নতুন দিল্লী, ১০ আগষ্ট : ত্ৰিপুৰাৰ উগ্ৰপন্থীৰ সৈতে কেন্দ্ৰই আজি এক গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ কৰে। কেন্দ্ৰ আৰু ত্ৰিপুৰা উগ্ৰপন্থীয়ে আজি কৰা স্বাক্ষৰ চুক্তি অনুসৰি উগ্ৰপন্থীসকলে অস্ত্ৰ এৰি মূল সঁুতিলৈ উভতি আহিবলৈ প্ৰস্তুত হৈছে। সেইবাবে কেন্দ্ৰই আজি ত্ৰিপুৰাৰ উগ্ৰপন্থীসকলৰ সৈতে এই চুক্তিত স্বাক্ষৰ কৰে। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি ত্ৰিপাক্ষিক চুক্তি …
অধিক »