Monday , August 10 2020
শেহতীয়া খবৰ

কবিতা প্ৰতিযোগিতাত স্থান দখল স্বপ্না বৰঠাকুৰৰ

দৈনিক গণঅধিকাৰ, যোৰহাটঃ  অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ বিকাশ, চৰ্চা আৰু সংবৰ্ধনৰ বাবে ফেইচবুকৰ জড়িয়তে অসম ভিত্তিত গঠন কৰা গোট  ” চিৰ চেনেহী অসমীয়া ভাষা-সাহিত্য-সংস্কৃতি গোট”-এ অসম ভিত্তিত আয়োজন কৰা স্ব-ৰচিত কবিতা প্ৰতিযোগিতাত স্বপ্না বৰঠাকুৰে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, পূৰ্বতেও প্ৰয়াস প্ৰকাশন গোষ্ঠীয়ে প্ৰকাশ কৰা “দস্তাৱেজ” আলোচনীৰ যোগেদি তেখেতে “কাব্য ৰত্ন” বঁটাও লাভ কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *