শেহতীয়া খবৰ
Home / Tag Archives: India

Tag Archives: India

ত্ৰিপুৰাৰ উগ্ৰপন্থীৰ সৈতে কেন্দ্ৰৰ শান্তি চুক্তি স্বাক্ষৰ : উগ্ৰপন্থীয়ে অস্ত্ৰ এৰি মূল সুঁতিলৈ উভতি আহিবলৈ সাজু

নতুন দিল্লী, ১০ আগষ্ট : ত্ৰিপুৰাৰ উগ্ৰপন্থীৰ সৈতে কেন্দ্ৰই আজি এক গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ কৰে। কেন্দ্ৰ আৰু ত্ৰিপুৰা উগ্ৰপন্থীয়ে আজি কৰা স্বাক্ষৰ চুক্তি অনুসৰি উগ্ৰপন্থীসকলে অস্ত্ৰ এৰি মূল সঁুতিলৈ উভতি আহিবলৈ প্ৰস্তুত হৈছে। সেইবাবে কেন্দ্ৰই আজি ত্ৰিপুৰাৰ উগ্ৰপন্থীসকলৰ সৈতে এই চুক্তিত স্বাক্ষৰ কৰে। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি ত্ৰিপাক্ষিক চুক্তি …

অধিক »

প্ৰাক্তন বৈদেশিক মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেত্ৰী সুষমা স্বৰাজৰ পৰলোকপ্ৰাপ্তি

নতুন দিল্লী, ৬ আগষ্ট : প্ৰাক্তন বৈদেশিক মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেত্ৰী সুষমা স্বৰাজৰ পৰলোকপ্ৰাপ্তি ঘটে। কিছু সময়ৰ পূৰ্বে প্ৰাক্তন মন্ত্ৰীগৰাকী গুৰুতৰভাবে অসুস্থ হোৱাত এইমছত ভৰ্তি কৰোৱা হৈছিল। প্ৰাপ্ত খবৰ অনুসৰি তেওঁক চিকিৎসকে মৃত্যু বুলি ঘোষণা কৰে। A glorious chapter in Indian politics comes to an end. India grieves the demise …

অধিক »

বিশ্বকাপৰ পৰা ভাৰতৰ বিদায়, বিশ্বকাপ জয়ৰ স্বপ্নভংগ কোটি কোটি ভাৰতীয়ৰ

আজি দ্বিতীয়খন ছেমিত মুখামুখি হ’ব ইংলেণ্ড-অষ্ট্ৰেলিয়া মানচেষ্টাৰ, ১০ জুলাই ঃ কোটি কোটি ভাৰতীয়ৰ বিশ্বকাপ জয়ৰ স্বপ্ন ভংগ হ’ল। সপোন সপোন যেন লগা ছেমি ফাইনেল মেচখনত ১৮ ৰানৰ ব্যৱধানত পৰাস্ত হৈ বিদায় ল’লে ভাৰতীয় দলটোৱে। ইয়াৰ পিছতেই বিশ্বকাপত অভিযানৰ অন্ত পৰিল এছিয়া দলৰ। আজি মানচেষ্টাৰৰ অ’ল্ড ট্ৰাফ্‌’ৰ্ড ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত আই …

অধিক »

ছেমি ফাইনেলত স্থান নিশ্চিত কৰিবৰ বাবেই আজি মেচত নামিব ভাৰত

ডিজিটেল সংবাদঃ ক্ৰিকেট বিশ্বকাপত আজি বাৰ্মিংহামত ভাৰত আৰু বাংলাদেশৰ মাজত মেচ। ছেমি ফাইনেলত স্থান নিশ্চিত কৰাৰ বাবে ভাৰতক দৰকাৰ মাত্ৰ এটা পইণ্টৰ। আজি ভাৰতে বাংলাদেশক পৰাস্ত কৰি সম্পূৰ্ণ ২ পইণ্ট অৰ্জনেৰে ছেমি ফাইনেলত প্ৰৱেশৰ হেতু মেচত নামিব। ফেভাৰিট হিচাপে মেচত নামিব লগীয়া ভাৰতে পূৰ্বৰ মেচসমূহৰ দৰে ৰোহিত শৰ্মা আৰু বিৰাট কোহলিৰ …

অধিক »

আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ ১১ৰানত জয় , মহম্মদ ছামিৰ হেট্ৰিক

গুৱাহাটী, ২২ জুন : বিশ্বকাপৰ ২৮সংখ্যক ৰোমান্সক মেচত ভাৰতে আফগানিস্তানক ১১ ৰানত পৰাস্ত কৰে। ভাৰতে প্ৰথমে টছত জিকি বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ভাৰতে প্ৰথম বেটিং কৰিবলৈ আহি মাত্ৰ ৭ ৰানৰ স্কৰত ৰোহিত শৰ্মাই মাত্ৰ ১ ৰানত মুজিবৰ বলত আউট হয়। পিছত কে এল ৰাহুল, ৩০, বিজয় শংকৰ ২৯, ধোনী ২৮, …

অধিক »

বিশ্বকাপত চিৰবৈৰী পাকিস্তানক হৰুৱাই ছেমিত প্ৰৱেশৰ পথ সুগম ভাৰতৰ | মানচেষ্টাৰ খেলৰ বিশেষ মুহূৰ্তৰ দৃশ্য

  মহানগৰ প্ৰতিবেদক, ১৭ জুন : আই চিচি বিশ্বকাপৰ ২২ সংখ্যক মেচত ভাৰতে চিৰবৈৰী পাকিস্তানক ৮৯ ৰানত হৰুৱায়। পাকিস্তানে টছত জিকি প্ৰথমে ভাৰতক বেটিং কৰিবলৈ নিমন্ত্ৰণ জনায় আৰু ভাৰতে বেটিং কৰি ৰোহিত শৰ্মাৰ ১৪০ ৰানৰ শতকীয় ইনিংছৰ সহায়ত ভাৰতে ৩৬৬ৰানৰ বিশাল স্ক’ৰৰ লক্ষ্য বান্ধি দিয়ে পাকিস্তানক। প্ৰত্যুতৰত পাকিস্তানে লক্ষ্য আগত লৈ …

অধিক »

বিশ্বকাপ ২০১৯ঃ পাকিস্তানে টছত জিকি ভাৰতক বেটিং কিৰবৈল আমন্ত্ৰণ

২০ বছৰৰ পিছত মানচেষ্টাৰত আজি মুখামুখি হ’ব ভাৰত- পাকিস্তান : মানচষ্টাৰ, ১৬ জুন : চলিত বিশ্বকাপৰ হাইভেল্টেজ মেচখন অনুষ্ঠিত হ’ব দেওবাৰে। কাইলৈ বিয়লি ৩ বজাৰ লগে লগে বিশ্বকাপৰ হাইভেল্টেজ মেচখন অনুষ্ঠিত হ’ব। লগে লগে উৎকণ্ঠাৰ অন্ত পৰিব বিশ্ব ক্ৰিকেট প্ৰেমীৰ। কিয়নো এই মেচখনৰ বাবে অধিৰ আগ্ৰহৰে অপেক্ষাৰত হৈ আছিল বিশ্ব ক্ৰিকেট …

অধিক »

সঞ্জীৱ পল ডেকা, ৰুজব মুচাহাৰী লৈ যুৱ সাহিত্য অকাডেমী যুৱ বঁটা

অসমীয়া চামিম নাচৰীন, বড়ো ভাষাত লক্ষ্মীনাথ ব্ৰহ্মলৈ শিশু সাহিত্য বঁটা ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৩ জুন ঃ জল্পনা-কল্পনাৰ অৱসান ঘটোৱাই আজি সাহিত্য অকাডেমীয়ে ঘোষণা কৰিলে এই বৰ্ষৰ শিশু সাহিত্য অকাডেমী পুৰস্কাৰ আৰু যুৱ সাহিত্য অকাডেমী পুৰস্কাৰ লাভ কৰা সাহিত্যিকৰ নাম। সাহিত্য অকাডেমীয়ে আজি ঘোষণা কৰা অনুসৰি এই বৰ্ষৰ শিশু সাহিত্য বঁটা …

অধিক »

কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ মুখ্যমন্ত্ৰী সোণোৱালৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৪ জুন : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক তেওঁৰ নতুন দিল্লীত থকা কাৰ্যালয় কক্ষত সাক্ষাৎ কৰি প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যকালৰ সফলতা কামনা কৰি শুভেচ্ছা জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীয়ে তেওঁৰ নেতৃত্বত দেশৰ প্ৰতিৰক্ষা ব্যৱস্থাই নতুন মাত্ৰা লাভ কৰিব বুলিও আশা প্ৰকাশ কৰে। সাক্ষাৎকালত হোৱা আলোচনাত …

অধিক »

দেশৰ ৪০ শতাংশ অঞ্চল খৰাঙৰ কবলত

নতুন দিল্লী, ১৩ জুন : পানীয়ে জীৱৰ প্ৰাণ। কিন্তু জীৱৰ প্ৰাণৰ পানীটোপাৰ বাবেই ভাৰতসহ বিশ্বজুৰি সৃষ্টি হৈছে হাহাকাৰময় পৰিৱেশ। খোৱাপানীয়ে বিশ্বজুৰি সৃষ্টি কৰিছে সংকটৰ। যিমানেই জীৱশ্ৰেষ্ঠ মানুহ আগুৱাই যাবলৈ ধৰিছে, সিমানেই এই সমস্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। উন্নত-উন্নয়নশীল সকলো ৰাষ্ট্ৰতেই এতিয়া খোৱাপানীৰ অভাৱনীয় সংকট, হাহাকাৰময় পৰিৱেশ। ভাৰতসহ বিশ্বৰ বহু দেশৰ প্ৰান্তে প্ৰান্তে …

অধিক »