শেহতীয়া খবৰ
Home / Tag Archives: Supreme Court

Tag Archives: Supreme Court

প্ৰয়োজনত জম্মু-কাশ্মীৰলৈ যাব উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ঃ শেহতীয়া পৰিস্থিতিক লৈ উদ্বিগ্ন

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৬ ছেপ্টেম্বৰ : অনুেচ্ছদ ৩৭০ প্ৰত্যাহাৰৰ পিছতে জম্মু-কাশ্মীৰৰ পৰিস্থিতি আজিও স্বাভাৱিক হোৱা নাই। জম্মু-কাশ্মীৰত এক ভয়াৱহ পৰিস্থিতিয়ে গা কৰি উঠিছে। উপত্যকাটোৰ লোকসকল গৃহবন্দী হৈ থকাই নহয়, ন্যায় বিচাৰি জম্মু-কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ কাষ চাপিব পৰা নাই। জম্মু-কাশ্মীৰৰ শেহতীয়া পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে আজি ঘোষণা …

অধিক »

দেশত ৮ শতাংশহে ভূমিপুত্ৰ, ৯২ শতাংশই প্ৰব্ৰজনকাৰীঃ  উচ্চতম ন্যায়ালয়

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৫ ছেপ্টেম্বৰ : অসম তথা উত্তৰ-পূৰ্বাঞ্চলত সততে খিলঞ্জীয়া তথা ভূমিপুত্ৰৰ প্ৰসংগক লৈ বিতৰ্কৰ সূচনা হৈ আহিছে। কেৱল এয়াই নহয়, খিলঞ্জীয়া ভূমিপুত্ৰৰ প্ৰসংগ টানি সমাজত মেৰু ¸বিভাজেনৰে দীৰ্ঘদিন ধৰি বিভিন্ন ৰাজনৈতিক দলে ৰাজনীতি কৰি আহিছে। অসম তথা উত্তৰ-পূৰ্বাঞ্চলত কোন জাতি-জনগোষ্ঠীৰ লোক খিলঞ্জীয়া তথা ভূমিপুত্ৰ সেই লৈ এতিয়া বৃহৎ প্ৰশ্নৰ …

অধিক »

উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ নোহোৱাকৈ চৰকাৰে নিজাকৈ এনআৰচিৰ পৰা সন্দেহযুক্ত ব্যক্তিৰ নাম কৰ্তন কৰিব পাৰেঃ উপমন্যু হাজৰিকা

মহানগৰ প্ৰতিবেদক, ১০ ছেপ্টেম্বৰ : উচ্চতম ন্যায়ালয়ৰ পুনৰ দ্বাৰস্থ নোহোৱাকৈয়ে চৰকাৰে নিজাকৈ চূড়ান্ত এন আৰ চিত অন্তৰ্ভুক্ত হৈ পৰা বিদেশী লোকৰ নাম কৰ্তন কৰিব পাৰে। আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেল সম্বোধন কৰি এই কথা প্ৰকাশ কৰিছে প্ৰব্ৰজনবিৰোধী মঞ্চৰ আহবায়ক তথা উচ্চতম ন্যায়ালয়ৰ অধিবক্তা উপমন্যু হাজৰিকাই। তেওঁ কয় যে চূড়ান্ত …

অধিক »

চৰকাৰ-হাজেলাক দোষাৰোপ কৰি ৰঞ্জন গগৈলৈ তৰুণ গগৈৰ পত্ৰ

এন আৰ চিত নাম নাই সেনা বিষয়া, মুক্তিযোদ্ধা, প্ৰাক্তন ৰাষ্ট্ৰপতিৰ পৰিয়ালৰ ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৬ ছেপ্টেম্বৰ : ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশৰ পিছত ৰাজ্যখনৰ সকলো দল-সংগঠন তথা ব্যক্তিৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া হোৱাৰ মাজতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি ৰাজ্য চৰকাৰ আৰু সমন্বয়ক প্ৰতীক হাজেলাক দোষাৰোপ কৰি উচ্চতম …

অধিক »

প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী পি চিদাম্বৰমক তিহাৰ জে’ললৈ প্ৰেৰণ

নতুন দিল্লী, ৫ ছেপ্টেম্বৰ : প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদম্বৰমৰ দুৰ্দিন এতিয়াও আঁতৰা নাই। উচ্চতম ন্যায়ালয়ে জামিন আবেদন নাকচ কৰাৰ পিছতে চিদম্বৰমৰ জে’ল গমন একপ্ৰকাৰ স্পষ্ট হৈ পৰিছিল। আই এন এক্স মিডিয়া গোচৰৰ আজি দিল্লীৰ ৰাওজ এভিনিউ আদালতে পি চিদম্বৰমক ১৯ ছেপ্টেম্বৰলৈকে, অৰ্থাৎ ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে …

অধিক »

এনআৰচি নিৰাময় বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব আছু

চূড়ান্ত এনআৰচিত ৰৈ গ’ল ত্ৰুটি, সম্পূৰ্ণ নহ’ল নাগৰিকপঞ্জী : সমুজ্জ্বল মহানগৰ প্ৰতিবেদক, ৩১ আগষ্ট : চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এনআৰচি)ক লৈ মুঠেও সন্তুষ্ট নহয় সদৌ অসম ছাত্ৰ সন্থা (আছু)। চূড়ান্ত নাগৰিকপঞ্জীত বহু ত্ৰুটি ৰৈ যোৱাৰ কথা উল্লেখ কৰি আছুৱে পুনৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব বুলি আজি ঘোষণা কৰিছে। চূড়ান্ত নাগৰিকপঞ্জী প্ৰকাশৰ পিছতেই আছুৱে …

অধিক »

৩১ আগষ্টত প্ৰকাশ পাবই লাগিব এন আৰ চি, উচ্চতম ন্যায়ালয়ত কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ মুখ থেকেচা

পুনৰীŽৰণৰ সম্ভাৱনীয়তা নাকচ সৰ্বোচ্চ ন্যায়ালয়ৰ  আধাৰ কাৰ্ডৰ দৰে গোপনীয় হ’ব এন আৰ চিৰ নথি ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৩ আগষ্টঃ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে সীমান্ত অঞ্চলসমূহত এন আৰ চিত বিদেশীৰ নাম অন্তৰ্ভুক্ত হোৱা বুলি অভিযোগ উত্থাপন কৰি যি পুনৰীক্ষণৰ আবেদন উত্থাপন কৰিছিল সেই ক্ষেত্ৰত আজি সৰ্বোচ্চ ন্যায়ালয়ে আবেদন নাকচ কৰি পুনৰীক্ষণৰ …

অধিক »

বিশেষ নিউজ ৰিপ’ৰ্ট | বিধানসভাৰ বাহিৰে-ভিতৰে যিমানেই সমালোচনা নকৰক ৩১ আগষ্টত এনআৰচি প্ৰকাশ হ’বই

হাজেলাক উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ সকীয়নি ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৮ আগষ্ট : এনআৰচিক লৈ ৰাজ্যত শেহতীয়াকৈ সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ ৰহিন্তন ফলি নৰীমনৰ দ্বাৰা গঠিত খণ্ড বিচাৰপীঠত গুৰুত্বপূৰ্ণ শুনানি অনুষ্ঠিত হয়। আদালতৰ খণ্ড বিচাৰপীঠে সমগ্ৰ বিষয়সমূহত বিভিন্ন পক্ষৰ অধিবক্তাসকলৰ …

অধিক »

বিশেষ নিউজ ৰিপ’ৰ্ট : ৩১ আগষ্টত প্ৰকাশ পাব এনআৰচি , সীমান্ত অঞ্চলৰ ২০ শতাংশ নথি পুনৰীক্ষণৰ আবেদন অগ্ৰাহ্য

 বানৰ জটিল পৰিস্থিতিৰ বাবে অতিৰিক্ত সময় ন্যায়ালয়ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৩ জুলাই ঃ সৰ্বোচ্চ ন্যায়ালয়ৰ তত্ত্বাৱধানত অসমত চলি থকা নাগৰিকপঞ্জী প্ৰকাশৰ সময়সীমা ৩১ জুলাই ধাৰ্য কৰা হৈছিল যদিও সৰ্বোচ্চ ন্যায়ালয়ত পুনৰীক্ষণৰ বাবে অতিৰিক্ত সময়সীমা বিচাৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে আবেদন দাখিল কৰিছিল। আজি এই আবেদনৰ ওপৰত শুনানি গ্ৰহণ কৰি ৩১ …

অধিক »

৩১ জুলাইত চূড়ান্ত এন আৰ চি প্ৰকাশত অনিশ্চয়তা

৮০ লাখ লোকৰ পুনৰীক্ষণ সম্পূৰ্ণ হৈছে : হাজেলা খচৰাত অন্তৰ্ভুক্ত হৈছে লাখ লাখ অবৈধ বিদেশী : ছলিছিটৰ জেনেৰেল এন আৰ চি প্ৰকাশৰ সদিচ্ছা নাই চৰকাৰৰ : আমছু ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৯ জুলাই : বহু প্ৰত্যাশিত এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশক লৈ চৰম অনিশ্চয়তাই দেখা দিছে। পূৰ্বে নিৰ্ধাৰণ কৰা সময় অনুসৰি ৩১ জুলাইত …

অধিক »