈ সৰৱ হৈ পৰিছে বৰপেটা লোকসভাৰ সাংসদ আব্দুল খালেক। ন্যায়ালয়ৰ নিৰ্দেশনাক অৱমাননা কৰি এটা নিশাৰ ভিতৰতেই হাজাৰ হাজাৰ শুনানিৰ জাননী প্ৰেৰণ কৰা বিষয়টোক লৈ সাংসদগৰাকীয়ে উল্লেখ কৰি কয় যে এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা ব্লেক মেইলিঙৰ বলি …

অধিক »