শেহতীয়া খবৰ

ক’ৰনা ভাইৰাছৰ বিৰুদ্ধে যুজ দিবলৈ গৌতম গম্ভীৰে আগবঢ়াব দুবছৰৰ দৰমহা

ডিজিটেল ডেস্কঃ সৰ্বেত্ৰে এতিয়া ক’ৰোণা ভাইৰাছৰ সন্ত্ৰাস। ভাৰতবৰ্ষতো এতিয়া ক’ৰোণা ভাইৰাছে ক্ৰমাৎ ভয়ংকৰ ৰূপ লৈছে।ভাৰতবৰ্ষতো এতিয়ালৈকে ২৫৬৭ জনৰ দেহত ধৰা পৰিছে ক’ৰোণা ভাইৰাছৰ অৱস্থিতি আনহাতে ৭২জনৰ মৃত্যু হৈছে৷ 

ইতিমধ্যে ক’ৰোণাৰ বিৰুদ্ধে যুঁজিবলৈ বিভিন্ন জনে আগবঢ়াইছে অনুদান। ক’ৰোণাৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰে প্ৰধানমন্ত্ৰী আৰোগ্য নিধিলৈ আগবঢ়াব দুবছৰৰ দৰমহা।

টুইটাৰ যোগে এই কথা জানিবলৈ দিয়ে৷

Leave a Reply

Your email address will not be published. Required fields are marked *