শেহতীয়া খবৰ
Home / Tag Archives: Cricket

Tag Archives: Cricket

নতুন টেষ্ট জাৰ্ছীত দেখা গ’ল বিৰাট বাহিনীক

এণ্টিগা, ২১ আগষ্টঃ বিৰাট কোহলী নেতৃত্বাধীন ভাৰতীয় ক্ৰিকেট দলে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট মেচৰ শৃংখলা খেলিবলৈ খেলপথাৰত নামিব আৰু ইয়াৰ লগে লগে ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপত ভাৰতৰ অভিযানো আৰম্ভ হ’ব। এই অভিযানৰ পূৰ্বে টেষ্ট ক্ৰিকেটৰ নতুন জাৰ্ছীৰ সৈতে অধিনায়ক বিৰাট কোহিল, আজিংক ৰাহানেৰ লগতে টীম ইণ্ডিয়াৰ ফটো ছেছন হয়। টেষ্ট ক্ৰিকেটৰ নতুন …

অধিক »

ক্ৰিকেটক বিদায় জনালে ক্ৰিছ গেইলে

‘দ্য ইউনিভাৰ্ছ বছ’ৰ উল্লেখযোগ্য বিশ্ব অভিলেখ নতুন দিল্লী,১৪ আগষ্টঃ ‘দ্য ইউনিভাৰ্ছ বছ’ ক্ৰিছ গেইলে আজি নিজৰ অন্তিমখন আন্তৰ্জাতিক মেচ খেলিছে। তেওঁ আইচিচি বিশ্বকাপৰ আগতেই এই ঘোষণা কৰিছিল যে তেওঁ ভাৰত-ৱেষ্ট ইণ্ডিজ শৃংখলাৰ পিছত আৰু ক্ৰিকেট নেখেলে। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত ইতিমধ্যে টি-২০ শৃংখলা অনুষ্ঠিত হৈছে। আজি বুধবাৰে এদিনীয়া শৃংখলাৰ …

অধিক »

বিশ্বকাপ ২০১৯ৰ আজি ফাইনেল, প্ৰথম বিশ্বকাপ জয়ৰ আশাৰে নামিব নিউজিলেণ্ড আৰু ইংলেণ্ড

তথ্যগত দিশেৰে ইংলেণ্ড ফেভাৰিট গৌৰী প্ৰসাদ শৰ্মা, গুৱাহাটীঃ  ভদ্ৰ মানুহৰ খেল ক্ৰিকেটে বিশ্বৰ ক্ৰিকেট ইতিহাসত ১৪ জুলাইত আন এক পৃষ্ঠা সোণোৱালী কৰিব ৷ ইতিহাস হোৱাৰ দিশে দ্বাদশ বিশ্বকাপ ক্ৰিকেট ৷ সুদীৰ্ঘ বিশ বছৰৰ অন্তত ইংলেণ্ড আৰু ৱেলচত যোৱা ৩০ মে’ৰ পৰা আৰম্ভ, ২২ গজৰ এই ক্ৰিকেট বিশ্বকাপে ১৪ জুলাইত লিপিবদ্ধ …

অধিক »

বিশ্বকাপৰ পৰা ভাৰতৰ বিদায়, বিশ্বকাপ জয়ৰ স্বপ্নভংগ কোটি কোটি ভাৰতীয়ৰ

আজি দ্বিতীয়খন ছেমিত মুখামুখি হ’ব ইংলেণ্ড-অষ্ট্ৰেলিয়া মানচেষ্টাৰ, ১০ জুলাই ঃ কোটি কোটি ভাৰতীয়ৰ বিশ্বকাপ জয়ৰ স্বপ্ন ভংগ হ’ল। সপোন সপোন যেন লগা ছেমি ফাইনেল মেচখনত ১৮ ৰানৰ ব্যৱধানত পৰাস্ত হৈ বিদায় ল’লে ভাৰতীয় দলটোৱে। ইয়াৰ পিছতেই বিশ্বকাপত অভিযানৰ অন্ত পৰিল এছিয়া দলৰ। আজি মানচেষ্টাৰৰ অ’ল্ড ট্ৰাফ্‌’ৰ্ড ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত আই …

অধিক »

ছেমি ফাইনেলত স্থান নিশ্চিত কৰিবৰ বাবেই আজি মেচত নামিব ভাৰত

ডিজিটেল সংবাদঃ ক্ৰিকেট বিশ্বকাপত আজি বাৰ্মিংহামত ভাৰত আৰু বাংলাদেশৰ মাজত মেচ। ছেমি ফাইনেলত স্থান নিশ্চিত কৰাৰ বাবে ভাৰতক দৰকাৰ মাত্ৰ এটা পইণ্টৰ। আজি ভাৰতে বাংলাদেশক পৰাস্ত কৰি সম্পূৰ্ণ ২ পইণ্ট অৰ্জনেৰে ছেমি ফাইনেলত প্ৰৱেশৰ হেতু মেচত নামিব। ফেভাৰিট হিচাপে মেচত নামিব লগীয়া ভাৰতে পূৰ্বৰ মেচসমূহৰ দৰে ৰোহিত শৰ্মা আৰু বিৰাট কোহলিৰ …

অধিক »

বিশ্বকাপত চিৰবৈৰী পাকিস্তানক হৰুৱাই ছেমিত প্ৰৱেশৰ পথ সুগম ভাৰতৰ | মানচেষ্টাৰ খেলৰ বিশেষ মুহূৰ্তৰ দৃশ্য

  মহানগৰ প্ৰতিবেদক, ১৭ জুন : আই চিচি বিশ্বকাপৰ ২২ সংখ্যক মেচত ভাৰতে চিৰবৈৰী পাকিস্তানক ৮৯ ৰানত হৰুৱায়। পাকিস্তানে টছত জিকি প্ৰথমে ভাৰতক বেটিং কৰিবলৈ নিমন্ত্ৰণ জনায় আৰু ভাৰতে বেটিং কৰি ৰোহিত শৰ্মাৰ ১৪০ ৰানৰ শতকীয় ইনিংছৰ সহায়ত ভাৰতে ৩৬৬ৰানৰ বিশাল স্ক’ৰৰ লক্ষ্য বান্ধি দিয়ে পাকিস্তানক। প্ৰত্যুতৰত পাকিস্তানে লক্ষ্য আগত লৈ …

অধিক »

বিশ্বকাপ ২০১৯ঃ পাকিস্তানে টছত জিকি ভাৰতক বেটিং কিৰবৈল আমন্ত্ৰণ

২০ বছৰৰ পিছত মানচেষ্টাৰত আজি মুখামুখি হ’ব ভাৰত- পাকিস্তান : মানচষ্টাৰ, ১৬ জুন : চলিত বিশ্বকাপৰ হাইভেল্টেজ মেচখন অনুষ্ঠিত হ’ব দেওবাৰে। কাইলৈ বিয়লি ৩ বজাৰ লগে লগে বিশ্বকাপৰ হাইভেল্টেজ মেচখন অনুষ্ঠিত হ’ব। লগে লগে উৎকণ্ঠাৰ অন্ত পৰিব বিশ্ব ক্ৰিকেট প্ৰেমীৰ। কিয়নো এই মেচখনৰ বাবে অধিৰ আগ্ৰহৰে অপেক্ষাৰত হৈ আছিল বিশ্ব ক্ৰিকেট …

অধিক »

আজি আই চি চি ৱৰ্ল্ডকাপ-২০১৯ৰ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ বৃহৎ জয় | আজি অনুষ্ঠিত  ভাৰত-অষ্ট্ৰেলিয়াৰ মেচৰ কিছু আকৰ্ষনীয় দৃশ্য

Update 2:30 PM :  আজি আই চি চি ৱৰ্ল্ডকাপ-২০১৯ৰ ভাৰত-অষ্ট্ৰেলিয়াৰ মুখামুখি আই চি চি ৱৰ্ল্ডকাপ-২০১৯ৰ দ্বিতীয়খন মেচ অৰ্থাৎ প্ৰতিযোগিতাখনৰ ১৪সংখ্যক মেচখন ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত দ্য অভেলত অনুষ্ঠিত হ’ব। উল্লেখ্য যে অষ্ট্ৰেলিয়াই ইতিমধ্যে দুখনকৈ মেচত জয়লাভ কৰি মনোবল বৃদ্ধি পাইছে । আনহাতে ভাৰতেও দক্ষিণ আফ্ৰিকাক বৃহৎ ব্যৱধানত হৰুৱাই দলৰ মনোবল অধিক বৃদ্ধি …

অধিক »

আই চি চি বিশ্বকাপ 2019 : বিৰাটৰ নেতৃত্বত ইংলেণ্ডত উপস্থিত ভাৰতীয় ক্ৰিকেট দল

30 মে’ৰ পৰা আৰম্ভ হবলগীয়া আই চি চি বিশ্বকাপ 2019ৰ প্ৰতিযোগিতাত অংশ গ্ৰহণৰ বাবে কোহলীৰ নেতৃত্বত ভাৰতীয় দল মুম্বাইৰ পৰা ৰাওনা হৈ লণ্ডনত উপস্থিত হয়। উল্লেখ্য যে ভাৰতীয় দলটোৱে প্ৰতিযোগিতাৰ পূৰ্বে দুখন ৱাৰ্ম-আপ মেচ খেলিব। প্ৰথমখন মেচ 25 জুনত অৱেলত নিউজিলেণ্ডৰ বিৰুদ্ধে আৰু দ্বিতিয়খন 28 জুনত কাৰ্ডিফ ৱেল্ছত বাংলাদেশৰ বিৰুদ্ধে …

অধিক »

আম্পায়াৰৰ সৈতে তৰ্ক কৰা বাবে সমালোচিত ধোনি

জয়পুৰ, ১২ এপ্ৰিল ঃ চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনিয়ে ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে আইপিএল মেচৰ সময়ত ন’ বলৰ সন্দৰ্ভত সিদ্ধান্তক লৈ আম্পায়াৰৰ সৈতে তৰ্কত লিপ্ত হোৱা বাবে যথেষ্ট সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে। সাধাৰণতে শান্ত স্বভাৱৰ ধোনিয়ে নিজৰ স্বভাৱৰ বিপৰীত আচৰণ প্ৰদৰ্শন কৰি ডগআউটৰ পৰা বাহিৰলৈ ওলাই আহি আম্পায়াৰৰ সৈতে …

অধিক »