Thursday , August 13 2020
শেহতীয়া খবৰ

জে, এম,চিৰ পৰা সুস্থ হোৱা ৯ জন কোৰোনা আক্ৰান্ত ৰোগীক ৰিলিজ

 ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট  : যোৱা শনি আৰু দেওবাৰে মুঠ ৯ জন সুস্থ হৈ উঠা কোৰো’না আক্ৰান্ত ৰোগীক যোৰহাট মেডিকেল কলেজৰ কভিড  হস্পিতালৰ পৰা ৰিলিজ কৰা হয় । শনিবাৰে ৭ জনক ৰিলিজ দিয়াৰ লগতে দেওবাৰে ২ জনক ৰিলিজ দিয়ে। তেওঁলোকৰ টেষ্ট ৰিপৰ্ট নিগেটিভ অহাৰ বাবেই হস্পিতালৰ পৰা ৰিলিজ দিয়া হয় বুলি চিকিৎসালয় পৰা জানিবলৈ দিছে । দেওবাৰে ৰিলিজ দিয়া কেইজন হল তিতাবৰৰ আজিফ হুছেইন আৰু শিৱসাগৰ চেৰেকাপাৰৰ প্ৰিয়াক্ষী গগৈ ।

Leave a Reply

Your email address will not be published. Required fields are marked *