শেহতীয়া খবৰ

আগষ্টৰ পূৰ্বে দেশৰ পৰা চলিব আন্তঃৰাষ্ট্ৰীয় বিমান

নতুন দিল্লীঃ ২৫ মে’ৰ পৰা দেশজুৰি ঘৰুৱা বিমান চলাৰ প্ৰাক্‌ক্ষণত দেশৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমান চলোৱাৰো সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে। আগষ্টৰ পূৰ্বে দেশৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমান চলাচল হ’ব। যি কথা আজি প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰে। আগষ্টৰ পৰা অধিক হাৰত আন্তঃৰাষ্ট্ৰীয় বিমান চলোৱাৰ সিদ্ধান্ত লোৱা হৈছে বুলি প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *