Friday , September 25 2020
শেহতীয়া খবৰ

খুমটাইত পহু উদ্ধাৰ

দৈনিক গণঅধিকাৰঃ খুমটাই আৰক্ষীৰ চকীৰ অন্তৰ্গত পুৱ গাড়ীগাঁও অঞ্চলৰ আলুতলিয়া চুকত আজি এটা হৰিণা পহু স্থানীয় ৰাইজে উদ্ধাৰ কৰি নুমলীগড় বন বিভাগৰ হাতত চমছাই দিয়ে ।

স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি উক্ত অঞ্চলটোত আৰু হৰিণ বিচৰণ কৰি থাকে আৰু সেই হৰিণ সমূহক চোৰাং চিকাৰীৰ পৰা ৰক্ষা কৰিবলৈ বনবিভাগক আহ্বান জনাই।

Leave a Reply

Your email address will not be published. Required fields are marked *