শেহতীয়া খবৰ
Home / Tag Archives: NRC

Tag Archives: NRC

৩১ আগষ্টত প্ৰকাশ পাবই লাগিব এন আৰ চি, উচ্চতম ন্যায়ালয়ত কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ মুখ থেকেচা

পুনৰীŽৰণৰ সম্ভাৱনীয়তা নাকচ সৰ্বোচ্চ ন্যায়ালয়ৰ  আধাৰ কাৰ্ডৰ দৰে গোপনীয় হ’ব এন আৰ চিৰ নথি ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৩ আগষ্টঃ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে সীমান্ত অঞ্চলসমূহত এন আৰ চিত বিদেশীৰ নাম অন্তৰ্ভুক্ত হোৱা বুলি অভিযোগ উত্থাপন কৰি যি পুনৰীক্ষণৰ আবেদন উত্থাপন কৰিছিল সেই ক্ষেত্ৰত আজি সৰ্বোচ্চ ন্যায়ালয়ে আবেদন নাকচ কৰি পুনৰীক্ষণৰ …

অধিক »

এনআৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা ব্লেক মেইলিঙৰ বলি হৈছে : সংবাদমেলত আব্দুল খালেক

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১০ আগষ্ট : এনআৰচিৰ শুনানিক লৈ শেহতীয়াকৈ ৰাজ্যত চলি থকা বিসংগতিক লৈ সৰৱ হৈ পৰিছে বৰপেটা লোকসভাৰ সাংসদ আব্দুল খালেক। ন্যায়ালয়ৰ নিৰ্দেশনাক অৱমাননা কৰি এটা নিশাৰ ভিতৰতেই হাজাৰ হাজাৰ শুনানিৰ জাননী প্ৰেৰণ কৰা বিষয়টোক লৈ সাংসদগৰাকীয়ে উল্লেখ কৰি কয় যে এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা ব্লেক মেইলিঙৰ বলি …

অধিক »

খিলঞ্জীয়াৰ অধিকাৰ ৰক্ষাৰ দাবীত সচেতন নাগৰিক মঞ্চৰ এনআৰচিৰ কাৰ্যালয় ঘেৰাও

মহানগৰ প্ৰতিবেদন, ৯ আগষ্ট : খিলঞ্জীয়াৰ অধিকাৰ ৰক্ষাৰ দাবীৰে উত্তাল হৈ পৰিল মহানগৰ। সচেতন নাগৰিক মঞ্চই আজি দিনৰ ভাগত জি এছ ৰোডত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। খিলঞ্জীয়াৰ অধিকাৰ ৰক্ষা কৰক, অবৈধ বিদেশীৰ নাম এন আৰ চিৰ পৰা বাতিল কৰক, খিলঞ্জীয়াৰ ভৱিষ্যৎ সুৰক্ষিত কৰক আগি দাবীৰে মহানগৰ উত্তাল কৰি তোলে সচেতন নাগৰিক …

অধিক »

পাঁচ সহস্ৰাধিক দুৰ্ভগীয়া লোকক শুশ্ৰূষা কৰিলে যোৰহাটৰ সমাজ কৰ্মী যুৱক বৃন্দই

 ষ্টাফ ৰিপৰ্টাৰ , যোৰহাট ৭ আগষ্ট : ” মানুহে মানুহৰ বাবে  যদিহে অকণো নেভাৱে ,অকনি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া ,, ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ এই গীতটোৰ সম্পূৰ্ণ মূল্যায়ণ কৰিলে তথা আখৰে আখৰে পালন কৰিলে যোৰহাটৰ এদল মানৱদৰদী যুৱক বৃন্দই । বিগত তিনি দিনত দিনে নিশাই এচাম দুৰ্ভগীয়ালোকৰ বাবে সময়ৰ …

অধিক »

চূড়ান্ত এনআৰচিৰ পৰা লাখ লাখ লোকক কৰ্তনৰ ষড়যন্ত্ৰ

বৃহৎ লোকৰ নাম অন্তৰ্ভুক্ত কৰি ছীল-স্বাক্ষৰবিহীন তালিকা এনএছকেলৈ প্ৰেৰণ এজনৰ বিৰুদ্ধে একেখন বিদেশী ন্যায়াধিকৰণতে একাধিক গোচৰ ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৬ জুলাই ঃ চূড়ান্ত এনআৰচিক লৈ চলিছে ভয়াৱহ ষড়যন্ত্ৰ। এক বৃহৎসংখ্যক লোকক চূড়ান্ত এনআৰচিৰ পৰা কৰ্তন কৰাৰ ভয়াৱহ ষড়যন্ত্ৰ চলিছে। বিশেষকৈ চূড়ান্ত খচৰা প্ৰকাশৰ আগমুহূৰ্তত যিধৰণৰ কৌশল অৱলম্বন কৰা হৈছিল শেহতীয়াকৈ …

অধিক »

বিশেষ নিউজ ৰিপ’ৰ্ট : ৩১ আগষ্টত প্ৰকাশ পাব এনআৰচি , সীমান্ত অঞ্চলৰ ২০ শতাংশ নথি পুনৰীক্ষণৰ আবেদন অগ্ৰাহ্য

 বানৰ জটিল পৰিস্থিতিৰ বাবে অতিৰিক্ত সময় ন্যায়ালয়ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৩ জুলাই ঃ সৰ্বোচ্চ ন্যায়ালয়ৰ তত্ত্বাৱধানত অসমত চলি থকা নাগৰিকপঞ্জী প্ৰকাশৰ সময়সীমা ৩১ জুলাই ধাৰ্য কৰা হৈছিল যদিও সৰ্বোচ্চ ন্যায়ালয়ত পুনৰীক্ষণৰ বাবে অতিৰিক্ত সময়সীমা বিচাৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে আবেদন দাখিল কৰিছিল। আজি এই আবেদনৰ ওপৰত শুনানি গ্ৰহণ কৰি ৩১ …

অধিক »

৩১ জুলাইত চূড়ান্ত এন আৰ চি প্ৰকাশত অনিশ্চয়তা

৮০ লাখ লোকৰ পুনৰীক্ষণ সম্পূৰ্ণ হৈছে : হাজেলা খচৰাত অন্তৰ্ভুক্ত হৈছে লাখ লাখ অবৈধ বিদেশী : ছলিছিটৰ জেনেৰেল এন আৰ চি প্ৰকাশৰ সদিচ্ছা নাই চৰকাৰৰ : আমছু ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৯ জুলাই : বহু প্ৰত্যাশিত এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশক লৈ চৰম অনিশ্চয়তাই দেখা দিছে। পূৰ্বে নিৰ্ধাৰণ কৰা সময় অনুসৰি ৩১ জুলাইত …

অধিক »

এন আৰ চিৰ পূৰ্ণাংগ তালিকা প্ৰকাশক লৈ অনিশ্চয়তা

চৰকাৰৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল আছু-আমছু অসম চৰকাৰৰ কৰ্মচাৰীৰ কামৰ ওপৰত সন্দেহ কৰাটো হাস্যকৰ:  দীপাংক নাথ প্ৰথমতে কেব, তাৰ পিছত এন আৰ চি বুলি অমিত শ্বাহৰ ঘোষণা কাৰ্যকৰী কৰাৰ ষড়যন্ত্ৰ: আজিজুৰ ৰহমান  ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৯ জুলাই : ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ, চমুকৈ এন আৰ চিৰ পূৰ্ণাংগ তালিকা প্ৰকাশক লৈ মাজত …

অধিক »

এন আৰ চিৰ শুনানীৰ নামত হাৰাশাস্তি স্বাধীনতা সংগ্ৰামীৰ পৰিয়াল

জাগীৰোড, ৮ জুলাই: এন আৰ চিৰ নামত এগৰাকী মুক্তিযুদ্ধাৰ পৰিয়ালক হাৰাশাস্তি৷ বিদেশী চিনাক্তকৰণৰ নামত হাৰাশাস্তি স্বদেশীক ৷ মুক্তিযুদ্ধাৰ পৰিয়ালক চুড়ান্ত অপমান ৷ বিদেশীক চিনাক্তকৰণৰ বাবে ৰাজ্যত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নিতকৰণ প্ৰক্ৰিয়াত এতিয়া দেখা দিছে বিভিন্ন বিসংগতি ৷ বিদেশীক চিনাক্তকৰণৰ নামত ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে স্বদেশীক হাৰাশাস্তি ৷ তেনে এক …

অধিক »

এনআৰচিৰ পৰা সন্তানৰ নাম কৰ্তন যোৱাৰ আশংকাত বৰপেটাত পিতৃৰ আত্মহত্যা

ডিজিটেল সংবাদ, বৰপেটাঃ বৰপেটা জিলাৰ সৰুক্ষেত্ৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত বন্তিপুৰত এনআৰচিৰ আতংকই প্ৰাণ ল’লে এজনৰ৷ এনআৰচিক লৈ শংকিত এজন লোকৰ চিপ লৈ আত্মহত্যা৷ মৃত লোকজন হ’ল মইজুদ্দিনৰ পুত্ৰ ৰহিম আলী (৩৭)৷ উল্লেখ্য যে এনআৰচিৰ অতিৰিক্ত খচৰাত অন্তৰ্ভুক্ত হৈছিল লোকজনৰ পাঁচটা সন্তানৰ নাম৷ কিন্তু পৰৱৰ্তী পৰ্যায়ত প্ৰকাশ পোৱা এনআৰচিৰ খচৰাত লোকজনৰ লগতে …

অধিক »