তিনিচুকীয়াত “তিনিচুকীয়া সন্মিলন কেন্দ্ৰ” শুভউদ্বোধন ড° হিমন্ত বিশ্ব শৰ্মাৰ ।
তিনিচুকীয়া জিলাত আয়োজিত "উপায়ুক্ত সন্মিলন"ৰ প্ৰাক মুহূৰ্তত আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অত্যাধুনিক ৰূপত নিৰ্মাণ কৰা "তিনিচুকীয়া সন্মিলন কেন্দ্ৰ" শুভউদ্বোধন ৷ অসমৰ দ্বিতীয়টো এনেধৰণৰ কেন্দ্ৰ হিচাপে পৰিগণিত হোৱা এই সন্মিলন!-->…