Thursday , August 13 2020
শেহতীয়া খবৰ

চৰাইদেউ সাপেখাতীৰ  বৰহত উদ্ধাৰ এক দুষ্পাপ্য  প্ৰকাণ্ড অজগৰ।

গণ বাৰ্তা  ,সাপেখাতী,২ আগষ্ট : চৰাইদেউ জিলাৰ  বৰহত আজি পুৱাই উদ্ধাৰ হয় এটা প্ৰকাণ্ড অজগৰ। জানিব পৰা মতে বৰহ গাৱৰ দেবেন গগৈৰ  নামৰ  ব্যক্তি জনৰ  ঘৰৰ মুধচত  উঠি  থকা সাপটো পৰিয়ালৰ মহিলাগৰাকীয়ে দেখা পাই চিঞৰ বাখৰ কৰাত ওচৰ চুবুৰীয়াই  আহি  অজগৰটো কৰায়ত্ব কৰিবলৈ সক্ষম হয় । লগে লগে স্থানীয় ৰাইজে সাপেখাতী  বন   বিষয়া  কায্যালয়ত  অৱগত কৰাত  বন বিভাগৰ কৰ্মী  উক্ত স্থানত  উপস্থিত হৈ অজগৰটো উদ্ধাৰ কৰি সাপেখাতী  সংৰক্ষিত বনাঞ্চলত এৰি দিয়ে ।

Leave a Reply

Your email address will not be published. Required fields are marked *