শেহতীয়া খবৰ
Home / Tag Archives: Foreigners Tribunal

Tag Archives: Foreigners Tribunal

দেশত ৮ শতাংশহে ভূমিপুত্ৰ, ৯২ শতাংশই প্ৰব্ৰজনকাৰীঃ  উচ্চতম ন্যায়ালয়

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৫ ছেপ্টেম্বৰ : অসম তথা উত্তৰ-পূৰ্বাঞ্চলত সততে খিলঞ্জীয়া তথা ভূমিপুত্ৰৰ প্ৰসংগক লৈ বিতৰ্কৰ সূচনা হৈ আহিছে। কেৱল এয়াই নহয়, খিলঞ্জীয়া ভূমিপুত্ৰৰ প্ৰসংগ টানি সমাজত মেৰু ¸বিভাজেনৰে দীৰ্ঘদিন ধৰি বিভিন্ন ৰাজনৈতিক দলে ৰাজনীতি কৰি আহিছে। অসম তথা উত্তৰ-পূৰ্বাঞ্চলত কোন জাতি-জনগোষ্ঠীৰ লোক খিলঞ্জীয়া তথা ভূমিপুত্ৰ সেই লৈ এতিয়া বৃহৎ প্ৰশ্নৰ …

অধিক »

প্ৰকাশ পালে চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী

– প্ৰকাশ পালে চূড়ান্ত NRC – NRCত অন্তৰ্ভুক্ত হৈছে ৩,১১,২১,০০৪ জন লোকৰ নাম – NRCত বাদ পৰিল ১৯,০৬,৬৫৭ লোকৰ নাম – চূড়ান্ত খচৰাত অন্তৰ্ভুক্ত হৈছিল ২,৮৯,৮৩,৬৭৭জন লোকৰ নাম – চূড়ান্ত খচৰাত বাদ পৰা ৩৬,২৬,৬৩০গৰাকী লোকে কৰিছিল পুনৰ আবেদন – চূড়ান্ত খচৰাৰ ১,৮৭,৬৩৩ গৰাকী লোকৰ বিৰুদ্ধে উত্থাপিত হৈছিল অভিযোগ – *NRC …

অধিক »

বিশেষ নিউজ ৰিপ’ৰ্ট | পুনৰ ছানাউল্লাহ কাণ্ড : দেশৰ সীমান্তৰ অতন্ত্ৰ প্ৰহৰী মুজিবুৰ হ’ল বিদেশী

বৈধ নথি থকাৰ পিছতো বিএছএফ বিষয়াক বিদেশী সাব্যস্ত যোৰহাটৰ বিদেশী ন্যায়ধীকৰণৰ ৰায়ৰ পিছতে সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ ঢৌ ষ্টাফ ৰিপ’ৰ্টাৰ, গণ বাৰ্তা যোৰহাট, গণ বাৰ্তা, মেৰাপানী, ২৩ আগষ্ট : দেশৰ সীমান্তত দেশ ৰক্ষাৰ স্বাৰ্থত নিয়োজিত ভাৰতীয় নিৰাপত্তাৰক্ষীৰ জোৱান-বিষয়াক ইজনৰ পিছত সিজনক বিদেশী বুলি ঘোষণা কৰাত বিদেশী ন্যায়াধিকৰণৰ প্ৰতি ন্যায় কৰাক লৈ প্ৰশ্নবোধক …

অধিক »

যোগীঘোপাত ৯ বছৰীয়া কিশোৰীক ‘ঘোষিত বিদেশী’ বুলি জাননী, তীব্ৰ চাঞ্চল্য

গণ বাৰ্তা, যোগীঘোপা, ১১ জুলাই : ৰাজ্যত মাননীয় উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ তত্ত্বাৱধানত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী তথা এন আৰ চি উন্নীতকৰণৰ কাম পূৰ্ণ গতিত চলি থকাৰ সময়তে বঙাইগাঁও জিলাত এন আৰ চি কৰ্তৃপক্ষই নাভূত-নাশ্ৰুত কাণ্ড সংঘটিত কৰাৰ তথ্য পোহৰলৈ আহিছে । জিলাখনৰ উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত যোগীঘোপাৰ পূব মাজেৰ আলগা গাঁও পঞ্চায়তৰ এগৰাকী …

অধিক »

এন আৰ চিৰ মাজতে ভাৰতীয় নাগৰিকলৈ বিদেশীৰ জাননী, জি এম চি এইচত মৃত্যুৰে যুঁজিছে  যোগীঘোপাৰ ৰোশনা খাতুন

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৬ জুন : এন আৰ চিৰ আতংকই এজনৰ পিছত এজনকৈ লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ পিছত এইবাৰ প্ৰকৃত ভাৰতীয় নাগৰিকলৈ জধেমধে প্ৰেৰণ কৰা বিদেশীৰ জাননীয়ে নামনি অসমত আতংকৰ সৃষ্টি কৰিছে। একপ্ৰকাৰ এন আৰ চিৰ দাবী-আপত্তিৰ শুনানিত অংশগ্ৰহণ কৰি হাৰাশাস্তিৰ সন্মুখীন হোৱা সৰ্বসাধাৰণ ৰাইজৰ আন এক আতংকৰ কাৰক হৈ পৰিছে …

অধিক »

ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটিৰ নাগৰিকত্ব, সামাজিক অপৰাধ, ভাষাকেন্দ্ৰিক বিতৰ্কৰ সন্দৰ্ভত সভা

? সংখ্যালঘু ৰাইজক লৈ চলি আহিছে ৰাজনীতিঃ  অনুপ চেতীয়া ? প্ৰয়োজনত এন আৰ চিৰ ভুক্তভোগীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব লাগিবঃ পৰমানন্দ ৰাজবংশী ? বিদেশী ন্যায়াধিকৰণত স্বদেশীক বিদেশী সজোৱাৰ ষড়যন্ত্ৰঃ আজিজুৰ ৰহমান ? এনআৰচিত বাদ পৰা ভাৰতীয় লোকসকলক লৈ আইনী প্ৰক্ৰিয়া গঢ়ি তোলা হ’বঃ আব্দুল বাতিন খণ্ডকাৰ মহানগৰ প্ৰতিবেদক, ১৬ জুন : অসমৰ বিদেশী …

অধিক »

কাইলৈ গুৱাহাটীত ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটীৰ উদ্যোগত  গুৰুত্বপূ্ৰ্ণ সভা

গুৱাহাটী,  ১৫ জুন : ৰাজ্যৰ কে’বাটাও জ্বলন্ত সমস্যা, বিশেষকৈ নাগৰিকত্ব আৰু সামাজিক অপৰাধ সন্দৰ্ভত বিস্ত´তভাৱে আলোচনা  কৰাৰ বাবে ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটীয়ে কাইলৈ অৰ্থাৎ ১৬ জুনত লখৰা সাওকুছিস্থিত এন ই এফ কলেজ প্ৰেক্ষাগৃহত এক গুৰুত্বপূৰ্ণ সাধাৰণ সভাৰ আয়োজন কৰিছে। উক্ত সভাত বিশিষ্ট বুদ্ধিজীৱী, জ্যেষ্ঠ সম্পাদক, জ্যেষ্ঠ সাংবাদিক , লেখক, প্ৰাক্তন আই এ …

অধিক »

ডিটেনচন কেম্পত বন্দী মধুবালাৰ ঘৰত আমছুৰ সঁজাতী দল

চিৰাঙৰ পৰা সঞ্জয় সৰকাৰ আৰু ৰিমো সেন, ৯ জুন ঃ নামৰ কিছু মিল থকাৰ বাবে মৃত মধুবালা নমঃদাসৰ সলনি মধুবালা মণ্ডল নামৰ দৰিদ্ৰ মহিলাগৰাকীক বিদেশী সজাই বিগত প্ৰায় তিনি বছৰ ধৰি ডিটেনচন কেম্পত আবদ্ধ কৰি ৰখাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা (আমছু)ৰ সভাপতি ৰেজাউল কৰিম …

অধিক »

তেজপুৰৰ ডিটেনচন কেম্পত ১৯ মাহে বন্দী চন্দাৰাণী পাল

স্বদেশী হৈও বিদেশীৰ বোজাৰে বন্দিত্বৰ  জীৱন কটাইছে ইজনৰ পিছত সিজন ভাৰতীয়ই তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ, ৯ জুন : আন এক মধুবালা। ছানাউল্লাহ-নবীন বৰ্মণ-মধুবালা মণ্ডলৰ পিছত এইবাৰ পোহৰলৈ আহিছে আন এগৰাকী ভাৰতীয় মহিলাৰ নাম। তেওঁ হৈছে ডবকাৰ চন্দাৰাণী পাল। যি স্বদেশী হৈও বিদেশী নামেৰে জীৱন কটাবলগীয়া হৈছে তেজপুৰৰ ডিটেনচন কেম্পত। ভাৰতীয় …

অধিক »

এঘাৰ দিনীয়া বন্দীত্বৰ মুক্ত ছানাউল্লাহ : গোৱালপাৰাৰ ডিটেনচন কেম্পৰ পৰা আনি আমিনগাঁৱত চমজালে পৰিয়ালক

জামিনত মুক্তি ষড়যন্ত্ৰমূলকভাৱে বিদেশী ঘোষিত ছানাউল্লাহ, তিনিটাকৈ বায়’মেট্ৰিক ছাপ গ্ৰহণ ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৮ জুন : সুদীৰ্ঘ ত্ৰিশ বছৰে সেনাত কৰ্মৰত হোৱাৰ পিছতো বিদেশী বুলি ঘোষিত হৈ পৱিত্ৰ ৰমজান মাহতো ডিটেনচন কেম্পত দিন কটাবলগীয়া হোৱা ছানাউল্লাহ অৱশেষত মুকলি আকাশৰ তলত। ডিটেনচন কেম্পতে পৱিত্ৰ ঈদ উদ্‌যাপন কৰিবলগীয়া হোৱাৰ দৰে কৰুণ ঘটনা নিশ্চয় …

অধিক »