শেহতীয়া খবৰ
Home / Tag Archives: Sport

Tag Archives: Sport

ছুইঙৰ নতুন চুলতান যশপ্ৰীত বুমৰাহ

ডিজিটেল ডেস্ক,  নতুন দিল্লী, ২ চেপ্টেম্বৰঃ ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত জামাইকা টেষ্টৰ কথা যশপ্ৰীত বুমৰাহৰ হেট্ৰিকৰ বাবে সকলোৰে মুখে মুখে। তেওঁ টেষ্ট ক্ৰিকেটত হেট্ৰিক অৰ্জন কৰা ভাৰতৰ তৃতীয়জন বলাৰ হিচাপে পৰিগণিত হয়। এণ্টিগাত অনুষ্ঠিত প্ৰথম টেষ্টত মুঠ ছটা উইকেট সংগ্ৰহ কৰা বুমৰাহৰ ছুইং বল দ্বিতীয় টেষ্টটো টি-২০ৰ বিশ্ব চেম্পিয়ন দলে …

অধিক »

২৯টা বলত ৮৩ ৰান সংগ্ৰহ কৰি ইয়ন মৰ্গানৰ চমক

লণ্ডন, ৩১ আগষ্টঃ যোৱা মাহত অনুষ্ঠিত বিশ্বকাপত ইংলেণ্ডক ঐতিহাসিক বিজয় প্ৰদান কৰা ইয়ন মৰ্গানৰ চমকপ্ৰদ যাত্ৰা অব্যাহত আছে। বিশ্বকাপৰ পিছত ভাইটেলিটী টি-২০ ব্লাষ্টত মিডলছেক্সৰ হৈ খেলি থকা ইংৰাজ অধিনায়কজনে শুকুৰবাৰে খেলপথাৰত পুনৰ নিজৰ শক্তি প্ৰদৰ্শন কৰে। তেওঁ আকৰ্ষণীয় ইনিংছ খেলি নিজৰ দলক ছমাৰছেটৰ বিৰুদ্ধে ঐতিহাসিক বিজয় প্ৰদান কৰে। মৰ্গানে ২৯টা …

অধিক »

ভাৰত বনাম ৱেষ্ট ইণ্ডিজঃ দ্বিতীয় টেষ্টৰ অন্তিমখন টেষ্ট জামাইকাৰ কিংষ্টনত কাইলৈ অনুষ্ঠিত হ’ব

নতুন দিল্লী, ২৮ আগষ্টঃ ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ দুখন মেচৰ শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন টেষ্ট জামাইকাৰ কিংষ্টনত অনুষ্ঠিত হ’ব। এই প্ৰতিদ্বন্দ্বিতা শুকুৰবাৰে, অৰ্থাৎ ৩০ আগষ্টৰ পৰা আৰম্ভ হ’ব। ভাৰতীয় ক্ৰিকেট দলে এণ্টিগাৰ ছাৰ ভিভিয়ান ৰিচাৰ্ড ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন টেষ্টত ঘৰুৱা দল ৱেষ্ট ইণ্ডিজক ৩১৮ ৰানত শোচনীয়ভাৱে পৰাস্ত কৰিছিল। ভাৰতীয় …

অধিক »

৬৮ সংখ্যক ক্ষিৰোদ বৰুৱা আন্তঃজিলা ছিনিয়ৰ ফুটবল টুৰ্ণামেণ্ট

 মৰিগাওঁ, গোৱালপাৰাৰ ছেমিফাইনেলত প্ৰৱেশ ছাইদুল ইছলাম, ডিফু, ২৬ আগষ্টঃ অসম ফুটবল সন্থাৰ তত্বাৱধনাত আৰু কাৰবি আংলং জিলা ক্ৰীড়া সন্থাৰ ব্যৱস্থাপনাত ডিফু আৰু হানজাংলাংছত চলি থকা ৬৮ সংখ্যক ক্ষিৰোদ বৰুৱা সোঁৱৰণি আন্ত:জিলা ছিনিয়ৰ ফুটবল টুৰ্ণামেণ্টৰ আজিৰ কোৱাৰ্টাৰ ফাইনেল খেলত ক্ৰমে,   মৰিগাঁও আৰু গোৱালপাৰা জিলাই অগ্ৰগতি লাভ কৰি টুৰ্ণামেণ্টৰ ছেমিফাইনেলক প্ৰৱেশ কৰিবলৈ …

অধিক »

আইচিচি টেষ্ট বলাৰ-বেটছমেন ৰেংকিং-২০১৯

আইচিচি টেষ্ট বলিঙৰ ৰেংকিঙৰ শীৰ্ষত বুমৰাহ নতুন দিল্লী, ২৭ আগষ্টঃ  যশপ্ৰীত বুমৰাহে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথম টেষ্টত কৰা চমকপ্ৰদ প্ৰদৰ্শনৰ পুৰস্কাৰ লাভ কৰিছে। তেওঁ ইণ্টাৰনেচনেল ক্ৰিকেট কাউন্সিল (আইচিচি)ৰ টেষ্ট বলিং ৰেংকিঙৰ শীৰ্ষ দহজনৰ মাজত স্থান লাভ কৰিছে। বুমৰাহে টেষ্ট বলিং ৰেংকিঙত প্ৰথমবাৰৰ বাবে টপ ১০ত স্থান লাভ কৰিছে। বৰ্তমান তেওঁ …

অধিক »

ক্ৰিকেটক বিদায় জনালে ক্ৰিছ গেইলে

‘দ্য ইউনিভাৰ্ছ বছ’ৰ উল্লেখযোগ্য বিশ্ব অভিলেখ নতুন দিল্লী,১৪ আগষ্টঃ ‘দ্য ইউনিভাৰ্ছ বছ’ ক্ৰিছ গেইলে আজি নিজৰ অন্তিমখন আন্তৰ্জাতিক মেচ খেলিছে। তেওঁ আইচিচি বিশ্বকাপৰ আগতেই এই ঘোষণা কৰিছিল যে তেওঁ ভাৰত-ৱেষ্ট ইণ্ডিজ শৃংখলাৰ পিছত আৰু ক্ৰিকেট নেখেলে। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত ইতিমধ্যে টি-২০ শৃংখলা অনুষ্ঠিত হৈছে। আজি বুধবাৰে এদিনীয়া শৃংখলাৰ …

অধিক »

আই চি চি বিশ্বকাপ 2019 : বিৰাটৰ নেতৃত্বত ইংলেণ্ডত উপস্থিত ভাৰতীয় ক্ৰিকেট দল

30 মে’ৰ পৰা আৰম্ভ হবলগীয়া আই চি চি বিশ্বকাপ 2019ৰ প্ৰতিযোগিতাত অংশ গ্ৰহণৰ বাবে কোহলীৰ নেতৃত্বত ভাৰতীয় দল মুম্বাইৰ পৰা ৰাওনা হৈ লণ্ডনত উপস্থিত হয়। উল্লেখ্য যে ভাৰতীয় দলটোৱে প্ৰতিযোগিতাৰ পূৰ্বে দুখন ৱাৰ্ম-আপ মেচ খেলিব। প্ৰথমখন মেচ 25 জুনত অৱেলত নিউজিলেণ্ডৰ বিৰুদ্ধে আৰু দ্বিতিয়খন 28 জুনত কাৰ্ডিফ ৱেল্ছত বাংলাদেশৰ বিৰুদ্ধে …

অধিক »