শেহতীয়া খবৰ
Home / Tag Archives: Protest

Tag Archives: Protest

অত্যাৱশ্যকীয় সামগ্রী আৰু ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধি ৰােধ কৰাৰ দাবীত যুৱ -ছাত্ৰ পৰিষদৰ প্ৰতিবাদ 

ষ্টাফ ৰিপৰ্টাৰ  যোৰহাট-১ অক্টোবৰ : ভাল দিনৰ প্রতিশ্রুতিৰে শাসনৰ গাদীলৈ আহি বি.জে.পি.চৰকাৰৰকার্যকালে দেশৰ অন্যান্য ৰাজ্যৰ লগতে অসমৰ দৰে অর্থনৈতিকভাৱে পিছপৰা ৰাজ্যৰ জণসাধাৰণৰ জীৱনলৈ দুৰ্দিনহে  কঢ়িয়াই আনিছে বুলি মন্তব্য কৰিছে অসম জাতীয়তাবাদী যুব-ছাত্র পবিষদৰ যােৰহাট জিলা সমিতিয়ে । কাকতলৈ  প্ৰেৰণ কৰা এক প্ৰেছ  বিবৃতিত সমিতিৰ সভাপতি প্রণৱজ্যোতি শইকীয়া আৰু আৰু সাধাৰণ সম্পাদক দেৱজিত হাজৰিকাই কয় যে …

অধিক »

এনআৰচিত নাম অন্তৰ্ভুক্ত নকৰাৰ বিৰুদ্ধে বঙাইগাঁৱত বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ অৱস্থান ধৰ্মঘট

গণ বাৰ্তা, বঙাইগাঁও, ২৪ ছেপ্টেম্বৰ : এন আৰ চিৰ চূড়ান্ত তালিকাত অসমৰ হিন্দু বাঙালী আৰু খিলঞ্জীয়া লোকৰ নাম অন্তৰ্ভুক্ত নকৰাৰ প্ৰতিবাদত আজি সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ বঙাইগাঁও জিলা সমিতিয়ে এক দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । বঙাইগাঁও চহৰৰ পাগলাস্থানস্থিত ৰে’লৱে অভিযান্ত্ৰিক কাৰখানাৰ সন্মুখত দিনৰ ১১ বজাৰ পৰা ১ বজালৈ …

অধিক »

যোগীঘোপা অশোক কাগজ কলৰ বেৰ নিৰ্মাণত ব্যাপক দূৰ্নীতি

গণ বাৰ্তা বিশেষ, অভয়াপুৰী, ১৮ ছেপ্তেম্বৰ :  এফ. চি. আই. আঞ্চলিক আমছুৰ উদ্যোগত আৰু উত্তৰ শালমাৰা জিলা আমছুৰ সহযোগত অশোক কাগজ কলৰ বেৰ নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ ফলত আজি যোগীঘোপাৰ অশোক কাগজ কলৰ সন্মূখত আমছুৰ এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত দূৰ্নীতি বন্ধ কৰক, আমছু …

অধিক »

বিজেপিৰ ওচৰত আত্মসমৰ্পণ অগপৰ তিনি মন্ত্ৰীৰ, নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহিত কৰিবৰ বাবে অপচেষ্টা: অখিল গগৈ

গণবাৰ্তা,কাজিৰঙা, ১১ ছেপ্তেম্বৰ : বিজেপি তথা আৰ এছ এছৰ চৰকাৰখনে অসমীয়া মানুহৰ মৰ্মবেদনা উপলব্ধি নকৰিলে ৷উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ হিয়াভগা কান্দোন বুজিবলৈ চেষ্টা নকৰে শাসনাধীষ্ঠ বিজেপি চৰকাৰখনে ৷ অসমৰ দল সংগঠন তথা ৰাইজৰ প্ৰতিবাদক বৃদ্ধঅংগুষ্ঠ প্ৰদৰ্শন কৰিলে শাসনাধীষ্ঠ  বিজেপি চৰকাৰে ৷ অসমৰ প্ৰতিজন নাগৰিকে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰোৱাৰ পাছত পুনৰ অন্যায় …

অধিক »

শ্ৰমিকৰ প্ৰতিবাদত উত্তাল মথুৰাপুৰ চাহ বাগিচা৷

শিমলুগুৰি,৫ চেপ্তেম্বৰঃঃ ২০ শতাংশ বোনাচ প্ৰদানৰ দাবীত উত্তাল হৈ আছে ৰাজ্যৰ চাহ বাগিচা সমূহ৷এইবাৰ চৰাইদেউ জিলাৰ মথুৰাপুৰত প্ৰতিবাদ৷মথুৰাপুৰ চাহবাগিচাৰ শ শ শ্ৰমিকৰ প্ৰতিবাদত উত্তাল হ’ল  চাহ বাগিচা৷আগন্তুক দূৰ্গা পূজাৰ পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ প্ৰদানৰ দাবীত আজি আটছাৰ উদ্যোগত মথুৰাপুৰ চাহ বাগিচাৰ কাৰ্যালয়ৰ মূখ্য দোৱাৰৰ সন্মুখত শ শ চাহ …

অধিক »

বেছিমাৰীত উত্তপ্ত পৰিস্থিতিঃ সীমান্ত আৰক্ষীৰ লিখিত পৰীক্ষাত বিসংগতিঃ আৰক্ষী-সামৰিক বাহিনীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণঃ

২০ আগষ্টত পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ আশ্বাস গণবাৰ্তা, বেছিমাৰী, ১১ আগষ্টঃ সমগ্ৰ অসমৰ লগতে আজি দৰঙৰ বেছিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সীমান্ত আৰক্ষী  বিভিন্ন খালি পদ সমূহ পূৰণাৰ্থে অনুষ্ঠিত হোৱা লিখিত পৰীক্ষাত ব্যাপক খেলিমেলি সংঘটিত হোৱাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ৰাতিপুৱা ৯:৩০ বজাত জানিব পৰা মতে পুৱাৰ পৰীক্ষা ৫০ …

অধিক »

খিলঞ্জীয়াৰ অধিকাৰ ৰক্ষাৰ দাবীত সচেতন নাগৰিক মঞ্চৰ এনআৰচিৰ কাৰ্যালয় ঘেৰাও

মহানগৰ প্ৰতিবেদন, ৯ আগষ্ট : খিলঞ্জীয়াৰ অধিকাৰ ৰক্ষাৰ দাবীৰে উত্তাল হৈ পৰিল মহানগৰ। সচেতন নাগৰিক মঞ্চই আজি দিনৰ ভাগত জি এছ ৰোডত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। খিলঞ্জীয়াৰ অধিকাৰ ৰক্ষা কৰক, অবৈধ বিদেশীৰ নাম এন আৰ চিৰ পৰা বাতিল কৰক, খিলঞ্জীয়াৰ ভৱিষ্যৎ সুৰক্ষিত কৰক আগি দাবীৰে মহানগৰ উত্তাল কৰি তোলে সচেতন নাগৰিক …

অধিক »

পৃথক বড়োলেণ্ডৰ দাবীত তিনি সংগঠনৰ প্ৰতিবাদত উত্তাল ওদালগুৰি

গণবাৰ্তা বিশেষ,   ওদালগুৰি, ৮ আগষ্টঃ জম্মু আৰু কাশ্মীৰক দ্বি খণ্ডিত কৰি দুখনকৈ পৃথক কেন্দ্ৰীয় শাসিত ৰাজ্য গঠন কৰা পিছতে বড়োলেণ্ড  আন্দোলনে পুনৰ তীব্ৰতৰ ৰূপ লোৱাৰ আশংকাই দেখা দিছে বিটিএডিত। আজি ( বৃহস্পতিবাৰে) ওদালগুৰিত  জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মূখত নিখিল বড়ো ছাত্ৰ সন্থা, এন ডি এফ বি (প্ৰ) আৰু পিপলছ জইন্ট এক্সন কমিটি …

অধিক »

বঙাইগাঁৱত জিলা মাধ্যমিক অতিৰিক্ত( ঠিকাভিত্তিক) শিক্ষক সন্থাৰ অৱস্থান ধৰ্মঘট

বঙাইগাঁওঃ৭ আগষ্টঃ চৰকাৰী শোষণ-বঞ্চনা, প্ৰতাৰণা আৰু ষড়যন্ত্ৰৰ বিৰুদ্ধে আজি সদৌ অসম মাধ্যমিক অতিৰিক্ত (ঠিকাভিত্তিক ) শিক্ষক সন্থাৰ অন্তৰ্গত বঙাইগাঁও জিলা সমিতিয়ে তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ বঙাইগাঁও জিলাৰ বিদ্যালসমূহৰ পৰিদৰ্শকৰ কাৰ্যালয় চৌহত পুৱা ১১ বজাৰ পৰা দিনৰ ২ বজালৈ ৰূপায়ণ কৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ …

অধিক »

যোৰহাটত ঠিকা ভিত্তিক শিক্ষকৰ তীব্ৰ প্ৰতিবাদ

গণ বার্তা, যোৰহাট ৭ আগষ্টঃ চাকৰী নিয়মীয়াকৰণ, চৰকাৰৰ শোষণ আৰু বঞ্চনাৰ বিৰুদ্ধে আজি জিলা বিদ্যালয় পৰিদৰ্শকৰ কাৰ্য্যালয়ৰ চৌহদত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে যোৰহাট আৰু মাজুলীৰ ঠিকা ভিত্তিক শিক্ষক সকলে। উল্লেখ্য যে  ২০১০ চনত তদানিন্তন শিক্ষা মন্ত্ৰী গৌতম বৰাৰ আমোলত এক কেবিনেট সিদ্ধান্ত অনুসৰি “মাধ্যমিক পৰ্য্যায়ত শিক্ষাৰ সবলিকৰণ আৰু গুনগত মান …

অধিক »