শেহতীয়া খবৰ
Home / Tag Archives: NRC Assam

Tag Archives: NRC Assam

এনআৰচিৰ এশ শতাংশ পুনৰীক্ষণ বিচাৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ এ পি ডব্লিড

মহানগৰ প্ৰতিবেদক, ১৬ ছেপ্টেম্বৰ : আছাম পাব্লিক ৱৰ্কছে (এ পি ডব্লিউ) চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি) এশ শতাংশ পুনৰীক্ষণৰ আবেদন জনাইছে উচ্চতম ন্যায়ালয়ত। চূড়ান্ত নাগৰিকপঞ্জীৰ তালিকাত বিদেশী লোকৰ নাম অন্তৰ্ভুক্ত হোৱা আৰু খিলঞ্জীয়া লোকৰ নাম বাদ পৰাৰ অভিযোগ তুলি এ পি ডব্লিউৰ সভাপতি অভিজিৎ শৰ্মাই আজি উচ্চতম ন্যায়ালয়ত এন আৰ …

অধিক »

এনআৰচিত বাদ পৰা ১৯ লাখক লৈ উদ্বিগ্ন ঢাকা ঃ ৩ অক্টোবৰত ভাৰতলৈ আহিব বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৪ ছেপ্টেম্বৰ : এনআৰচিৰ প্ৰসংগই এইবাৰ জোকাৰণিৰ সৃষ্টি কৰিছে বাংলাদেশত। বিশেষকৈ চূড়ান্ত এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকক লৈ উদ্বিগ্ন হৈ পৰিছে ঢাকা। এনআৰচিৰ তালিকাত অন্তৰ্ভুক্ত নোহোৱা লাখ লাখ সন্দেহজনক লোকক বাংলাদেশ চৰকাৰে গ্ৰহণ কৰিব লাগিব নেকি সেই লৈ এতিয়া চিন্তিত হৈ পৰিছে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ চৰকাৰ। …

অধিক »

আজি প্ৰকাশ পাব এনআৰচিৰ চূড়ান্ত তালিকাঃ অনলাইনযোগে উপলব্ধ হ’ব নাগৰিকপঞ্জী

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৩ ছেপ্টেম্বৰ : সকলো ধৰণৰ জল্পনা-কল্পনাৰ অন্ত পেলাই কাইলৈ প্ৰকাশ পাব বহু প্ৰত্যাশিত এন আৰ চিৰ চূড়ান্ত তালিকা। অনলাইনৰ জৰিয়তে সকলোৱে এন আৰ চিত নিজৰ নাম তথা পৰিয়ালৰ সদস্যৰ নাম অন্তৰ্ভুক্ত হৈছেনে সেই তালিকা চাব পাৰিব। কাইলৈ পুৱা দহ বজাৰ পৰা এন আৰ চি সেৱা কেন্দ্ৰৰ লগতে অনলাইনত …

অধিক »

বিশেষ নিউজ ৰিপ’ৰ্ট | অসমত কৰ্তন কৰা হৈছে লাখ লাখ হিন্দু বঙালীৰ নাম : ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত বাদ পৰা ১৯লাখৰ ১২ লাখেই হিন্দু বঙালী : মমতা বেনাৰ্জী

কলকাতা, ১২ ছেপ্টেম্বৰ : ৰাজ্যত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এনআৰচি)ৰ চূড়ান্ত তালিকা প্ৰকাশৰ পিছতেই সৰৱ হৈ পৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। চূড়ান্ত তালিকা প্ৰকাশৰ দিন ধৰি পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এনআৰচিৰ বিৰুদ্ধে গৰজি আছে। এনে সময়ছোৱাতেই আজি এনআৰচিৰ বিৰুদ্ধে তৃণমূল কংগ্ৰেছে ৰাজ্যখনত প্ৰতিবাদ সাব্যস্ত কৰে। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ উপস্থিতিত উত্তৰ কলকাতাৰ ছিন্থিত বিয়লি ৩ বজাত …

অধিক »

এনআৰচিৰ পৰা বাদ প্ৰায় ৪ লাখ কোঁচ-ৰাজবংশী জনগোষ্ঠীয় লোক

শপত নামা যোগে নাম অন্তৰ্ভুক্তিৰ দাবী কোচ-ৰাজবংশী সন্মিলনীৰ ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী : ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাৰ পৰা অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠী, ভূমিপুত্ৰৰ নাম বাদ পৰাটো অসমৰ কোচ-ৰাজবংশীৰ লগতে অসমৰ প্ৰতিটো খিলঞ্জীয়া ভূমিপুত্ৰৰ বাবে চৰম অপমানজনক। যুগ যুগ ধৰি বসবাস কৰি অহা নিজৰভূমিতেই চৰকাৰে কোচ-ৰাজবংশী জনগোষ্ঠীৰ লগতে ৰাজ্যৰ প্ৰায়বোৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠী লোকক …

অধিক »

১৪ ছেপ্টেম্বৰত সম্পূৰ্ণ এনআৰচিৰ তালিকাঃ অনলাইন যোগে উপলব্ধ হ’ব নাগৰিকপঞ্জী

নাম কৰ্তনৰ কাৰণ জানিব পাৰিব ১৪ ছেপ্টেম্বৰৰ পিছত   ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১০ ছেপ্টেম্বৰ : ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী ৩১ আগষ্টত চূড়ান্ত হোৱাৰ পিছত সম্পূৰ্ণ তালিকা ৭ ছেপ্টেম্বৰত প্ৰকাশ কৰাৰ কথা আছিল যদিও তালিকা প্ৰকাশৰ দিন পিছুৱাইছিল এনআৰচি কৰ্তৃপক্ষই। জানিব পৰা অনুসৰি অহা ১৪ ছেপ্টেম্বৰত এনআৰচিত কৰ্তৃপক্ষই এনআৰচিৰ তালিকা প্ৰকাশ কৰিব। অনলাইন যোগে …

অধিক »

এনআৰচি বাতিল কৰাৰ প্ৰয়োজন নাইঃ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিপৰীত স্থিতিত দেবব্ৰত শইকীয়া

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৭ ছেপ্টেম্বৰ : এনআৰচিৰ প্ৰসংগক লৈ এতিয়াকেইবাটাও ভাগত বিভক্ত হৈছে কংগ্ৰেছ দল। মূলতঃ চূড়ান্ত এনআৰচি প্ৰকাশৰ পিছত কংগ্ৰেছৰ এজনৰ পিছত এজনকৈ নেতাই ভিন্ন মত প্ৰকাশ কৰিছে। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৩১ আগষ্টত প্ৰকাশ পোৱা চূড়ান্ত এনআৰচিখনক পেলনীয়া কাগজ আখ্যা দিছিল যদিও আজি উক্ত মন্তব্যক খণ্ডন কৰি বিৰোধী দলপতি …

অধিক »

এনআৰচি চূড়ান্ত তালিকাত নাম নাই ধিঙৰ বহু বৈধ হিন্দু বঙালী লোকৰ

গণ বাৰ্তা, ধিং, ৫ ছেপ্টেম্বৰ : এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ লগে লগে বহু বিসংগতি দেখা গৈছে সমগ্ৰ ৰাজ্যজুৰি। নগাঁও জিলাৰ ধিঙতো বহু হিন্দু বঙালী লোকৰ বৈধ নথি-পত্ৰ থকাৰ পিছতো এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰাৰ এক গুৰুতৰ অভিযোগ উঠিছে। আনকি মুক্তিযুঁজাৰুৰ পৰিয়ালৰ নামো বাদ পৰিছে চূড়ান্ত …

অধিক »

কলগাছিয়াৰ সৰুহৰিদ গাঁৱত বাদ পৰিল ৩ ভাৰতীয় সেনা জোৱানৰ নাম

গণ বাৰ্তা বিশেষ, কলগাছিয়া, ১ ছেপ্টেম্বৰ : বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ তথা বৰনগৰ ৰাজহ চক্ৰৰ অন্তৰ্গত সৰুহৰিদ গাঁৱৰ আব্দুল হামেদৰ তিনি পুত্ৰ ক্ৰমে শ্বহিদুল ইছলাম, দেলবৰ হুছেইন আৰু মিজানুৰ আলী নামৰ তিনিজন ভাই-ককাই ভাৰতীয় সেনা জোৱানৰ চাকৰিত কৰ্মৰত হৈ আছে যদিও সদ্য ঘোষিত এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰিছে …

অধিক »

এজন লোককো ৰাষ্ট্ৰহীন নকৰিবলৈ ৰাষ্ট্ৰসংঘৰ সকীয়নি

জেনেভা, ১ ছেপ্টেম্বৰ : অসমৰ চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি)ৰ প্ৰকাশে ৰাষ্ট্ৰসংঘৰ মজিয়াতো গভীৰ উৎকণ্ঠাৰ সৃষ্টি কৰিছে। নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাৰ পৰা প্ৰায় ২০ লাখ লোকৰ নাম বাদ পৰাৰ এটা দিনৰ পিছতে ভাৰত চৰকাৰক সকীয়ালে ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী সংস্থাৰ শীৰ্ষ বিষয়াই। চূড়ান্ত এন আৰ চিৰ পৰা বাদ পৰা কোনো লোকক ৰাষ্ট্ৰহীন …

অধিক »