Wednesday , September 23 2020
শেহতীয়া খবৰ

কঠীয়াতলীত বিশ্ব পৰিবেশ দিৱস উপলক্ষে গছ পুলি বিতৰণ

৫  জুন :- আজি ৫ জুন বিশ্ব পৰিবেশ দিৱস। কঠীয়াতলী আঞ্চলিক বন বিষয়াৰ কাৰ্য্যালয়ৰ সন্মুখত বিশ্ব পৰিবেশ দিৱস উপলক্ষে শতাধিক গছ পুলি ৰাইজৰ মাজত বিতৰণ কৰা হয় । কঠীয়াতলীৰ বিভিন্ন অঞ্চলত বৃক্ষ ৰোপন কৰা দেখা যায় অৱশ্যে বিতৰণৰ সময়ত ৰাইজৰ মাজত সামাজিক দূৰত্ব দেখা পোৱা নগল।

Leave a Reply

Your email address will not be published. Required fields are marked *