Monday , September 21 2020
শেহতীয়া খবৰ

কোৰোনা পজিটিভ হলেও সুস্থিৰ হৈ আছে অভিনেত্ৰী গিতাৱলী ৰাজকুমাৰী আৰু প্ৰাক্তন পৌৰপতি প্ৰশান্ত বৰা

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, ২২ জুলাই : যোৰহাটত কেইবাজনো বিশিষ্ট লোক ইতিমধ্যে কোৰোনাত আক্ৰান্ত হৈছে । পৌৰসভাৰ প্ৰাক্তন পৌৰপতি প্ৰশান্ত বৰাও কোৰোনাত আক্ৰান্ত হৈ ঘৰতে আইছোলেচনত আছে । কন্যা সহ অসমীয়া ছবি জগতৰ অভিনেত্ৰী গিতাৱলী ৰাজকুমাৰীও কোৰোনাত আক্ৰান্ত হৈছে । আনহাতে ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপক ডঃ আদিল উল যাচিনৰ লগতে ভাতৃও কোৰোনাত আক্ৰান্ত হৈছে । কিন্তু এই সকলে মহামাৰী কোৰোনাত আক্ৰান্ত হলেও সুস্থিৰ মানসিক স্থিৰে কোৰোনাৰ বিৰুদ্ধে যুজঁ দি নিজকে এক সবল স্থিতিত ৰাখিবলৈ সক্ষম হোৱা বুলি জানিব পৰা গৈছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *