Friday , September 25 2020
শেহতীয়া খবৰ

জাতীয়তাদী যুৱ ছাত্ৰ পৰিষদৰ সমিতি গঠন

গণ বাৰ্তা নকছাৰি ৮ চেপ্তেম্বৰঃ  অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰিয়নী আঞ্চলিক সমিতিৰ অন্তৰ্গত চেলেংহাট শাখাৰ এখন নতুন সমিতি আজি গঠন কৰা হয়। মৰিয়নী সমষ্টিৰ চেলেংহাটৰ হিন্দু গাওঁ প্ৰাথমিক বিদ্যালয়ত যুৱ ছাত্ৰ পৰিষদৰ মৰিয়নী আঞ্চলিকৰ সভাপতি প্ৰিয়াংশু বৰুৱাৰ পৌৰহিত্যত অনুষ্ঠিত সভাত সীমান্ত গগৈক সভাপতি আৰু চিমন গগৈক সম্পাদক হিচাপে লৈ এখন ৪০জনীয়া শক্তিশালী সমিতি গঠন কৰা হয়। নতুন সমিতি খনক শপত গ্ৰহণ কৰাই মৰিয়নী আঞ্চলিক সমিতিৰ সাধাৰন সম্পাদক ৰঞ্জিত গগৈয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *