Friday , September 25 2020
শেহতীয়া খবৰ

চীনৰ বৈজ্ঞানিকৰ দাবীঃ ভেকচিন নোহোৱাকৈ ধবংস হ’ব কোৰোনা ভাইৰাছ

বেইজিংঃ  শেহতীয়াকৈ চীনৰ বৈজ্ঞানিকে আজি দাবী কৰে যে বিনা ভেকচিনে ধবংস হ’ব কোৰোনা ভাইৰাছ। চীনৰ প্ৰতিষ্ঠিত পেংকিং বিশ্ববিদ্যালয়ৰ বৈজ্ঞানিকে আজি উক্ত মন্তব্য কৰে। বৈজ্ঞানিকগৰাকীয়ে পুনৰ কয় যে কোৰোনা ভাইৰাছ শীঘ্ৰে ধবংস হ’ব কোনো ভেকচিন প্ৰয়োগ নকৰাকৈ কোৰোনা ভাইৰাছৰ পৰা হাত সাৰিব পৰা যাব বুলি দাবী কৰে।

উল্লেখ্য যে কোৰোনা ভাইৰাছত বিশ্বত লক্ষাধিক লোকৰ মৃত্যু ঘটে। ইয়াৰ ফলত বিশ্বৰ দেশসমূহে লকডাউন প্ৰক্ৰিয়াৰে কোৰোনা ভাইৰাছৰ পৰা হাত সৰাৰ উপায় অৱলম্বন কৰে। ইয়াৰ উপৰি কোৰোনা ভাইৰাছ প্ৰতিৰোধী ভেকচিন তৈয়াৰ কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখে। এনে সময়তে চীনৰ বৈজ্ঞানিকে কৰা মন্তব্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে সমগ্ৰ বিশ্বত।

Leave a Reply

Your email address will not be published. Required fields are marked *