Wednesday , September 23 2020
শেহতীয়া খবৰ

কোৰোনাত আক্ৰান্ত ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰীছ জনছনক ঘৰলৈ যোৱাৰ অনুমতি

দৈনিক গণঅধিকাৰঃ অৱশেষত বৰীছ জনছনক ঘৰলৈ যোৱাৰ অনুমতি দিলে চিকিৎসকে৷ COVID-19ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল প্রধানমন্ত্ৰীগৰাকী। ৫৫ বছৰীয়া প্রধানমন্ত্ৰীগৰাকীক লণ্ডনৰ ছেইন্ট থমাছ হাস্পতালত চিকিৎসাধীন হৈ আছিল।

প্ৰধানমন্ত্ৰী কাৰ্য্যালয়ৰ ১০ ডাউনিং ষ্ট্ৰীটে এই কথা জনায়৷ ইফালে, কোৰোনা ভাইৰাছত ইংলেণ্ডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৭৮,৯৯১জন হৈছেগৈ। এতিয়ালৈকে দেশখনত নিহত হৈছে ৯.৭৭৫জন লোক।

Leave a Reply

Your email address will not be published. Required fields are marked *