শেহতীয়া খবৰ
Home / Tag Archives: Teachers

Tag Archives: Teachers

অনিৰ্বাণ উৎসৱত জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰত নষ্টালজিক শিল্পী-ৰাজনীতিক

গণ বাৰ্তা বিশেষ, যোৰহাট, ২২ ছেপ্টেম্বৰ : ৰাজ্যৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত আজিৰ পৰা আৰম্ভ হৈছে অনিৰ্বাণ উৎসৱ। আজি প্ৰথম দিনটোত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ কে’বাসহস্ৰাধিক প্ৰাক্তন ছাত্ৰ- ছাত্ৰীয়ে পুনৰ এবাৰ মহাবিদ্যালয়খনত ভৰি দি নষ্টালজিক হৈ পৰে। ১৯৬২-৬৩ চনৰ প্ৰাক্তন ছাত্ৰ বিশিষ্ট সাহিত্যিক সমালোচক অৰুন গোস্বামীয়ে …

অধিক »

ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীক লৈ হেতালি পুথি প্ৰকাশন গোষ্ঠীৰ

টেট পৰীক্ষাৰ সহায়ক পুথি বাৰেপাছি ভুলেৰে প্ৰকাশ অসম একাডেমি, অশোক পাব্লিকেশ্বনৰ চৈয়দ ৰেকিব আলী, গুৱাহাটী, ১৭ ছেপ্টেম্বৰ : ৰাজ্যত কয়লা-কণীৰ পৰা আৰম্ভ কৰি আন কে’বাটাও দিশত ছিণ্ডিকেট গঢ়ি তুলি শাসনৰ গাদীত থকা একাংশৰ পৰা বিষয়াৰ একাংশই লুটি খোৱাৰ লেখীয়াকৈ গ্ৰন্থ প্ৰকাশন গোষ্ঠীয়েও বৃহৎ অনিয়মত লিপ্ত হৈ পৰিছে। ৰাজ্যৰ লাখ লাখ …

অধিক »

আদৰ্শ নাগৰিক হিচাপে নতুন প্ৰজন্মক গঢ়ি তোলাৰ দায়িত্ব শিক্ষক সমাজে ল’ব লাগিব : মুখ্যমন্ত্ৰী

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৫ ছেপ্টেম্বৰ : ‘অসমৰ ভৱিষ্যৎ প্ৰজন্মক সঠিকভাৱে গঢ়ি তোলাৰ বাবে অসমৰ সকলো শ্ৰেণীৰ জনসাধাৰণে দৃঢ় সংকল্প ল’ব লাগিব। আধুনিক শিক্ষা ব্যৱস্থা হৈছে সমাজ উত্তৰণৰ এক শক্তিশালী পদক্ষেপ। মহান দাৰ্শনিক ভূতপূৰ্ব ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণনে যি আদৰ্শ দেখুৱাই গ’ল তাক অনুসৰণ কৰি আদৰ্শ নাগৰিক হিচাপে নতুন প্ৰজন্মক গঢ়ি তোলাৰ দায়িত্ব …

অধিক »