শেহতীয়া খবৰ
Home / Tag Archives: Himanta Biswa Sarma

Tag Archives: Himanta Biswa Sarma

বিশেষ নিউজ ৰিপ’ৰ্ট | নতুন দিল্লীত কাৰ্বি ভৱন আৰু ডিমাছা ভৱনৰ আধাৰশিলা স্থাপন

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৯ আগষ্ট : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীৰ দ্বাৰকাত কাৰ্বি ভৱন আৰু ডিমাছা ভৱনৰ আধাৰশিলা স্থাপন কৰে। উল্লেখ্য যে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত এই ভৱন নিৰ্মাণৰ পদক্ষেপ লোৱা হৈছে। আধাৰশিলা স্থাপন উপলক্ষে আয়োজিত সভাত মুখ্য …

অধিক »

বানাক্ৰান্তক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ আশ্বাস, দৰঙৰ বান পৰিস্থিতিৰ বুজ ল’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ষ্টাফ ৰিপ’ৰ্টাৰ, মঙলদৈ, ১৯ জুলাই : প্ৰলয়ংকৰী বানপানীৰ কবলত পৰা দৰং জিলাৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি দৰঙত আহি উপস্থিত হয় অসম চৰকাৰৰ বিত্ত, গড়কাপ্টানী, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । মন্ত্ৰীগৰাকীয়ে প্ৰথমে ছিপাঝাৰত উপস্থিত হৈ জনসেৱা চৌকাৰ পৰা প্ৰায় তিনি কিলোমিটাৰ খোজ কাঢ়ি ননৈৰ …

অধিক »

প্ৰধান মন্ত্ৰী  নৰেন্দ্ৰ মোদী আৰু  গৃহ মন্ত্ৰী অমিত শ্বাহক ধন্যবাদ জ্ঞাপন বিত্ত, স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

নতুন দিল্লী, ১৭ জুলাইঃ প্ৰধান মন্ত্ৰী  নৰেন্দ্ৰ মোদী আৰু  গৃহ মন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়ালৈ ২০১৯-২০ বৰ্ষৰ ৰাজ্যিক দুৰ্যোগ সাহায্য পুঁজিৰ কেন্দ্ৰীয় চৰকাৰৰ অংশ হিচাপে ২৫১.৫৫ কোটি টকাৰ অনুদান তাৎক্ষনিকভাবে মোকলাই দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন  কৰে  বিত্ত, স্বাস্থ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাই৷ কেন্দ্ৰৰ এই পদক্ষেপে অসমৰ সাম্প্ৰতিক বানাক্ৰান্ত ৰাইজক উদ্ধাৰ আৰু সাহায্য …

অধিক »

ৰাজ্যত জাপানীজ এনকেফেলাইটিছত আক্ৰান্তৰ সংখ্যা ক্ৰমাগতভাৱে হ্ৰাস পাইছে : মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী,  ১১  জুলাই : ৰাজ্যত জাপানীজ এনকেফেলাইটিছত আক্ৰান্তৰ সংখ্যা ক্ৰমাগতভাৱে হ্ৰাস পাইছে যদিও হাস্পতালত জটিল অৱস্থাত চিকিৎসাধীন ৰোগীসকলক লৈ চৰকাৰ উদ্বিগ্ন বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে। লগতে তেওঁ কয় সম্প্ৰতি ১৪০ গৰাকী জেই-এইছ ৰোগী হাস্পতালত চিকিৎসাধীন হৈ আছে। ইয়াৰে ১০৩ গৰাকী চৰকাৰী চিকিৎসালয়ত আৰু ৩৭ গৰাকী ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত …

অধিক »

অসমৰ সকলো চিকিৎসা মহাবিদ্যালয়, অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰিব মন্ত্ৰী হিমন্ত বিশ্বই

গুৱাহাটী, ২৯ জুনঃ অসমৰ জনসাধাৰণক সুস্বাস্থ্যৰে ৰখাৰ বাবে স্বাস্থ্যখণ্ডক উন্নতমাণদণ্ডৰে আমোল পৰিবৰ্তন কৰাৰ স্বাৰ্থত স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ সকলো চিকিৎসা মহাবিদ্যালয়, অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰিব বুলি উল্লেখ কৰে। উক্ত পৰিদৰ্শন কালত সকলো চিকিৎসালত উপযুক্ত ঔষধকে আদি সা-সঁজুলি পৰ্যাপ্ত পৰিমাণৰ আছে নে নাই এই সন্দৰ্ভত চিকিৎসক আৰু চিকিৎসালয়ৰ …

অধিক »

কাৰবি স্বায়ত্ত শাসিত পৰিষদৰ প্ৰতিষ্ঠা দিৱস উদ্‌যাপন ।

 ডংকামোকামৰ স্পৰ্টছ কমপ্লেক্স উদ্বোধন বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গণ বাৰ্তা বিশেষ, ডিফু, ২৩ জুন : পোন প্ৰথমবাৰৰ বাবে কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদে ইয়াৰ গৌৰৱোজ্জ্বল ৬৮ সংখ্যক প্ৰতিষ্ঠা দিৱসটি আজি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে পশ্চিম কাৰবি আংলং জিলাৰ ডংকামোকামত উদ্‌যাপন কৰে। এইলৈ ডংকামোকামৰ চাৰিওফালে সজাই- পৰাই তোলা পৰিলক্ষিত হৈছে। প্ৰতিষ্ঠাদিৱসটিৰ কাৰ্যক্ৰমণিকা অনুসৰি …

অধিক »

বিশেষ নিউজ ৰিপ’ৰ্ট | শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সমাবৰ্তন অনুষ্ঠানত সম্পন্ন

যোৰহাট-বৰপেটা চিকিৎসা মহাবিদ্যালয়ত স্নাতকোত্তৰ পাঠ্যক্ৰম,  কাৰ্যক্ষম হ’ব ডিফু-লখিমপুৰ চিকিৎসা মহাবিদ্যালয় ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৯ জুন : শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত অংশ গ্ৰহণ কৰি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ লগতে স্বাস্থ্য বিভাগৰ পাঠ্যক্ৰমত ব্যাপক উত্তৰণ সাধন কৰা হ’ব বুলি উল্লেখ কৰে। আজি গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ …

অধিক »

শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ দ্বিতীয় সমাৱৰ্তনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী,  ১৯ জুন : আজি শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ দ্বিতীয় সমাৱৰ্তনত মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল, বিত্ত, গড়কাপ্টনী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে নতুন দিল্লীস্থিত এইমছৰ সঞ্চালক অধ্যাপক ডা০ ৰণদীপ গুলেৰীয়া তথা বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক দীপিকা ডেকা অংশগ্ৰহণ কৰে৷ উক্ত  সমাৱৰ্তনত অংশগ্ৰহণ কিৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজকে সুখী অনুভৱ …

অধিক »

বিশেষ নিউজ ৰিপ’ৰ্ট | অসম কৃষি বিশ্ববিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানত বিত্ত, স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

গণ বাৰ্তা বিশেষ, যোৰহাট, ১৭ জুন ঃ অসম কৃষি বিশ্ববিদ্যালয়য়ে বহু ঘাত-প্ৰতিঘাতৰ মাজেৰে ৰাজ্যৰ কৃষিখণ্ডৰ উন্নয়নৰ বাবে কাম কৰি ৫০টা বৰ্ষ অতিক্ৰম কৰিলে। যিদৰে আমাৰ যুৱ প্ৰজন্ম আগবাঢ়ি আহিছে তেনেদৰে আমাৰ অৰ্থনীতিৰ দৃষ্টিভঙ্গীও সলনি হৈছে। অসম এখন কৃষিপ্ৰধান ৰাজ্য যদিও যিদৰে ই ৰাজ্যৰ জি ডি পিৰ উন্নয়নৰ ক্ষেত্ৰত অৰিহণা যোগাব …

অধিক »

বিশেষ নিউজ ৰিপ’ৰ্ট | আজি তিনিচুকীয়াত বিনামূলীয়া ডায়েলাইচিছ আঁচনি শুভাৰম্ভ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

তিনিচুকীয়া, ১৬ জুন : আজি তিনিচুকীয়াত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, তথা বিধায়কত্ৰয় সঞ্জয় কিষান, বলীন চেতিয়া, তেৰছ গোৱালা আৰু শ্ৰী ভাস্কৰ শৰ্মাৰ উপস্থিতিত চিকিৎসা মহাবিদ্যালয়ত ১০০খন বিছনাযুক্ত মাতৃ আৰু শিশু স্বাস্থ্য ভৱনৰ লগতে বিনামূলীয়া ডায়েলাইচিছ আঁচনি শুভাৰম্ভ কৰে। চিকিৎসালয় খনৰ মুঠ বিছনাৰ সংখ্যা ২০০ খনলৈ বৃদ্ধি …

অধিক »