শেহতীয়া খবৰ
Home / Tag Archives: Jorhat

Tag Archives: Jorhat

যোৰহাটত বিজেপিৰ যোগদান সমাৰোহ : প্ৰায় তিনি শতাধিক সংখ্যালঘু লোকৰ গেৰুৱা দলত যোগদান

ষ্টাফ ৰিপৰ্টাৰ, গণ বার্তা  যোৰহাট, ২০ আগষ্টঃ  ৰাজ্যৰ নতুন প্ৰজন্মৰ ভোটাৰৰ লগতে সংখ্যালঘু লোকসকলো  ক্ৰমাৎ যেন আকৃষ্ট হবলৈ আৰম্ভ কৰিছে বিজেপি দলৰ প্ৰতি। নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰ খনে বিগত দিন সমূহত দেশৰ বাবে যি কাম কৰি আহিছে, তাৰ বাবে যেন আকৰ্ষিত হৈছে ৰাজ্য তথা দেশৰ নৱ প্ৰজন্মৰ লগতে বিভিন্ন …

অধিক »

যোৰহাট জিলা উপায়ুক্ত আৰু ” ৰক্তকনিকা”ৰ উদ্যোগত ৰক্তদান আৰু সজাগতা শিবিৰৰ দৃশ্য । যোৰহাটত সোমবাৰে ।

যোৰহাট জিলা উপায়ুক্ত আৰু ” ৰক্তকনিকা”ৰ উদ্যোগত ৰক্তদান আৰু সজাগতা শিবিৰৰ দৃশ্য । যোৰহাটত সোমবাৰে । ফটো : নেকিব আহমেদ ।

অধিক »

শব্দ ৰ গ্ৰন্থ উন্মোচনী সভা : ৰঙা নদী ভাল পাওঁ তোমাক উন্মোচন

গণবাৰ্তা বিশেষ, যোৰহাট, ১৮ আগষ্ট : কবিতাৰ ব্যৱহাৰিক সম্পৰ্ক হল শব্দ। যথাযোগ্য শব্দৰ ব্যৱহাৰে হে কবিতাক পূৰ্ণতা প্ৰদান কৰে। চুটি গল্পৰ দৰে কবিতাত অধিক শব্দ ৰ ব্যৱহাৰ নহয়। কম শব্দ ৰ জৰিয়তেই কবিয়ে মনৰ ভাব প্ৰকাশ কৰিব লাগিব। কবিতাক কেৱল মাত্ৰ শব্দৰ মাধ্যমেৰে মানুহৰ মাজলৈ লৈ যাব লাগিব। এই ক্ষেত্ৰত দায়িত্ব …

অধিক »

লাহোৱালত মুখত সোপা দি ৰছীৰে বান্ধি মহিলাক দলবদ্ধ ধৰ্ষণ

লম্পট তিনি ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ গণ বাৰ্তা, ডিব্ৰুগড়, ১১ আগষ্টঃ নাৰীৰ সুৰক্ষাক লৈ সততে শ্লো’গান দিয়া এইখন সভ্য সমাজত পুনৰবাৰ পাষণ্ড লোকৰ ধৰ্ষণৰ বলি হ’বলগীয়া হ’ল এগৰাকী অসহায় মহিলা। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলাত স্বামী-পুত্ৰৰ সন্মুখতে এগৰাকী মহিলাৰ ওপৰত চলোৱা দলবদ্ধ ধৰ্ষণৰ ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মাজ নিশা …

অধিক »

যোৰহাটত ঠিকা ভিত্তিক শিক্ষকৰ তীব্ৰ প্ৰতিবাদ

গণ বার্তা, যোৰহাট ৭ আগষ্টঃ চাকৰী নিয়মীয়াকৰণ, চৰকাৰৰ শোষণ আৰু বঞ্চনাৰ বিৰুদ্ধে আজি জিলা বিদ্যালয় পৰিদৰ্শকৰ কাৰ্য্যালয়ৰ চৌহদত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে যোৰহাট আৰু মাজুলীৰ ঠিকা ভিত্তিক শিক্ষক সকলে। উল্লেখ্য যে  ২০১০ চনত তদানিন্তন শিক্ষা মন্ত্ৰী গৌতম বৰাৰ আমোলত এক কেবিনেট সিদ্ধান্ত অনুসৰি “মাধ্যমিক পৰ্য্যায়ত শিক্ষাৰ সবলিকৰণ আৰু গুনগত মান …

অধিক »

পাঁচ সহস্ৰাধিক দুৰ্ভগীয়া লোকক শুশ্ৰূষা কৰিলে যোৰহাটৰ সমাজ কৰ্মী যুৱক বৃন্দই

 ষ্টাফ ৰিপৰ্টাৰ , যোৰহাট ৭ আগষ্ট : ” মানুহে মানুহৰ বাবে  যদিহে অকণো নেভাৱে ,অকনি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া ,, ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ এই গীতটোৰ সম্পূৰ্ণ মূল্যায়ণ কৰিলে তথা আখৰে আখৰে পালন কৰিলে যোৰহাটৰ এদল মানৱদৰদী যুৱক বৃন্দই । বিগত তিনি দিনত দিনে নিশাই এচাম দুৰ্ভগীয়ালোকৰ বাবে সময়ৰ …

অধিক »

যোৰহাটৰ বেজালি কাণ্ড: জ্যোতিৰ স্বামীয়ে সহায় কৰিছিল বেজ ৰবীনক, পলাতক অৱস্থাত দুই অপৰাধী

গণবাৰ্তা বিশেষ,যোৰহাট ৬ আগষ্ট : যোৰহাট জিলাত কালি সংঘটিত বেজালি কাণ্ডই লৈছে নতুন মোৰ। বেজৰূপী ৰবীন তামুলীৰ ইটোৰ পিছত সিটোকৈ পোহৰলৈ আহিছে দুষ্কাৰ্য্য। উত্থাপিত হৈছে বহুতো বিস্ফোৰক অভিযোগ। প্ৰায় ডেৰ বছৰ পূৰ্বে ৰজাখাটত মাটি ক্ৰয় কৰি স্থায়ী বাসিন্দা হিচাপে থাকিবলৈ লোৱা পিছতে ৰবীনে ঘৰৰ পদুলিত নিৰ্মান কৰিছিল “ডাঙৰীয়া থান” ।  …

অধিক »

কৃতি শিক্ষক বীৰেন বৰালৈ ৰাষ্ট্ৰীয় বঁটা

ষ্টাফ ৰিপৰ্টাৰ , যোৰহাট, ২৬ জুলাই : শিক্ষা ক্ষেত্ৰলৈ আগবঢ়োৱা বিশিষ্ট সেৱাৰ স্বীকৃতি স্বৰূপে শিৱসাগৰ জিলাৰ বৰহাট নিউ হাইস্কুলৰ প্ৰাক্তন প্ৰতিস্থাপক প্ৰধান শিক্ষক, বিশিষ্ট শিক্ষাবিদ বীৰেন বৰালৈ নতুন দিল্লীৰ National Achievers Recognition Forum য়ে ‘নেচনেল এচিভাৰচ এৱাৰ্ড’ আগবঢ়াইছে। যোৱা ২৫ জুলাইত নতুন দিল্লীৰ কনষ্টিটিউশ্যন ক্লাব অৱ ইণ্ডিয়াত অনুষ্ঠিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত তেওঁক …

অধিক »

মৰিয়নীত সুৰাৰ মেলাঃ মৰিয়নী আবকাৰী বিভাগে জব্দ কৰিলে  লক্ষ্যধীক টকাৰ বিলাতী সুৰা৷

গণ বাৰ্তা ২৩ জুলাই নকছাৰিঃ মৰিয়নীৰ আঞ্চলিক আবকাৰী বিভাগৰ বিষয়া মঃ কামালুন্দিন আহমেদ ৰ নেতৃত্বত যোৱা এটা ৬ জনীয়া দলে, আজি মৰিয়নীৰ দানী গাঁৱৰ ৰাম দাস আৰু বলু দাস ৰ ঘৰৰ পৰা সন্ধিয়া ৪:৩০ মান বজাত প্ৰায়  লক্ষ্যধীক টকাৰ অৰুণাচলী বিলাতী সুৰা জব্দ কৰে৷আবকাৰী বিষয়াৰ উমান পায় অভিযুক্ত  ৰাম দাস …

অধিক »

মাজুলীত নৈপৰীয়া ২৮ ৰাজহ গাঁও বানৰ কৱলত, ৯৬৭ হেক্টৰ কৃষিভূমি জলমগ্ন,

পৰাণজ্যোতি বৰা, মাজুলী, ১০ জুলাই : মাজুলীত বানত প্ল­াৱিত হৈছে বহুকেইখন ৰাজহ গাঁও। ন ন গাঁও এতিয়া বানৰ কবলত পৰাৰ খবৰ আহিছে। বৰ্তমানলৈকে বান পৰিস্থিতি বিশেষ উদ্বেগজনক হৈ পৰা নাই যদিও ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী আৰু ৰঙানদী বান্ধৰ পৰা এৰি দিয়া পানীৰে ওফন্দি উঠা সোৱণশিৰিৰ বানৰ কবলত পৰিছে জিলাখনৰ ভালেকেইটা চাপৰিসহ …

অধিক »