শেহতীয়া খবৰ
Home / Tag Archives: NRC Verification

Tag Archives: NRC Verification

উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ নোহোৱাকৈ চৰকাৰে নিজাকৈ এনআৰচিৰ পৰা সন্দেহযুক্ত ব্যক্তিৰ নাম কৰ্তন কৰিব পাৰেঃ উপমন্যু হাজৰিকা

মহানগৰ প্ৰতিবেদক, ১০ ছেপ্টেম্বৰ : উচ্চতম ন্যায়ালয়ৰ পুনৰ দ্বাৰস্থ নোহোৱাকৈয়ে চৰকাৰে নিজাকৈ চূড়ান্ত এন আৰ চিত অন্তৰ্ভুক্ত হৈ পৰা বিদেশী লোকৰ নাম কৰ্তন কৰিব পাৰে। আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেল সম্বোধন কৰি এই কথা প্ৰকাশ কৰিছে প্ৰব্ৰজনবিৰোধী মঞ্চৰ আহবায়ক তথা উচ্চতম ন্যায়ালয়ৰ অধিবক্তা উপমন্যু হাজৰিকাই। তেওঁ কয় যে চূড়ান্ত …

অধিক »

চূড়ান্ত এনআৰচিত সোনা উল্লাহৰ ক্ষেত্ৰত কৰাৰ দৰে ভুল নকৰিবলৈ হাজেলাক সকিয়নি

উচ্চতম ন্যায়ালয়ৰ মজিয়াত প্ৰাক্তন সেনাবিষয়াক বিদেশী সজোৱাৰ প্ৰসংগ ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩০ মে’ : সৰ্বসাধাৰণ ৰাইজৰ কথা বাদেই, এতিয়া বিদেশীৰ কলংকৰ পৰা হাত সাৰিব পৰা নাই প্ৰাক্তন সেনা বিষয়াও। আনকি কাৰ্গিল যুদ্ধৰ সময়ত নিজৰ জীৱনক তুচ্ছজ্ঞান কৰি বিদেশী ৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধত নামি পৰা সেইগৰাকী প্ৰাক্তন সেনা বিষয়াই এতিয়া বিদেশীৰ অভিযোগত ডিটেনচন …

অধিক »