শেহতীয়া খবৰ
Home / Tag Archives: Naga Accord

Tag Archives: Naga Accord

নগাচুক্তি- এন আৰ এলক লৈ গৃহমন্ত্ৰীৰে সৰ্বানন্দ সোণোৱালৰ বৈঠক

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৭ নৱেম্বৰ : বিচিপিএলক ব্যক্তিগত খণ্ডৰ হাতত অৰ্পণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰ উঠিপৰি লগা বুলি তথ্য লাভ কৰাৰ পিছতে ৰাজ্যৰ অন্যতম ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান নুমলীগড় শোধনাগাৰ ব্যক্তিগত খণ্ডলৈ যাব বুলি ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। অসম আন্দোলনৰ ফল হিচাপে ৰাজ্যবাসীয়ে লাভ কৰা শোধনাগাৰটো ব্যক্তিগত খণ্ডৰ হাতলৈ যোৱাৰ উপক্ৰম …

অধিক »

নগা শান্তি চুক্তি বাধাগ্ৰস্ত ঃ পৃথক সংবিধান-পতাকা দিবলৈ কেন্দ্ৰৰ

পৃথক সংবিধান-পতাকাক লৈ আকোৰগুজ এন এছ চি এন (আই এম) নতুন দিল্লী, ২৭ অক্টোবৰ : যি সময়ছোৱাত কেন্দ্ৰীয় চৰকাৰে নাগালেণ্ডবাসীক সম্পূৰ্ণ নগা শান্তি চুক্তি দিয়াৰ বাবে প্ৰস্তুতি চলাইছে, সেই সময়ছোৱাতে পুনৰ আহি পৰিছে আন এক বাধা। যাৰ ফলত ৩১ অক্টোবৰৰ ভিতৰত সম্পূৰ্ণ নগা শান্তি চুক্তি লাভ কৰাটো প্ৰায় অসম্ভৱ হৈ পৰিছে। …

অধিক »