Friday , September 25 2020
শেহতীয়া খবৰ

জাঁজীত ভয়ংকৰ অগ্নিকাণ্ড : জাহ গল দিচাং ধাবা

গণ বার্তা, আমগুৰি, ০৬ ছেপ্টেম্বৰ : শিৱসাগৰ জিলাৰ জাঁজীত অৱস্থিত দিচাং নামৰ ৰিচৰ্ট খনত কালি পুৱতি নিশা ৩-৩০ মান বজাত অগ্নিকাণ্ড সংঘটিত হয়। উল্লেখযোগ্য যে প্ৰতিম গগৈ নামৰ যুৱ উদ্যোগী জনে স্থাপন কৰা ৰিচৰ্ট খনে কম সময়ৰ ভিতৰতে বিভিন্ন শ্ৰেণীৰ গ্ৰাহকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। অগ্নিকাণ্ডৰ ফলত ৰিচৰ্ট খনৰ মূল গৃহটো সম্পূৰ্ণৰূপে ভস্মীভূত হয়। অগ্নিকাণ্ডৰ ফলত ২২ৰ পৰা ২৫ লাখ টকাৰ লোকচান হোৱাৰ আশংকা কৰা হৈছে। অগ্নিকাণ্ডৰ কাৰণ বৰ্তমায়েও জানিব পৰা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *